June 29, 2026 1:38 PM
19
ইউ এছ অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বী শ্রীকান্ত
চলিত বৰ্ষৰ ইউ এছ অপেন বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বী শ্রীকান্ত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কেলিফ’র্নিয়াত অনুষ্ঠিত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শ্রীকান্তে জাপানৰ য়ুদাই অ'কিমোতোক ২২-২০,১৫-২১,২১-১৯ গেমত পৰাস্ত কৰে। ৩৩ বছৰীয়া ভাৰতীয় খেলুৱৈ গৰাকী কাইলৈ ফাইনেলত চীনা টাইপেইৰ অ...