বিজ্ঞান আৰু প্ৰযুক্তি

November 30, 2025 11:45 AM

views 81

দেশৰ মুঠ ৩৩৮ খন বিমানৰ ভিতৰত ২৭০ খনৰ ছফ্‌টৱেৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ

অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে জনাইছে যে দেশৰ মুঠ ৩৩৮ খন বিমানৰ ভিতৰত ২৭০ খনৰ ছফ্‌টৱেৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ইয়াৰে ভিতৰত ইণ্ডিগ', এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান আছে। বাকী ৬৮ খন বিমানৰো ছফ্‌টৱেৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া শীঘ্ৰে সম্পূৰ্ণ কৰা হ'ব বুলি সঞ্চালকালয়ে জান...

November 2, 2025 10:56 AM

views 115

ইছৰোই দেশৰ সবাতোকৈ গধুৰ যোগাযোগ কৃত্রিম উপগ্ৰহ CMS-03 মহাকাশলৈ উৎক্ষেপণ কৰিব

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই আজি সন্ধিয়া ৫-২৬ মিনিটত অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা দেশৰ সবাটোকৈ গধুৰ যোগাযোগ কৃত্রিম উপগ্রহ CMS-03 মহাকাশলৈ উৎক্ষেপণ কৰিব। CMS-03 একাধিক বেনযুক্ত সামৰিক যোগাযোগ উপগ্রহ। এই উপগ্ৰহটোৰ GSAT-7R নামেৰেও জনাজাত। এই উপগ্রহটো LVM3 নামৰ ৰকেটেৰে ...

October 26, 2025 8:23 PM

views 84

প্ৰফেছৰ জয়ন্ত বিষ্ণু নার্লিকাৰক মৰনোত্তৰভাৱে বিজ্ঞান ৰত্ন সন্মানেৰে বিভূষিত

চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰসমূহ ঘোষণা কৰা হৈছে। প্ৰফেছৰ জয়ন্ত বিষ্ণু নার্লিকাৰক মৰনোত্তৰভাৱে বিজ্ঞান ৰত্ন সন্মানেৰে বিভূষিত কৰা হৈছে। ৮ গৰাকী বিজ্ঞানীলৈ বিজ্ঞানশ্রী বঁটা আগবঢ়োৱা হৈছে। বিজ্ঞান যুৱ শিতানত অধীনত বিভিন্ন শাখাত ১৪ গৰাকী যুৱ বিজ্ঞানীক বাচনি কৰা হৈছে।

October 19, 2025 2:35 PM

views 124

চন্দ্ৰযান-২ মিছনে চন্দ্ৰৰ ওপৰত সৌৰমুকুত পুঞ্জ নিক্ষেপনৰ প্ৰভাৱ প্ৰথমবাৰৰ বাবে নিৰীক্ষণ কৰিবলৈ সমৰ্থ হৈছে

ভাৰতীয় মহাকাশ গবেষণা সংস্থা ইছৰোৱে ২০১৪ চনত মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান-২ মিছনে ইয়াৰ বৈজ্ঞানিক আহিলাপাতি ব্যৱহাৰ কৰি চন্দ্ৰৰ ওপৰত সৌৰমুকুত পুঞ্জ নিক্ষেপনৰ প্ৰভাৱ প্ৰথমবাৰৰ বাবে নিৰীক্ষণ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰকাশ কৰিছে। ইছৰোৱে কৈছে, যে এই পর্যবেক্ষণে চন্দ্ৰৰ বাহ্যিক মণ্ডল, চন্দ্ৰৰ পাতল বায়ুমণ্...

September 16, 2025 6:24 PM

views 105

অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত বিশ্বৰ তৃতীয় শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত ভাৰত

অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত ভাৰতে-জাপানক পিছপেলাই বিশ্বৰ ভিতৰত তৃতীয় শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত হৈছে। সমাগত ৫ বছৰত অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত দেশে শীৰ্ষ স্থান দখল কৰাৰ দিশত অগ্ৰসৰ হৈছে। নতুন দিল্লীত কালি আন্তঃৰাষ্ট্ৰীয় মূল্য সন্মিলন ২০২৫ত উদ্বোধন কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নিতিন গাড...

September 7, 2025 8:13 PM

views 78

অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় ভূ-বিজ্ঞান অলিম্পিয়াড ২০২৫ত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ বিজয়ী শিক্ষাৰ্থীসকলক নতুন দিল্লীত কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙৰ সম্বর্ধনা

কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙে যোৱা মাহত চীনৰ জিনিঙত অনুষ্ঠিত অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় ভূ-বিজ্ঞান অলিম্পিয়াড ২০২৫ত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ বিজয়ী শিক্ষাৰ্থীসকলক নতুন দিল্লীত সম্বর্ধনা জনায়। এই প্রতিযোগিতাত ভাৰতীয় দলটোৱে এটা সোণ, চাৰিটা ৰূপ আৰু দুটা ব্ৰঞ্জসহ সাতটা পদকৰ লগতে আন্তঃৰাষ্ট্ৰীয়...

August 10, 2025 11:33 AM

views 62

স্পেচ এক্সে আমেৰিকা, জাপান আৰু ৰাছিয়াৰ চাৰিজন মহাকাশচাৰীক নিৰাপদে পৃথিৱীলৈ উভতাই আনিছে বুলি নাছাৰ প্ৰকাশ

নাছাই প্ৰকাশ কৰা অনুসৰি স্পেচ এক্সে আমেৰিকা, জাপান আৰু ৰাছিয়াৰ চাৰিজন মহাকাশচাৰীক কালি নিৰাপদে পৃথিৱীলৈ উভতাই আনিছে। নাছাৰ মহাকাশচাৰী এন্নে মেকক্লেইন আৰু নিকোল আয়াৰ্ছ, জাপানৰ মহাকাশচাৰী টাকুয়া অনিছি আৰু ৰাছিয়াৰ মহাকাশচাৰী কিৰিল পেচকোভে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত প্রায় ১৪৮ দিন কট...

June 15, 2025 8:54 PM

views 83

গৱেষণা আৰু উদ্ভাৱনৰ সূচলতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এটা বিশেষ নীতিৰ সংস্কাৰৰ বিষয়ে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ ঘোষণা

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জীতেন্দ্ৰ সিঙে আজি দেশজুৰি বৈজ্ঞানিক, শিক্ষাবিদ, গৱেষক, উদ্ভাৱক তথা প্ৰতিষ্ঠানসমূহলৈ দীৰ্ঘ অপেক্ষাৰ অন্তত সকাহ প্ৰদান কৰি গৱেষণা আৰু উদ্ভাৱনৰ সূচলতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এটা বিশেষ নীতিৰ সংস্কাৰৰ বিষয়ে ঘোষণা কৰিছে। ড০ সিঙে আজি নতুন দিল্লীত কয় যে এই পদক্ষেপৰ জৰিয়ত...

June 15, 2025 2:17 PM

views 89

উত্তৰ প্ৰদেশৰ কুশিনগৰত ইছৰোৰ ৰকেট উৎক্ষেপনৰ পৰীক্ষা সফলতাৰে সম্পন্ন

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৱে আজি উত্তৰ প্ৰদেশৰ কুশিনগৰত এটা ৰকেট উৎক্ষেপনৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। পোনপ্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ পৰা এটা ক্ষুদ্ৰ উপগ্ৰহ ৰকেটৰ জৰিয়তে উৎক্ষেপন কৰা হয়। ৰাজ্যখনৰ বাবে ই এটা ঐতিহাসিক মুহুৰ্ত হিচাপে পৰিগণিত হৈছে। ইছৰোৰ বিজ্ঞানী অভিষেক সিঙে থ্রাষ্ট টেক ই...

June 15, 2025 1:12 PM

views 81

ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লা আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্ৰলৈ এক্সিয়োম-ফ’ৰ অভিযানৰ বাবে নতুনকৈ ১৯ জুন তাৰিখ নিৰ্ধাৰণ

ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লাক আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্ৰলৈ কঢ়িয়াই নিবলগীয়া বহু প্রত্যাক্ষিত এক্সিয়োম-ফ'ৰ অভিযানৰ বাবে নতুনকৈ ১৯ জুনৰ দিনটোক নিৰ্ধাৰণ কৰা হৈছে। এই অভিযানত বিলম্ব ঘটোৱা কাৰিকৰী সমস্যাসমূহ ইতিমধ্যে সমাধান কৰা হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো, এক্সিয়োম স্পেছ আৰু স্পে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।