ৰাষ্ট্ৰীয়

July 12, 2026 8:16 PM

views 20

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে দেশৰ সমাজ সংস্কাৰকসকলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্রদর্শন কৰাটো প্ৰতিজন নাগৰিকৰ পৰম কৰ্তব্য বুলি দোহাৰিছে

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে দেশৰ সমাজ সংস্কাৰকসকলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্রদর্শন কৰাটো প্ৰতিজন নাগৰিকৰ পৰম কৰ্তব্য বুলি দোহাৰিছে। আজি নতুন দিল্লীৰ দ্বাৰকাস্থিত মন্নম আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ মন্নম স্মৃতি মণ্ডপ আৰু সমাজ সংস্কাৰক তথা স্বাধীনতা সংগ্রামী মান্নাথু পদ্মনাভনৰ এটি আবক্ষ মূর্তি মুকলি কৰি ...

July 12, 2026 11:44 AM

views 11

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰনে ছুইগি ইনষ্টামাৰ্টলৈ ৯ খন জাননী জাৰি

খাদ্য সুৰক্ষা আৰু মান আইন ২০০৬ৰ অধীনত নিয়ম উলংঘা কৰা বুলি একাংশ গ্রাহকে দাখিল কৰা অভিযোগৰ পিছত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰনে ছুইগি ইনষ্টামাৰ্টলৈ ৯ খন জাননী জাৰি কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰাধিকৰনে কয় যে খাদ্য ব্যৱসায় পৰিচালকক বিষদভাৱে অৱগত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া ...

July 11, 2026 8:58 PM

views 25

যিকোনো ব্যক্তিৰ ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকাত আলোকপাত কৰি নৱ প্ৰজন্মক গ্রন্থাগাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে যিকোনো ব্যক্তিৰ ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকাত আলোকপাত কৰি নৱ প্ৰজন্মক গ্রন্থাগাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত আজি জয়প্ৰকাশ নাৰায়ণ ৰাজহুৱা গ্ৰন্থাগাৰ উদ্বোধন কৰি শ্ৰীশ্বাহে কয় যে লোকনায়ক জয়প্রকাশ নাৰায়ণ হৈছে এগৰাকী মহান স...

July 11, 2026 8:28 PM

views 31

ভিয়েটনামৰ ফু-কুৱ’ক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েটনামৰ ফু-কুৱ’ক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত উপ- ৰাষ্ট্ৰপতিগৰাকীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। এই শোকাৱহ দুৰ্ঘটনাৰ ভুক্তভোগী পৰিয়ালবৰ্গক সাহস আৰু শক্তিৰে এই কঠিন সময়...

July 11, 2026 8:27 PM

views 34

ভিয়েটনামৰ ফু-কুৱ’ক দ্বীপত কেইবাগৰাকীও ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৫ জন লোকৰ মৃত্যু

ভিয়েটনামৰ ফু-কুৱ’ক দ্বীপত কেইবাগৰাকীও ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৫ জন লোকৰ মৃত্যু হয়। ২১ জন লোকক উদ্ধাৰ কৰা হৈছে বুলি হানয়ত থকা ভাৰতীয় দূতাবাসে প্ৰকাশ কৰিছে। নাওখনত ৩২ জন ভাৰতীয় পৰ্যটকৰ লগতে ৪ জন চালক আছিল। হ’ন মে ৰুট নাগই দ্বীপৰ পৰা প্ৰায় ৪০০ মিটাৰ দূৰত্ব...

July 11, 2026 8:11 PM

views 37

‘‘বিশ্ব জনসংখ্যা দিৱসে স্বেচ্ছামূলক পৰিয়াল পৰিকল্পনা, স্বাস্থ্যৱান পৰিয়ালৰ অন্তৰ্ভুক্তি আৰু বহনক্ষম বিকাশৰ ভেটি হিচাপে গুৰুত্ব আৰোপ কৰে’’-জে পি নাড্ডা

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কয়, যে বিশ্ব জনসংখ্যা দিৱসে স্বেচ্ছামূলক পৰিয়াল পৰিকল্পনা, স্বাস্থ্যৱান পৰিয়ালৰ অন্তৰ্ভুক্তি আৰু বহনক্ষম বিকাশৰ ভেটি হিচাপে গুৰুত্ব আৰোপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনাড্ডাই কয়, যে সন্তানৰ মাজত যদি সঠিক অন্তৰাল থাকে তেতিয়া পৰ...

July 11, 2026 8:11 PM

views 28

গণতন্ত্ৰত বিভিন্ন মতবাদ স্বাভাৱিক কিন্তু সংবিধান আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাক সর্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিতঃ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয়, যে গণতন্ত্ৰত বিভিন্ন মতবাদ স্বাভাৱিক কিন্তু সংবিধান আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাক সর্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত। গয়াত থকা বিহাৰ ৰাজহুৱা প্ৰশাসন আৰু গ্ৰামোন্নয়ন প্রতিষ্ঠানত দুদিনীয়া কাৰ্যসূচীৰে ১৮ সংখ্যক বিহাৰ বিধানসভাৰ সদস্যসকলৰ প্রশিক্ষণ কাৰ্যসূচী ...

July 11, 2026 8:11 PM

views 38

দুদিনীয়া ঐহিহাসিক নিউজিলেণ্ড ভ্রমণ সামৰি স্বদেশলৈ ৰাওনা প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ঐহিহাসিক নিউজিলেণ্ড ভ্রমণ সামৰি স্বদেশলৈ ৰাওনা হৈছে। ৪টা দশকৰ বিৰতিৰ মূৰত প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ নিউজিলেণ্ড ভ্রমণে দ্বিপাক্ষিক সম্পর্ক গুৰুত্বপূৰ্ণ অগ্রগতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্রী মোদীয়ে নিউজিলেণ্ডৰ প্রধানমন্ত্ৰী...

July 11, 2026 8:00 PM

views 38

ভাৰতীয়মূলৰ লোকসকল ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বৰ মূল স্তম্ভঃ প্রধানমন্ত্ৰী মোদী

ভাৰতীয় সম্প্ৰদায়ৰ লোকসকল ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বৰ মূল স্তম্ভ বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। অকলেণ্ডত এটা সমূহীয়া অনুষ্ঠানত ভাৰতীয় লোকসকলক উদ্দেশি দিয়া ভাষণত প্রধানমন্ত্রী শ্রীমোদীয়ে কয়, যে উভয় ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক অতিজৰে পৰা চলি অহা বন্ধুত্ব, সার্ব...

July 11, 2026 10:35 AM

views 23

Project 17A স্বদেশী ষ্টিল্থ ফ্রীগেট ‘মহেন্দ্ৰগিৰি’ F38 আনুষ্ঠানিকভাৱে নৌসেনাত অন্তর্ভুক্ত কৰিব

ভাৰতীয় নৌসেনাই আজি বিশাখাপট্টনমত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীৰাজনাথ সিঙৰ উপস্থিতিত এটা বিশেষ অনুষ্ঠানত ইয়াৰ ষষ্ঠ Project 17A স্বদেশী ষ্টিল্থ ফ্রীগেট 'মহেন্দ্ৰগিৰি' F38 আনুষ্ঠানিকভাৱে নৌসেনাত অন্তর্ভুক্ত কৰিব। এই নতুন যুদ্ধজাহাজখনৰ অন্তর্ভুক্তি ভাৰতৰ আত্মনিৰ্ভৰশীল প্ৰতিৰক্ষা নির্মাণ আৰু স্বদেশী সক্ষমতা বৃ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।