ৰাষ্ট্ৰীয়

August 30, 2025 11:06 AM

views 28

২০২৪-২৫ বৰ্ষৰ ৩৫ সংখ্যক ৰাষ্ট্ৰীয় যুৱ প্রতিযোগিতাৰ পুৰস্কাৰ বিতৰণ

কেন্দ্ৰীয় বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত ২০২৪-২৫ বৰ্ষৰ ৩৫ সংখ্যক ৰাষ্ট্ৰীয় যুৱ প্রতিযোগিতাৰ পুৰস্কাৰ বিতৰণ কাৰ্যসূচী কালি নতুন দিল্লীৰ সংসদ ভৱন চৌহদত অনুষ্ঠিত হয়। এই অনুষ্ঠানত অংশগ্রহণ কৰি বি জে পিৰ সাংসদ বাঞ্চুৰী স্বৰাজে সংসদীয় পদ্ধতি সুন্দৰকৈ প্ৰদৰ্শন কৰা বাবে শিক্ষাৰ্থীসকলক অভিনন্দন...

August 30, 2025 11:03 AM

views 49

অহা ডিচেম্বৰত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন অহা ডিচেম্বৰত ভাৰতলৈ আহিব বুলি ক্রেমলিনৰ বৈদেশিক নীতিৰ শীর্ষ বিষয়া য়ুৰি উশ্বাক’ভে প্রকাশ কৰিছে। তেওঁ কয়, যে ৰাষ্ট্ৰপতি পুটিনে অহা সোমবাৰে চীনৰ টিয়ানজিনত হ'বলগীয়া ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ সুযোগতে এই সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলি...

August 30, 2025 11:00 AM

views 38

ভাৰত-জাপানক খনিজ সম্পদক লৈ স্বাক্ষৰিত সহযোগিতাৰ চুক্তিত মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ প্ৰশংসা

কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে খনিজ মন্ত্ৰ্যালয় আৰু জাপানৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ৰ মাজত খনিজ সম্পদক লৈ স্বাক্ষৰিত সহযোগিতাৰ চুক্তিৰ প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰেড্ডীয়ে কয়, যে এই চুক্তিখন গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ যোগান শৃংখলাৰ ক্ষেত্ৰত ভ...

August 30, 2025 10:52 AM

views 26

টকিঅ’ত পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক সন্মিলন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্রী চিগেৰু ইশ্বিবাই দুয়োখন দেশৰ মাজৰ কৌশলগত অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে দশকজোৰা ব্যাপক ৰূপৰেখা মুকলি কৰে। টকিঅ’ত অনুষ্ঠিত পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ পাছত দুয়োগৰাকী নেতাই এই কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সাম...

August 29, 2025 8:32 PM

views 42

শ্বিগেৰু ইশ্বিবাৰ সৈতে পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি টকিঅ'ত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইশ্বিবাৰ সৈতে পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত থকা সম্পৰ্কৰ কথা সকলো দিশৰ পৰা আলোচনা কৰি এটা সমীক্ষা আগবঢ়ায় আৰু বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বৰ পৰৱৰ্ত্তী...

August 29, 2025 8:30 PM

views 20

অমৃত উদ্যানত অনুষ্ঠিত এটা অনুষ্ঠানত ক্রীড়াবিদসকলৰ সৈতে মত-বিনিময় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উপলক্ষে অমৃত উদ্যানত অনুষ্ঠিত এটা অনুষ্ঠানত ক্রীড়াবিদসকলৰ সৈতে মত-বিনিময় কৰে। ক্রীড়া দিৱস উদযাপনৰ উদ্যেশ্যে ক্রীড়াবিদসকলক অমৃত উদ্যানত আজি বিশেষ সুবিধা প্ৰদান কৰা হয়। এই উদ্যানখন এই মাহৰ ১৪ তাৰিখলৈ খোলা থাকিব। অমৃত উদ্যানৰ প্ৰবেশ ম...

August 29, 2025 8:27 PM

views 22

বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ উদ্যোগ জগতক আহ্বান পীয়ুষ গোৱেলৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে চৰকাৰৰ গৱেষণা উন্নয়ন আৰু উদ্ভাৱন আঁচনিৰ জৰিয়তে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'বলৈ উদ্যোগ জগতক আহ্বান জনাইছে। আজি নতুন দিল্লীত ১৭ সংখ্যক চি আই আই গ্লোবেল মেডটেক সন্মিলনত শ্রীগোৱেলে ভাৰতীয় ভেষজ উদ্যোগক কোভিড-১৯ মহামাৰীৰ সময়ত প্ৰদৰ্শন কৰা সেৱাক প্ৰশ...

August 29, 2025 8:26 PM

views 29

ভাৰতীয় নৌসেনাৰ জাহাজ টামাল আৰু চুৰাট চৌদি আৰৱৰ জেড্ডাত উপস্থিত

ভাৰতীয় নৌসেনাৰ জাহাজ টামাল আৰু চুৰাট চৌদি আৰৱৰ জেড্ডাত উপস্থিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে এই ভ্রমণে ভাৰত আৰু চৌদি আৰৱৰ প্ৰতিৰক্ষা সহযোগিতা আৰু বন্ধুত্বপূর্ণ সম্পর্ক উন্নত কৰাৰ লগতে দুয়োপক্ষই নৌসেনাৰ উত্তম পদ্ধতিসমূহ অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰিব। মন্ত্ৰালয়ে লগতে ভাৰতে চৌদি আৰৱৰ সৈতে সাং...

August 29, 2025 2:40 PM

views 57

আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস

● আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস। কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ২৯ আগষ্টত এই দিৱস পালন কৰা হয়। এই বছৰ ৰাষ্ট্ৰীয় ক্রীড়া দিৱসৰ মূল বিষয়বস্তু হৈছে- শান্তিপূৰ্ণ আৰু সৰ্বাত্মক সমাজৰ প্ৰসাৰৰ বাবে খেল-ধেমালি। এই বিষয়বস্তুৰ জৰিয়তে খেল-ধেমালিয়ে কিদৰে দলীয় ভ...

August 29, 2025 2:33 PM

views 48

উচ্চতম ন্যায়ালয়ৰ দুগৰাকী নৱনিযুক্ত ন্যায়াধীশৰ কাৰ্যভাৰ গ্ৰহণ

● ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গৱাইয়ে আজি উচ্চতম ন্যায়ালয়ক দুগৰাকী নৱনিযুক্ত ন্যায়াধীশক কাৰ্যভাৰ গ্ৰহণৰ শপতবাক্য পাঠ কৰোৱায়। এই অনুষ্ঠানত ন্যায়াধীশ আলোক আৰাধে আৰু ন্যায়াধীশ মনোভাই পঞ্চোলিয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে দুদিন পূৰ্বে তেওঁলোকক নিযুক্তি দি...