বিজ্ঞান আৰু প্ৰযুক্তি

May 12, 2025 7:41 PM

views 62

দেশৰ জনসাধাৰণৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে ১০টা কৃত্রিম উপগ্রহই ২৪ ঘণ্টাই অহৰহ কাম কৰি আছে বুলি ইছৰোৰ অধ্যক্ষ ড০ ভি নাৰায়ণনৰ প্ৰকাশ

দেশৰ জনসাধাৰণৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে ১০ টা কৃত্রিম উপগ্রহই ২৪ ঘণ্টাই অহৰহ কাম কৰি আছে বুলি ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান-ইছৰোৰ অধ্যক্ষ ড০ ভি নাৰায়ণনে প্ৰকাশ কৰিছে। ইম্ফলৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ পঞ্চম সমাৱৰ্তনত অংশ লৈ অধ্যক্ষগৰাকীয়ে কয়, যে দেশৰ নিৰাপত্তা সুনিশ্চিত কৰা...

May 11, 2025 12:12 PM

views 95

আজি ৰাষ্ট্ৰীয় প্রযুক্তি দিৱস

আজি ৰাষ্ট্ৰীয় প্রযুক্তি দিৱস। ভাৰতে ১৯৯৮ চনৰ আজিৰ দিনটোতে ৰাজস্থানৰ পোখৰানত পাৰমাণিক বোমাৰ সফল পৰীক্ষণ সম্পন্ন কৰিছিল। এই দিনটোৱে দেশৰ প্ৰগতি আৰু উন্নয়নত প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা সোঁৱৰাই দিয়ে। এই দিনটোত ভাৰতৰ প্ৰথম থলুৱা বিমান হংলা খ্ৰীৰ উৎক্ষেপনৰ ক্ষেত্ৰত বৈজ্ঞানিক অভিযন্তা আৰু উদ্ভাৱ...

April 27, 2025 8:20 PM

views 77

ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কৃষ্ণস্বামী কস্তুৰীৰংগনৰ শেষকৃত্য বেংগালুৰুত ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল হোতা, বিশিষ্ট মহাকাশ বিজ্ঞানী তথা ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ড০ কৃষ্ণস্বামী কস্তুৰীৰংগনৰ শেষকৃত্য আজি বেংগালুৰুত ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন কৰা হৈছে। ৮৪ বছৰীয়া ড০ কস্তুৰীৰংগনৰ যোৱ শুকুৰবাৰে বেংগালুৰুত দেহাৱসান ঘটে। তেওঁৰ শৱদেহত আজি ৰমন গৱেষণা প্ৰতিষ্ঠানত অন্তিম শ্রদ্ধা জ্ঞা...

April 20, 2025 9:09 PM

views 60

ৰাছিয়াৰ মহাকাশচাৰী এলেক্সেই অৱচিনিন আৰু ইভান ৱাগনাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ৭ মহীয়া অভিযানৰ অন্তত পৃথিৱীলৈ উভতি আহিল

ৰাছিয়াৰ মহাকাশচাৰী এলেক্সেই অৱচিনিন আৰু ইভান ৱাগনাৰ তথা আমেৰিকাৰ ডনাল্ড পেটীত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ৭ মহীয়া এটা অভিযানৰ অন্তত পৃথিৱীলৈ উভতি আহিছে। ৰাছিয়াৰ চয়ুজ এম এছ-২৬ মহাকাশযানখন এই তিনিওগৰাকী মহাকাশচাৰীসহ আজি পুৱাৰ ভাগত কাজাখস্তানৰ ঝেজকাজগানৰ দক্ষিণ-পূৱ প্ৰান্তত অৱতৰণ কৰে। ৰাছিয়াৰ ...

April 13, 2025 12:17 PM

views 60

২০২৬ চনৰ ডিচেম্বৰৰ ভিতৰত সকলো অভিযান্ত্রিক ডিপ্ল’মা আৰু ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে অসমীয়াকে ধৰি ১২টা ভাৰতীয় ভাষাত পাঠ্যপুথি সুলভ কৰাৰ এ আই চি টি ইৰ পদক্ষেপ

সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ তথা চমুকৈ এ আই চি টি ই-য়ে ২০২৬ চনৰ ডিচেম্বৰৰ ভিতৰত সকলো অভিযান্ত্রিক ডিপ্ল’মা আৰু ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে অসমীয়াকে ধৰি ১২টা ভাৰতীয় ভাষাত পাঠ্যপুথি সুলভ কৰাৰ বাবে অভিলাষী পদক্ষেপ গ্রহণ কৰিছে। অসমীয়া ভাষাৰ লগতে গুজৰাটী, কানাড়া, হিন্দী, মালায়ালম, মাৰাঠী, ওড়িয়া, প...

March 2, 2025 8:11 PM

views 62

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্লু ঘোষ্ট মহাকাশ যানৰ চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফায়াৰ ফ্লাই নামৰ মহাকাশ সংস্থাটোৰ ব্লু ঘোষ্ট নামৰ মহাকাশ যানখনে আজি চন্দ্ৰপৃষ্ঠৰ মেৰ ক্ৰিছিয়ামৰ সমীপত প্ৰথমবাৰৰ বাবে সফলতাৰে অৱতৰণ কৰে। চন্দ্ৰপৃষ্ঠত সফলতাৰে মহাকাশ যান অৱতৰণ কৰা এয়া হৈছে দ্বিতীয়টো ব্যক্তিগত অভিযান। মানৱ বিহীন এই মহাকাশ যানখনে বিভিন্ন বৈজ্ঞানিক পৰীক্ষণৰ ১০ ট...

March 2, 2025 12:03 PM

views 66

চৰকাৰে ১৫ বছৰ বা ইয়াৰ অধিক পুৰণি বাহনসমূহ চিনাক্ত কৰাৰ বাবে তেল ডিপো সমূহত যন্ত্ৰ স্থাপন কৰিব

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে দিল্লী চৰকাৰে ১৫ বছৰ পুৰণি বাহনসমূহত ৩১ মাৰ্চৰ পাছত তেল ডিপোত ইন্ধন যোগান নধৰাৰ সিদ্ধান্ত লৈছে। দিল্লীৰ পৰিৱেশ মন্ত্ৰী মনজিন্দৰ সিং ছিছাই বায়ু প্ৰদূষণ সমস্যা সম্পৰ্কে বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত প্ৰদূষণ ৰোধ কৰাৰ বাবে বিভিন্ন ব্যৱস্থাৰ কথ...

February 26, 2025 7:47 PM

views 69

অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটীকে ধৰি অসমৰ পাঁচখন নগৰত নগৰীয়া গোটা আৱৰ্জনাৰ পৰা উচ্চ চাপযুক্ত জৈৱ গেছ উৎপাদন প্রকল্প স্থাপন কৰিব

দেশৰ নৱৰত্ন কোম্পানীৰ অন্যতম – অইল ইণ্ডিয়া লিমিটেডে এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণত অসম চৰকাৰৰ সৈতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে হোৱা আচুতীয়া সাক্ষাৎকাৰত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ ৰঞ্জিত ৰথে এই বিষয়ে প্ৰকাশ কৰ...

February 26, 2025 11:35 AM

views 78

অসমে অত্যাধুনিক প্ৰযুক্তিৰ ভেটি নিৰ্মাণৰ দ্বাৰা ঔদ্যোগিক খণ্ডৰ বিকাশ সাধনৰ লগতে ৰাজ্যখনক বিশ্বৰ ছেমিকণ্ডাক্টৰ মানচিত্ৰত স্থান দিবঃ ড০ হিমন্ত বিশ্ব শৰ্মা

অসমে সম্প্রতি অত্যাধুনিক প্ৰযুক্তিৰ ভেটি নিৰ্মাণ কৰিছে আৰু ই ঔদ্যোগিক খণ্ডৰ বিকাশ সাধনৰ লগতে ৰাজ্যখনক বিশ্বৰ ছেমিকণ্ডাক্টৰ মানচিত্ৰত স্থান দিব। দ্বিতীয় এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত কালি বিকশিত ভাৰতবৰ্ষৰ লক্ষ্যপ্রাপ্তিৰ বাবে অসমত ছেমিকণ্ডাক্টৰ খণ্ডক আগুৱাই নিয়া শীর্ষক বিষয় ভিত্তিক সত্ৰত ভাষণ দি ম...

February 10, 2025 6:34 PM

views 64

চলিত বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰথম বাৰৰ বাবে ১ লাখ কোটি টকা মূল্যৰ আইফোন ৰপ্তানি

চলিত বিত্তীয় বৰ্ষত ভাৰতে প্ৰথম বাৰৰ বাবে ১ লাখ কোটি টকা মূল্যৰ আইফোন ৰপ্তানি কৰিবলৈ সমৰ্থ হৈছে। এখন ইংৰাজী দৈনিক কাকতত প্ৰকাশিত এটা বাতৰিৰ আঁত ধৰি ইলেকট্ৰনিক আৰু তথ্য প্রযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই তথ্য প্ৰকাশ কৰে।এই সফলতাৰ বাবে তেওঁ চৰকাৰৰ উৎপাদনশীলতাৰ সৈতে সংযুক্ত উদগণিমূলক আঁচনিসমূহ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।