ৰাষ্ট্ৰীয়

August 29, 2025 2:20 PM

views 45

জাপানক প্ৰযুক্তিৰ আৰু ভাৰত প্ৰতিভাৰ পাৱাৰহাউছঃ প্রধানমন্ত্ৰী মোদী

■■■ জাপানৰ প্ৰযুক্তি আৰু ভাৰতীয় প্ৰতিভাৰ সন্মিলিত প্রচেষ্টাই এই শতিকাৰ প্ৰযুক্তি বিপ্লৱক নেতৃত্ব দিব পাৰে। টকিঅ'ত অনুষ্ঠিত ভাৰত-জাপান অর্থনৈতিক মঞ্চ সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এইদৰে কয়। প্রধানমন্ত্ৰী শ্ৰীমোদীয়ে জাপানক প্ৰযুক্তিৰ আৰু ভাৰতক প্ৰতিভাৰ পাৱাৰহাউছ বুলি অভিহিত কৰে। ভা...

August 29, 2025 2:15 PM

views 31

২০২২-২৩ বৰ্ষৰ স্কোপ উৎকর্ষতা বঁটা প্ৰদান ৰাষ্ট্ৰপতি মুৰ্মুৰ

■ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহক ২০২২-২৩ বৰ্ষৰ স্কোপ উৎকর্ষতা বঁটা প্ৰদান কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে স্বাধীনতাৰ সময়ৰে পৰা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ অৰ্থনৈতিক বিকাশ আৰু সামাজিক অন্তৰ্ভুক্তিৰ শক্তিশালী কাৰ...

August 28, 2025 9:25 PM

views 54

জম্মু কাশ্মীৰৰ অধকুৱাৰীৰ যাত্ৰাপথত সংঘটিত ভয়াৱহ ভূমিস্খলনত কেবাজনো লোকৰ প্রাণ হানি হোৱাৰ লগতে বহু লোক আহত

জম্মু কাশ্মীৰৰ অধকুৱাৰীৰ যাত্ৰাপথত সংঘটিত ভয়াৱহ ভূমিস্খলনত কেবাজনো লোকৰ প্রাণ হানি হোৱাৰ লগতে বহু লোক আহত হোৱাৰ পাছত আজি একেৰাহে তৃতীয় দিনৰ বাবে ৰিয়াছি জিলাৰ ত্ৰিকুটা পাহাৰৰ ওপৰত শ্ৰী মাতা বৈষ্ণো দেৱী যাত্রা স্থগিত ৰখা হৈছে। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা মতে চলিত সপ্তাহৰ আৰম্ভণিতে সংঘটিত এই ভয...

August 28, 2025 9:04 PM

views 57

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত অপৰাধ নির্মূলৰ অৰ্থে দুয়ো দেশে যুটীয়াভাৱে প্ৰচেষ্টা চলোৱাৰ বাবে সন্মত

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত অপৰাধ নির্মূলৰ অৰ্থে দুয়ো দেশে যুটীয়াভাৱে প্ৰচেষ্টা চলোৱাৰ বাবে সন্মত হৈছে। বাংলাদেশৰ ৰাজধানী ঢাকাৰ পিলখানাত অৱস্থিত সীমান্তৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত চাৰিদিনীয়া মহানিৰ্দেশক পৰ্যায়ৰ সীমান্ত সন্মিলনত দুয়ো দেশৰ প্ৰতিনিধিয়ে এটা যুটীয়া বিবৃতিযোগে এই প্ৰতি...

August 28, 2025 8:55 PM

views 39

মহাত্মা আয়নকলিৰ জন্মবার্ষিকী উপলক্ষে আজি নেতাগৰাকীলৈ প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা আয়নকলিৰ জন্মবার্ষিকী উপলক্ষে আজি নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্রধানমন্ত্রী শ্রীমোদীয়ে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মহাত্মা আয়নকলিক সামাজিক ন্যায় আৰু সৱলীকৰণৰ এক প্ৰতিমূৰ্তি বুলি অভিহিত কৰে। উল্লেখযোগ্য যে সমাজ সংস্কাৰক, শিক্ষাবিদ মহাত্মা আয়...

August 28, 2025 1:17 PM

views 40

ফৰকাটিং আৰু নিউ তিনিচুকীয়াৰ ৰে’লপথ দ্বৈতকৰণত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই ফৰকাটিং আৰু নিউ তিনিচুকীয়াৰ মাজৰ ১৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে'লপথ দ্বৈতকৰণত অনুমোদন জনাইছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৩ হাজাৰ ৬৩৪ কোটি টকা ব্যয়সাপেক্ষে এই প্রকল্প ৰূপায়ণ কৰিব । উল্লেখযোগ্য যে এই ৰে'লপথছোৱা উজনি অসমৰ সৈতে দেশৰ বাকী অংশক সংযোগ কৰাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ ...

August 28, 2025 12:13 PM

views 52

চাৰিখন ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি চত্তিশগড়, মধ্য মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড আৰু কৰ্ণাটকৰ উপকূলীয় অঞ্চলত প্ৰবল বৃষ্টিপাতৰ আগলি বতৰা জাৰি কৰিছে। বিভাগে লগতে অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চল, পূব ৰাজস্থান, হিমাচল প্ৰদেশ, কৰ্ণাটকৰ অভ্যন্তৰীণ অংশ, কেৰালা, মাহে, গোৱা আদিতো ধাৰাষাৰ বৰষুণ হ’ব পাৰে বুলি জানিবলৈ দিছে।...

August 28, 2025 12:11 PM

views 42

চত্তিশগড়ত ৩০ জন মাওবাদীৰ আত্মসমৰ্পণ

চত্তিশগড়ৰ বিজাপুৰ জিলাত কালি ৩০ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। আৰক্ষী অধীক্ষক জীতেন্দ্ৰ যাদৱে প্ৰকাশ কৰা অনুসৰি আত্মসমৰ্পণ কৰা মাওবাদী কেইজনৰ বিনিময়ত ইতিমধ্যে ৮১ লাখ টকাৰ ঘোষণা কৰা হৈছিল। আত্মসমৰ্পণ কৰা মাওবাদীকেইজন বিভিন্ন ঘটনাৰ সৈতে জড়িত বুলি পূর্বে জনোৱা হৈছিল। ৰাজ্য চৰকাৰৰ পুনৰ্বাসন আঁচনিৰ অধী...

August 28, 2025 12:08 PM

views 38

প্রধানমন্ত্রী জন ধন যোজনাৰ আজি ১১ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্রী জন ধন যোজনাই আজি ১১ বছৰ সম্পূৰ্ণ কৰিছে। ২০১৪ চনৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা এই যোজনা হৈছে বিশ্বৰ সৰ্ববৃহৎ বিত্তীয় উদ্যম। সেই বছৰৰেই ২৪ আগষ্টত এই যোজনাৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক দেশৰ দুখীয়া লোকসকলৰ দৰিদ্ৰতাৰ পৰা মুক্ত কৰাৰ দিশ উদযাপনৰ এ...

August 28, 2025 12:07 PM

views 26

জম্মু আৰু উত্তৰ পঞ্জাৱত ভাৰতীয় বায়ুসেনা বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত

ভাৰতীয় বায়ুসেনা বাহিনীয়ে জম্মু অঞ্চল আৰু উত্তৰ পঞ্জাৱত বৰ্ধিত জলস্তৰ আৰু বিধবংসী বানত আক্রান্ত লোকসকলৰ বাবে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে জনোৱা অনুসৰি ভাৰতীয় বায়ুসেনা বাহিনীয়ে বিভিন্ন ধৰণৰ হেলিকপ্টাৰ, বিমান আৰু অন্যান্য সা-সুবিধাৰ জৰিয়তে জনস...