বিজ্ঞান আৰু প্ৰযুক্তি

July 28, 2026 11:54 AM

views 25

স্কাইট এৰোস্পেছৰ পৱন চন্দনা আৰু নগা ভাৰত ডাকাৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মত বিনিময়

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি স্কাইট এৰোস্পেছৰ পৱন চন্দনা আৰু নগা ভাৰত ডাকাৰ সৈতে মত বিনিময় কৰে। সামাজিক মাধ্যৰ এটা বাৰ্তাত শ্রী মোদীয়ে বিক্রম-১ৰ সফলতাত আলোকপাত কৰাৰ লগতে অন্যান্য বিভিন্ন বিষয়ো আলোচনা কৰে। প্রধানমন্ত্রী মোদীয়ে তেওঁলোকৰ এই যাত্ৰা আৰু ভৱিষ্যৎ পৰিকল্পনা সমূহ শুনি সন্তোষ প্রকাশ কৰে...

July 19, 2026 12:26 PM

views 31

চৰকাৰে সৌৰ শক্তি প্ৰকল্পৰ বাবে অনুমোদিত আৰ্হি আৰু নিৰ্মাতাৰ দ্বিতীয়খন তালিকা ৰূপায়ণৰ নীতিত কোনো ধৰণৰ সাল-সলনি নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে

চৰকাৰে সৌৰ শক্তি প্ৰকল্পৰ বাবে অনুমোদিত আৰ্হি আৰু নিৰ্মাতাৰ দ্বিতীয়খন তালিকা ৰূপায়ণৰ নীতিত কোনো ধৰণৰ সাল-সলনি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন আৰু নবীকৰণ যোগ্য শক্তি মন্ত্র্যালয়ে প্রকাশ কৰা মতে, এই নীতিৰ সময়সীমাৰ ক্ষেত্ৰত কোনো ৰেহাই দিয়া নহ'ব। অৱশ্যে মেট মিটাৰিং অর্থাৎ উপভোক্তাৰ দ্বাৰা উৎপাদিত নবীক...

July 12, 2026 8:45 PM

views 32

ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান আই আই টি গুৱাহাটীৰ ২৮ সংখ্যক সমাৱৰ্তন সমাৰোহ অনুষ্ঠিত

ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান আই আই টি গুৱাহাটীৰ ২৮ সংখ্যক সমাৱৰ্তন সমাৰোহ আজি অনুষ্ঠিত হয়। এই সমাৱৰ্তনত ২২৬৬ গৰাকী শিক্ষার্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাষ্ট্রীয় গৱেষণা ফাউণ্ডেছনৰ মুখ্য কাৰ্যবাহী বিষয়া ড° শিৱকুমাৰ কল্যাণৰামণ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আজিৰ অনুষ্ঠ...

June 14, 2026 8:16 PM

views 32

কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙে কৈছে যে  দেশৰ মহাকাশ অর্থনীতি পৰৱৰ্তী দশকত ৪০০০-৪৫০০ কোটি আমেৰিকান ডলাৰলৈ উন্নীত হোৱাৰ বাবে সাজু হৈছে

কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙে আজি কৈছে যে দেশৰ মহাকাশ অর্থনীতি পৰৱৰ্তী দশকত বৰ্তমানৰ ৮০০-৯০০ কোটি আমেৰিকান ডলাৰৰ পৰা ৪০০০-৪৫০০ কোটি আমেৰিকান ডলাৰলৈ উন্নীত হোৱাৰ বাবে সাজু হৈছে। নতুন দিল্লীত এখন সংবাদমেলত সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নীতি সংস্কাৰ, বর্ধিত ব্যক্তিগত অংশগ্রহণ তথা দ্রুতভাৱে সম্...

June 14, 2026 10:36 AM

views 59

ইছৰোৱে চন্দ্ৰ অভিযানক নতুন মাত্রা প্রদান কৰি অত্যাধুনিক ‘কৃত্রিম তাপ প্রণালী’ বিকশিত কৰিছে

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে চন্দ্ৰ অভিযানক এটা নতুন মাত্রা প্রদানৰ প্রস্তুতি চলাইছে। সংস্থাটোৱে পাৰমাণৱিক শক্তি বিভাগৰ সৈতে যৌথভাৱে অত্যাধুনিক 'কৃত্রিম তাপ প্রণালী' বিকশিত কৰিছে, যাৰ জৰিয়তে ভৱিষ্যতে চন্দ্ৰযানৰ লেণ্ডাৰসমূহ চন্দ্ৰৰ অত্যন্ত প্ৰতিকূল বতৰতো সুৰক্ষিত থাকিব পাৰিব। বেংগালুৰুত অনুষ্ঠি...

January 11, 2026 7:46 PM

views 78

সফলতাৰ বাবে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যুৱক-যুৱতীসকলক ভাৰতীয় মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লাৰ পৰামৰ্শ

ভাৰতীয় মহাকাশচাৰী তথা গ্রুপ কেপ্তেইন শুভাংশু শুক্লাই আজি কয়, যে যুৱক-যুৱতীসকল হৈছে দেশৰ প্ৰকৃত মূলধন। নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত YOUNG LEADERS DIALOGUE, ২০২৬–ত অংশগ্ৰহণ কৰি শ্ৰী শুক্লাই এইদৰে কয়। সফলতাৰ বাবে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ গ্ৰুপ কেপ্তেইনগৰাকীয়ে যুৱক-যুৱতীসকলক পৰামৰ্শ দিয়ে...

January 4, 2026 7:59 PM

views 75

চৰকাৰে তিনি বছৰ সম্পূর্ণ নোহোৱাকৈৱে ষ্টার্ট আপসমূহে গৱেষণা, বিকাশ আৰু উদ্ভাৱন পুঁজিৰ সুবিধা লাভ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছেঃ কেন্দ্ৰীয় মন্ত্রী ড০ জিতেন্দ্র সিঙ

চৰকাৰে তিনি বছৰ সম্পূর্ণ নোহোৱাকৈৱে ষ্টার্ট আপসমূহে গবেষণা, বিকাশ আৰু উদ্ভাৱন পুঁজিৰ সুবিধা লাভ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। নতুন দিল্লীত বৈজ্ঞানিক আৰু ঔদ্যোগিক গবেষণা বিভাগ ডি এছ আই আৰৰ ৪১ সংখ্যক প্রতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্রী ড০ জিতেন্দ্র সিঙে এই কথা ঘোষণা কৰি কয় যে যিকোনো নতুন ...

December 30, 2025 10:15 AM

views 78

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDO ই চণ্ডীপুৰৰ ইণ্টিগ্রেটেড টেষ্ট ৰেঞ্জত পিনাকা দীৰ্ঘ দূৰত্বৰ গাইডেড ৰকেটৰ প্ৰথম উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDO ই চণ্ডীপুৰৰ ইন্টিগ্রেটেড টেষ্ট ৰেঞ্জত পিনাকা দীৰ্ঘ দূৰত্বৰ গাইডেড ৰকেটৰ প্ৰথম উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। পৰিকল্পনা অনুসৰি উৰণৰ সময়ত সকলো কৌশল প্ৰদৰ্শন কৰি ৰকেটটোৰ সৰ্বোচ্চ ১২০ কিলোমিটাৰ দূৰত্বৰ বাবে পৰীক্ষা কৰা হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মত...

December 21, 2025 8:34 PM

views 74

উদ্যোগ, নিয়োগ আৰু জীৱিকাৰ ক্ষেত্রত বৈদ্যুতিক গতিশীলতা এক শক্তিশালী ইঞ্জিন হিচাপে বিবেচিত হৈছে বুলি কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙৰ মন্তব্য

কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে কৈছে যে, উদ্যোগ, নিয়োগ আৰু জীৱিকাৰ ক্ষেত্রত বৈদ্যুতিক গতিশীলতা এক শক্তিশালী ইঞ্জিন হিচাপে বিবেচিত হৈছে। নতুন দিল্লীত অনুষ্ঠিত বৈদ্যুতিক বাহন বিষয়ক এখন প্রদর্শনী পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত তেওঁ এই বিষয়ে প্রকাশ কৰে। শ্রী সিঙে কয় যে, চৰকাৰী...

December 7, 2025 8:02 PM

views 92

কৃত্রিম বুদ্ধিমত্তা আৰু যান্ত্রিক শিকণ ভিত্তিক এপ্লিকেছনসমূহে স্বয়ংচালিত বিতৰণৰ নেটৱৰ্কসমূহ নিৰ্মাণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা বুলি কেন্দ্রীয় শক্তিমন্ত্রী মনোহৰ লালৰ প্রকাশ

কৃত্রিম বুদ্ধিমত্তা আৰু যান্ত্রিক শিকণ ভিত্তিক এপ্লিকেছনসমূহে গ্রাহককেন্দ্রিক তথা স্বয়ংচালিত বিতৰণৰ নেটৱৰ্কসমূহ নিৰ্মাণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰা বুলি কেন্দ্রীয় শক্তিমন্ত্রী মনোহৰ লালে আজি প্রকাশ কৰিছে। নতুন দিল্লীত শক্তি বিতৰণ খণ্ডত কৃত্রিম বুদ্ধিমত্তা আৰু যান্ত্রিক শিকণ প্রযুক্তি সন্দর্ভত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।