বিজ্ঞান আৰু প্ৰযুক্তি

August 4, 2024 10:59 AM

views 60

অসমত টাটাৰ অর্ধপৰিবাহী গোটৰ নিৰ্মাণ কাৰ্যৰ জৰিয়তে দৈনিক ৪ কোটি ৮৩ লাখ অর্ধপৰিবাহী চিপ উৎপাদনৰ লক্ষ্যঃ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে, অসমৰ মৰিগাঁৱত টাটাৰ অর্ধপৰিবাহী গোটৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। নতুন দিল্লীত কালি এই প্ৰকল্পৰ সৱিশেষ প্ৰকাশ কৰি শ্ৰীবৈষ্ণৱে কয় যে, ২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে এই প্ৰকল্পটো স্থাপন কৰা হ'ব আৰু ইয়াৰ জৰিয়তে ১৫ হাজাৰ প্ৰত্যক্ষ...

July 14, 2024 1:15 PM

views 67

ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন অভিযান আঁচনিৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ ২০৩০ চনৰ ভিতৰত নৱীকৰণযুক্ত শক্তিৰ জৰিয়তে ৫০০ গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ

কেন্দ্ৰীয় চৰকাৰে ২০৩০ চনৰ ভিতৰত নৱীকৰণযুক্ত শক্তিৰ জৰিয়তে ৫০০ গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ'জেন অভিযান নামেৰে এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছে। অসম প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড০ জয়দীপ বৰুৱাই কালি যোৰহাট বিজ্ঞান চ'ৰাৰ ৰূপালী জয়ন্তী বৈঠকত অংশগ্...

June 23, 2024 11:54 AM

views 67

ইলেকট্রিক বাহনৰ সুৰক্ষাৰ বৃদ্ধিৰ বাবে ভাৰতীয় মানক ব্যুৰ’ৰ  দুটা নতুন মান নিৰ্ধাৰণ

বি আই এছ অর্থাৎ ভাৰতীয় মানক ব্যুৰ'ই ইলেকট্রিক বাহনৰ সুৰক্ষাৰ বৃদ্ধিৰ বাবে দুটা নতুন মান নিৰ্ধাৰণ কৰিছে। এই নতুন বি আই এছ মান ইলেক্ট্রনিক বাহনৰ জটিল উপাদান আৰু পাৱাৰট্ৰেইনৰ লগতে কঠোৰ সুৰক্ষা প্ৰয়োজনসমূহ পূৰোৱাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে। এই মান কেইটাই শক্তি আৰু সুৰক্ষাকে ধৰি বেটাৰীৰ কাম-কাজৰ ক্ষে...

May 26, 2024 8:23 PM

views 63

আন্তঃৰাষ্ট্ৰীয় ভুৱা ক’ল বন্ধ কৰাৰ বাবে দূৰ সংযোগ সেৱা প্ৰদানকাৰী কোম্পানীসমূহক কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা জাৰি

কেন্দ্ৰীয় চৰকাৰে দূৰ সংযোগ সেৱা প্ৰদানকাৰী কোম্পানীসমূহক আন্তঃৰাষ্ট্ৰীয় ভুৱা ক'ল বন্ধ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। এখন বিজ্ঞপ্তিত যোগাযোগ মন্ত্ৰ্যালয়ে কয় যে, আন্তঃৰাষ্ট্ৰীয় ভুৱা কল কৰা লোকসকলে দেশৰ নাগৰিকসকলক ভাৰতৰ ফোন নম্বৰ দেখুৱাই চাইবাৰ অপৰাধ আৰু বিত্তীয় খেলি-মেলি সংঘটিত কৰি আহিছে। এই ফো...

May 12, 2024 11:29 AM

views 77

তামিলনাডুত ইছৰোৰ তৰল ৰকেট ইঞ্জিনৰ পৰীক্ষণ সফলতাৰে সম্পন্ন

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO-ই Additive Manufacturing প্রযুক্তি ব্যৱহাৰ কৰি তৰল ৰকেট ইঞ্জিনৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰি নতুন ইতিহাস ৰচনা কৰিছে। তামিলনাডুৰ মহেন্দ্রগিৰত থকা ISRO-ব Propulsion Complex অর্থাৎ প্রণোদন চৌহদত শুকুৰবাৰে এই পৰীক্ষা সম্পন্ন কৰা হয়৷ নতুনকৈ বিকশাই তোলা এই PS4 ইঞ্জিনত যন্...

May 7, 2024 9:01 PM

views 84

সীমান্ত পথ সংস্থা বি আৰ অ’ৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস

সীমান্ত পথ সংস্থা বি আৰ অ'ৰ আজি ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানেয়ে সংস্থাটোক প্ৰতিকূল বতৰৰ পৰিস্থিতি নেওচি তথা দুর্গম অঞ্চলতো সফলভাৱে সেৱা আগবঢ়োৱাৰ বাবে প্ৰশংসা কৰে। বি আৰ অ'ৰ এটা অতি গুৰুত্বপূৰ্ণ সংস্থা হিচাপে অভিহিত কৰি বি আৰ অ'য়ে দুর্গ...

April 7, 2024 7:02 PM

views 170

চীনে কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত প্ৰস্তুত কৰা বিষয়বস্তুৰে ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ নিৰ্বাচন বিঘ্নিত কৰাৰ বাবে সাজু হৈছে বুলি মাইক্ৰ’ছফটৰ সকীয়নি

চীনে কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত প্ৰস্তুত কৰা বিষয়বস্তুৰে ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ নিৰ্বাচন বিঘ্নিত কৰাৰ বাবে সাজু হৈছে বুলি মাইক্ৰ'ছফটে সকিয়াই দিছে। চীনে টাইৱানৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত ফলাফল প্রভাৱিত কৰাৰ বাবে পৰীক্ষা চলোৱাৰ পাছতে আগশাৰীৰ কম্পিউটাৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।