July 11, 2026 10:31 AM
24
নতুন দিল্লীত গ্রন্থ মুকলি অনুষ্ঠানত ৰাজ্য মন্ত্রী অর্জুন ৰাম মেঘৱালৰ অংশগ্ৰহণ
বিজ্ঞান আৰু সমাজ একেলগে বিকশিত হোৱাৰ ফলস্বৰূপে প্রযুক্তি বৰ্তমান মানুহৰ জীৱনৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে। কেন্দ্রীয় আইন আৰু ন্যায় ৰাজ্য মন্ত্রী অর্জুন ৰাম মেঘৱালে নতুন দিল্লীত কালি অনুষ্ঠিত গ্রন্থ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত ভাষণ দি কয়, যে কৃত্রিম বুদ্ধিমত্তা সুযো...