বিজ্ঞান আৰু প্ৰযুক্তি

February 10, 2025 6:34 PM

views 64

চলিত বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰথম বাৰৰ বাবে ১ লাখ কোটি টকা মূল্যৰ আইফোন ৰপ্তানি

চলিত বিত্তীয় বৰ্ষত ভাৰতে প্ৰথম বাৰৰ বাবে ১ লাখ কোটি টকা মূল্যৰ আইফোন ৰপ্তানি কৰিবলৈ সমৰ্থ হৈছে। এখন ইংৰাজী দৈনিক কাকতত প্ৰকাশিত এটা বাতৰিৰ আঁত ধৰি ইলেকট্ৰনিক আৰু তথ্য প্রযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই তথ্য প্ৰকাশ কৰে।এই সফলতাৰ বাবে তেওঁ চৰকাৰৰ উৎপাদনশীলতাৰ সৈতে সংযুক্ত উদগণিমূলক আঁচনিসমূহ...

February 2, 2025 8:14 PM

views 67

কেন্দ্ৰীয় বাজেটত গভীৰ সমুদ্ৰ অভিযানৰ বাবে ৬০০ কোটি টকা মঞ্জুৰে ভাৰতৰ সমুদ্ৰ অভিযান ত্বৰান্বিত কৰিছে

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে গভীৰ সমুদ্ৰ অভিযানৰ বাবে ৬০০ কোটি টকা মঞ্জুৰ কৰাৰ লগে লগে ভাৰতৰ সমুদ্ৰ অভিযান ত্বৰান্বিত হোৱাৰ দিশে আগবাঢ়িছে। ভাৰতে বিশেষভাবে নির্মিত সমুদ্রযান নামৰ এখন ছাবমেৰিনত বৈজ্ঞানিকক প্ৰেৰণ কৰি সমুদ্ৰৰ গভীৰত অন্বেষণ চলোৱাৰ লক্ষ্য লৈছে। এই অভিযানৰ জৰিয়তে সমুদ্ৰৰ গভীৰতলিৰ জোখ-ম...

January 19, 2025 8:50 PM

views 90

ভাৰত গতিশীলতা আন্তঃৰাষ্ট্ৰীয় প্রদর্শনী ২০২৫-ত ২২টা পৃথক সংস্থাৰ ৫৬ বিধ নতুন সামগ্ৰী মুকলি

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰত গতিশীলতা আন্তঃৰাষ্ট্ৰীয় প্রদর্শনী ২০২৫-ত ২২টা পৃথক সংস্থাৰ ৫৬ বিধ নতুন সামগ্ৰী মুকলি কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীত কেইবাখনো শেহতীয়া বাহন, অত্যাধুনিক যান-বাহন সম্পৰ্কীয় প্রযুক্তি তথা ছুপাৰ বাইক, চাৰিচকীয়া বাহন, বাছ ...

January 15, 2025 10:31 AM

views 49

ৰিচার্জেবল বেটাৰী প্ৰযুক্তিৰ উদ্ভাৱন ত্বৰান্বিত কৰাৰ বাবে ঔদ্যোগিক বৈঠক অনুষ্ঠিত

বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্ৰ্যালয়ে কালি ৰিচার্জেবল বেটাৰী প্ৰযুক্তিৰ উদ্ভাৱন ত্বৰান্বিত কৰাৰ বাবে এখন ঔদ্যোগিক বৈঠক অনুষ্ঠিত কৰে। বৈঠকত ভাষণ দি বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ সচিব এছ কৃষ্ণনে কয়, যে এই বৈঠক উদ্যোগমুখী গৱেষণা আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বিকশিত প্ৰযুক্তিৰ ব...

January 14, 2025 9:23 PM

views 66

এডভাণ্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত  মন্ত্ৰী কেশৱ মহন্তৰ মালয়েছিয়া ভ্ৰমণ

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভাণ্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কুৱালালামপুৰত মালয়েছিয়াৰ ডিজিটেল মন্ত্ৰী গোবিন্দ সিং দেউ আৰু ডিজিটেল উপ-মন্ত্রী উইছন ওগাক সাক...

January 12, 2025 6:44 PM

views 83

স্পাডেক্স কাৰ্যসূচীৰ অধীনত ডকিং কৰাৰ পূৰ্বে প্ৰেৰণ কৰা উপগ্ৰহ দুটা সুস্থিৰ কৰাৰ ক্ষেত্ৰত অগ্রগতি লাভ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই স্পাডেক্স কাৰ্যসূচীৰ অধীনত ডকিং কৰাৰ পূৰ্বে প্ৰেৰণ কৰা উপগ্ৰহ দুটা সুস্থিৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্রগতি লাভ কৰিছে। ই চেজাৰ আৰু টার্গেট উপগ্ৰহক ৩ মিটাৰ দূৰত্বত আনি পুনৰ নিৰাপদ দূৰত্বলৈ লৈ যোৱাত সফল হৈছে। ইছৰোয়ে তথ্য বিশ্লেষণ কৰিহে ডকিং প্রক্রিয়া সম্পন্ন কৰা হব বুলি সাম...

December 29, 2024 11:50 AM

views 72

সোমবাৰে ইছৰোই স্পেদেক্স সম্পৰীক্ষাৰ সকলো প্ৰস্তুতি সম্পূর্ণ কৰি তোলা বুলি  মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ প্ৰকাশ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই বাহ্যিক সাহায্য অবিহনে মহাকাশতে দুটা কৃত্রিম উপগ্রহক সংযুক্ত কৰাৰ সামৰ্থ্য প্ৰদৰ্শনৰ উদ্দেশ্যে সোমবাৰে ৰূপায়ণ কৰিবলগীয়া স্পেদেক্স সম্পৰীক্ষাৰ সকলো প্ৰস্তুতি সম্পূর্ণ কৰি তুলিছে। মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কালি এটা সাক্ষাৎকাৰত কয়, যে বছৰৰ শেষভ...

November 17, 2024 7:06 PM

views 86

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ দেশৰ প্ৰথমটো শব্দতকৈ বেগী দীর্ঘ দূৰত্বভেদী ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা - DRDOই কালি ওড়িশাৰ ড০ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা দেশৰ প্ৰথমটো শব্দতকৈ বেগী দীর্ঘ দূৰত্বভেদী ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন কৰে। সশস্ত্র বাহিনীসমূহৰ বাবে ১৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্বলৈ সমৰাষ্ট্ৰ কঢ়িয়াই নিয়াৰ বাবে এই ক্ষেপণাস্ত্র বিকশাই তোলা হৈছে। প্ৰ...

November 17, 2024 11:09 AM

views 82

আমেৰিকাৰ স্পেচএক্সৰ জৰিয়তে মঙলবাৰে উৎক্ষেপণ কৰা হব ভাৰতৰ উপগ্রহ GSAT-20

ভাৰতৰ যোগাযোগ উপগ্রহ GSAT-20 আমেৰিকাৰ উদ্যোগপতি ইলন মাস্কৰ স্পেচএক্সৰ জৰিয়তে মঙলবাৰে আমেৰিকাৰ কেপ কানাভেৰালৰ পৰা উৎক্ষেপণ কৰা হব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে প্রকাশ কৰা মতে স্পেচএক্সৰ ফেলকন-9 নামৰ ৰকেটটোৰ জৰিয়তে ইছৰোৰ GSAT-20 নামৰ কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপণ কৰা হ'ব। উপগ্ৰহটো ১৪...

November 10, 2024 11:26 AM

views 63

অসম তথা উত্তৰ পূৰ্বাঞ্চলত জৈৱ ইন্ধনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে আৰু ইয়াৰ দ্বাৰা নতুন প্ৰজন্মই স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হ’ব পাৰেঃ ড° অৰূপ কুমাৰ মিশ্ৰ

ভাৰতে সৌৰ সহযোগিতাৰ পাছতে জৈৱ ইন্ধনৰ সহযোগিতাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বক সজাগ কৰাৰ প্ৰয়াস কৰিব। অসম তথা উত্তৰ পূৰ্বাঞ্চলতো জৈৱ ইন্ধনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে আৰু ইয়াৰ দ্বাৰা নতুন প্ৰজন্মই স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হ'ব পাৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত প্র...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।