August 28, 2025 12:03 PM
36
আধাৰ বায়’মেট্ৰিক উন্নীত কৰিবলৈ দেশৰ বিদ্যালয়সমূহলৈ আহ্বান UIDAI ৰ
ভাৰতৰ অনন্য পৰিচয় প্রাধীকৰণ- UIDAI এ ৫ বছৰৰ পৰা ১৫ বছৰ বয়সৰ শিশুসকলৰ বাবে নিৰ্ধাৰিত সময়ত বাধ্যতামূলক আধাৰ বায়’মেট্ৰিক উন্নীত কৰিবলৈ দেশৰ বিদ্যালয়সমূহত প্রতি আহ্বান জনাইছে। ইলেকট্রনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি, UIDAI ৰ মুখ্য কাৰ্যবাহী বিষযা ভূৱনেশ কুমাৰে এ...