বিজ্ঞান আৰু প্ৰযুক্তি

September 21, 2026 9:16 PM

views 12

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ চন্দ্ৰপুৰত ইছৰ’ৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গবেষণা প্রতিষ্ঠান - ইছৰ'ৰ উন্নত ৰাডাৰ গবেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নির্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতি-বিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সু...

September 21, 2026 8:16 PM

views 16

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি ২০ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি বিজয়া দশমী উপলক্ষে অহা ২০ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলে কয় যে এই চুক্তিয়ে নিউজিলেণ্ডলৈ ভাৰতীয় সামগ্ৰীৰ এশ শতাংশ শুল্কবিহীন ৰপ্তানীৰ সুযোগ দিব। তেওঁ কয়, যে এই কৌশলগত অংশীদাৰিত...

September 21, 2026 3:18 PM

views 6

ভাৰতীয় সৌৰ শক্তি নিগম-SECIৰ পঞ্চদশ প্রতিষ্ঠা দিৱস উপলক্ষে কেন্দ্রীয় শক্তি মন্ত্রী প্রহ্লাদ যোশীৰ অভিনন্দন জ্ঞাপন

কেন্দ্রীয় নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্রী প্রহ্লাদ যোশীয়ে আজি ভাৰতীয় সৌৰ শক্তি নিগম-SECIৰ পঞ্চদশ প্রতিষ্ঠা দিৱস উপলক্ষে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত শ্রীযোশীয়ে কয়, যে যোৱা ১৫ বছৰত ভাৰতৰ নৱীকৰণযোগ্য শক্তিৰ যাত্ৰা আগবঢ়াই নিয়াত আৰু দেশৰ নিকা শক্তি পৰিৱেশতন্ত্র শক্তিশালী...

September 21, 2026 2:54 PM

views 15

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ চন্দ্ৰপুৰত ইছৰ’ৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন

অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ সমীপৰ চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰ'ৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নির্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্রটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতি-বিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্...

September 20, 2026 7:09 PM

views 20

অসম ক্ষিপ্ৰতাৰে উত্তৰ-পূবৰ শক্তি খণ্ডৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাজ্যৰ বৰ্ধিত শক্তি চাহিদা পূৰণৰ লগতে উদ্যোগ আৰু বিনিয়োগৰ বাবে নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰাৰ দিশে অসম আগবাঢ়িছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি প্রকাশ কৰে। ধুবুৰীৰ চাপৰত ৩,২০০ মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে আত্মনিৰ্ভৰ...

September 20, 2026 11:41 AM

views 12

ভাৰতে সম্ভাব্য ভু-ৰাজনৈতিক আশংকাক লৈ অহৰহ সতর্ক হৈ থাকিব লাগিব কাৰণ বৰ্তমান ভাৰত চিপ ডিজাইন আৰু নিৰ্মাণকাৰী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মন্তব্য

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণবে কয়, যে যিসমূহ দেশে ভাৰত ছেমিকণ্ডাক্টৰ খণ্ডত আগবাঢ়ি যোৱাটো নিবিচাৰে, সেই দেশসমূহৰ চাইবাৰ আক্ৰমণ আৰু যিকোনো ধৰণৰ বাধাৰ বাবে ছেমিকণ্ডাক্টৰ উদ্যোগক প্ৰস্তুত কৰিব লাগে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীবৈষ্ণৱে কয়, যে ভাৰতে সম্ভাব্য ভু-ৰাজনৈতি...

September 20, 2026 11:35 AM

views 24

ভাৰতৰ ছেমি কণ্ডাক্টৰ সন্মিলনৰ পঞ্চম সংস্কৰণ ছেমিকন ইণ্ডিয়া ২০২৬ৰ সফল সামৰণি

নতুন দিল্লীৰ য়শোভূমিত অনুষ্ঠিত ভাৰতৰ ছেমি কণ্ডাক্টৰ সন্মিলনৰ পঞ্চম সংস্কৰণ ছেমিকন ইণ্ডিয়া ২০২৬ৰ কালি সফলভাবে সামৰণি পৰে। ছিলিকন টু ছিষ্টেম: বিল্ডিং দ্যা ইক'ছিষ্টেম বিষয়বস্তুৰে তিনিদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনত ৬০০ৰো অধিক প্রদর্শকে অংশগ্রহণ কৰে। ইয়াৰ ভিতৰত প্ৰায় ৩০০ আন্তঃৰাষ্ট্ৰীয় অংশগ্রহণকাৰী, ৫২ খন...

September 4, 2026 11:57 AM

views 28

শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতৰ প্ৰথমটো ইমেজিং উপগ্রহ জি এছ এল ভি ৰকেটৰ সহায়ত সফলতাৰে উৎক্ষেপন

শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা আজি নিচেই পুৱা পৃথিৱীৰ গতিৰ সৈতে একে সময়তে প্রদক্ষিণ কৰা ভাৰতৰ প্ৰথমটো ইমেজিং উপগ্রহ জি এছ এল ভি ৰকেটৰ সহায়ত সফলতাৰে উৎক্ষেপন কৰা হয়। ভাৰতীয় মহাকাশ গবেষণা সংস্থাই জানিবলৈ দিছে যে অত্যাধুনিক পৃথিৱী পর্যবেক্ষণ ই অ' এছ-০৫ এই উপগ্রহটো উৎক্ষেপনৰ ১৮ মিনিটৰ পাছত ...

August 9, 2026 11:18 AM

views 36

আই আই টি গুৱাহাটীৰ গৱেষকৰ পানী আৰু অন্যান্য জৈৱিক নমুনাত থকা বিষাক্ত পদার্থ চিনাক্ত কৰিব পৰা অত্যাধুনিক যন্ত্র উদ্ভাৱন

ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলে পানী আৰু অন্যান্য জৈৱিক নমুনাত থকা বিষাক্ত পদার্থ চিনাক্ত কৰিব পৰা অত্যাধুনিক যন্ত্র উদ্ভাৱন কৰিছে। এই উদ্ভাৱনে জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগান নিশ্চিত কৰাত সহায় কৰিব। ই-আই নামৰ এই যন্ত্রই উৎসস্থলীতে বিষাক্ত পদার্থ চিনাক্ত কৰিব আৰু পানী শোধন কেন...

August 2, 2026 8:12 PM

views 22

অন্ধ্রপ্রদেশ চৰকাৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

অন্ধ্রপ্রদেশ চৰকাৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হৈছে। দক্ষতা বিকাশ, শিক্ষার্থীসকলৰ মানসিক স্বাস্থ্য, সর্বাত্মক শিক্ষা, নির্মাণ খণ্ডৰ শেহতীয়া কাম-কাজ তথা নিকা শক্তিৰ ক্ষেত্ৰত সহযোগিতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই চুক্তিসমূহ স্বাক্ষৰ কৰা হৈছে। এইসমূহৰ ভিতৰত এখন চুক্তিৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।