কেন্দ্রীয় নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্রী প্রহ্লাদ যোশীয়ে আজি ভাৰতীয় সৌৰ শক্তি নিগম-SECIৰ পঞ্চদশ প্রতিষ্ঠা দিৱস উপলক্ষে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত শ্রীযোশীয়ে কয়, যে যোৱা ১৫ বছৰত ভাৰতৰ নৱীকৰণযোগ্য শক্তিৰ যাত্ৰা আগবঢ়াই নিয়াত আৰু দেশৰ নিকা শক্তি পৰিৱেশতন্ত্র শক্তিশালী কৰাত SECI-এ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
Assamese | September 21, 2026 3:18 PM | Solar Energy Corporation of India Limited
ভাৰতীয় সৌৰ শক্তি নিগম-SECIৰ পঞ্চদশ প্রতিষ্ঠা দিৱস উপলক্ষে কেন্দ্রীয় শক্তি মন্ত্রী প্রহ্লাদ যোশীৰ অভিনন্দন জ্ঞাপন