ৰাষ্ট্ৰীয়

January 11, 2026 12:40 PM

views 45

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক সোমনাথ স্বাভিমান পর্বত অংশগ্ৰহণ

তিনিদিনীয়া ভ্ৰমণসূচীৰে সম্প্ৰতি গুজৰাটত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঐতিহাসিক সোমনাথ স্বাভিমান পর্বত ভাগ লয়। ১০২৬ চনৰ জানুৱাৰীত সোমনাথ মন্দিৰৰ ওপৰত সংঘটিত প্ৰথম আক্ৰমণৰ এহেজাৰ বছৰ আৰু দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৫১ চনত মন্দিৰটো পুনৰ নিৰ্মাণৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই অনুষ...

January 11, 2026 11:16 AM

views 44

ডাক বিভাগৰ স্পীড পোষ্ট 24 আৰু স্পীড পোষ্ট 48 নামৰ দুটা নতুন সেৱাৰ কথা ঘোষণা

কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰতীয় ডাক বিভাগৰ স্পীড পোষ্ট 24 আৰু স্পীড পোষ্ট 48 নামৰ দুটা নতুন সেৱাৰ কথা ঘোষণা কৰিছে। এই সেৱাৰ জৰিয়তে ২৪ আৰু ৪৮ ঘণ্টাৰ ভিতৰত সুৰক্ষিতভাৱে নিৰ্দিষ্ট স্থানত প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। শ্রীসিন্ধিয়াই কালি মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ পিচৰত এই কথা ঘো...

January 11, 2026 11:14 AM

views 43

দেশে স্বদেশী আৰু স্ব-ভাষাৰ মন্ত্ৰ আঁকোৱালি লৈ আত্মনিৰ্ভৰ হৈ উঠিব পাৰে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মন্তব্য

দেশে স্বদেশী আৰু স্ব-ভাষাৰ মন্ত্ৰ আঁকোৱালি লৈ আত্মনিৰ্ভৰ হৈ উঠিব পাৰে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে। ৰাজস্থানৰ যোথপুৰত কালি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক স্থানীয় সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আৰু ঘৰত নিজৰ মাতৃভাষাতে কথা পাতিবলৈ আহ্বান জনায়। শ্রীশ্বাহে কয়, যে...

January 11, 2026 11:10 AM

views 52

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ প্রাক বাজেট সমীক্ষা

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে এখন প্রাক বাজেট পৰামৰ্শ আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী, মণিপুৰৰ ৰাজ্যপাল, গোৱা, হাৰিয়ানা, মেঘালয়, ছিকিম, দিল্লী আৰু জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী, অৰুণাচল প্ৰদেশ, মধ্যপ্রদেশ...

January 10, 2026 7:55 PM

views 39

অষ্ট্ৰেলিয়াৰ দক্ষিণ-পূব অঞ্চলৰ ভিক্টোৰিয়া প্ৰদেশত সংঘটিত বনজুইৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক দুর্যোগ ঘোষণা

অষ্ট্ৰেলিয়াৰ দক্ষিণ-পূব অঞ্চলৰ ভিক্টোৰিয়া প্ৰদেশত সংঘটিত বনজুইৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক দুর্যোগ ঘোষণা কৰা হৈছে। কেইবাটাও অঞ্চললৈ বনজুই বিয়পি পৰাৰ ফলত ভালেসংখ্যক লোকক স্থানান্তৰ কৰাৰ লগতে জৰুৰীকালীন সেৱা আগবঢ়োৱা হৈছে। উষ্ণতা, প্রচণ্ড বতাহ তথা শুকান বতৰৰ বাবে বনজুই নতুন নতুন অঞ্চললৈ সম্প্ৰসাৰিত হোৱাৰ প...

January 10, 2026 7:53 PM

views 46

নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত যুৱ নেতা আলোচনা, ২০২৬ত হর্ষ মালহোট্ৰাৰ অংশগ্ৰহণ

বিকশিত ভাৰত, যুব নেতা আলোচনা ৰাষ্ট্ৰজোৰা এক আন্দোলনলৈ ৰূপান্তৰিত হৈছে, যাৰ জৰিয়তে যুৱ প্ৰজন্মক প্রশাসন আৰু নীতি নির্ধাৰণৰ ক্ষেত্ৰত সংযুক্ত কৰা হৈছে। কেন্দ্রীয় পথ পৰিবহন আৰু ঘাইপথ ৰাজ্য মন্ত্রী হর্ষ মালহোটাই নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত যুৱ নেতা আলোচনা, ২০২৬ত অংশগ্রহণ কৰি এইদৰে প্ৰকাশ কৰে। শ্রীম...

January 10, 2026 7:50 PM

views 41

নতুন দিল্লীত ৫৩ সংখ্যক বিশ্ব গ্রন্থমেলা ২০২৬ ৰ উদ্বোধন

শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে আজি নতুন দিল্লীত ৫৩ সংখ্যক বিশ্ব গ্রন্থমেলা ২০২৬ ৰ উদ্বোধন কৰিছে। ৯ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই গ্রন্থমেলাত বিশ্বৰ ৩৫খনতকৈ অধিক দেশৰ সহস্রাধিক প্রকাশকে অংশগ্ৰহন কৰিছে। গ্ৰন্থমেলাখনিৰ শুভাৰম্ভ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে কিতাপ হৈছে জ্ঞানৰ এনে বাহক যি প্ৰজন্মৰ মাজত সে...

January 10, 2026 7:47 PM

views 45

নির্মলা সীতাৰমনৰ অধক্ষ্যতাত বিত্ত বিভাগৰ বিষয়ববীয়াসকলৰ এখন বৈঠক অনুষ্ঠিত

বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত বিত্ত বিভাগৰ বিষয়ববীয়াসকলৰ এখন বৈঠকক অধক্ষ্যতা কৰে। ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বাজেট অধিৱেশনৰ পূর্বে অনুষ্ঠিত হোৱা এই বৈঠকত বিত্ত বিভাগৰ ৰাজ্যমন্ত্রী পংকজ চৌধুৰীৰ লগতে বিভাগৰ জেষ্ঠ্য বিষয়াসকল উপস্থিত থাকে।

January 10, 2026 7:44 PM

views 44

আইন শৃংখলা পৰিস্থিতিয়ে যিকোনো ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰে বুলি অমিত শ্বাহৰ প্ৰকাশ

আইন শৃংখলা পৰিস্থিতিয়ে যিকোনো ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰে। ৰাজ্যসমূহৰ উন্নত আইন-শৃংখলা পৰিবেশে বিনিয়োগকাৰীসকলক বিনিয়োগ কৰিবলৈ আকর্ষণ কৰে। কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে ৰাজস্থানৰ জয়পুৰত আজি সন্ধিয়া অনুষ্ঠিত নিয়োগপত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। শ্রী...

January 10, 2026 7:42 PM

views 29

তিনিদিনীয়া ভ্রমণসূচীৰে গুজৰাটলৈ অহা প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি সোমনাথত উপস্থিত

 তিনিদিনীয়া ভ্রমণসূচীৰে গুজৰাটলৈ অহা প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি সোমনাথত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ প্ৰবাস পাটনাত উদযাপিত সোমনাথ স্বাভিমান পর্বত অংশগ্ৰহণ কৰাৰ কথা আছে। এহেজাৰ ২৬ চনত সোমনাথ মন্দিৰ আক্ৰমণৰ এহেজাৰ বছৰ সম্পূৰ্ণ আৰু ১৯৫১ চনত স্বাধীনতাৰ পাছত পুনৰুদ্ধাৰৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।