ৰাষ্ট্ৰীয়

August 30, 2025 11:06 PM

views 33

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া জাপান ভ্রমণ সামৰি চীনত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া জাপান ভ্রমণ সামৰি চীনত উপস্থিত হৈছে। দেশখনৰ তিয়েনজিনত কাইলৈ অনুষ্ঠিত হ'বলগীয়া দুদিনীয়া চাংহাই সহযোগিতা সংস্থাৰ ২৫ সংখ্যক শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব নেতাসকলৰ সৈতে অংশগ্রহণ কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্ব নেতাসকলৰ ...

August 30, 2025 11:04 PM

views 41

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা কেৱল বিকল্প নহয়, বৰং ই অস্তিত্ব আৰু প্ৰগতিৰ চৰ্তঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা কেৱল বিকল্প নহয়। বৰং ই হৈছে অস্তিত্ব আৰু প্ৰগতিৰ চৰ্ত। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত আজি প্ৰতিৰক্ষা সন্মিলনত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। অপাৰেশ্বন সিন্দূৰৰ সফলতাৰ বিষয়ে আলোকপাত কৰি তেঁও কয় যে এই অভিযানে দেশৰ ক্ৰমবৰ্ধমান প্ৰতিৰক্ষা ক্ষমতাৰ উজ্ব...

August 30, 2025 11:01 PM

views 32

ভাৰতত বিগত এঘাৰ বছৰত বৈদ্যুতিক আহিলা উৎপাদন ছগুণ বৃদ্ধি

বিগত এঘাৰ বছৰত ভাৰতত বৈদ্যুতিক আহিলা উৎপাদন ছগুণ পর্যন্ত বৃদ্ধি হৈ ১১ কোটি ৫০ লাখ উৎপাদন মূল্য লাভ কৰিছে। ৩ লাখ কোটিৰো অধিক বৈদ্যুতিক সামগ্ৰী ৰপ্তানি কৰাৰ লগতে ২৫ লাখ লোক প্রত্যক্ষ বা পৰোক্ষভাৱে সংস্থাপিত হৈছে। কেন্দ্ৰীয় ইলেকট্রনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি উত্তৰ প্ৰদেশৰ নয়দা...

August 30, 2025 10:24 PM

views 35

আকাশবাণীত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ এঘাৰ বজাত মন কী বাত অনুষ্ঠানত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১২৫ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি airnews ৱেৱছাইট আৰু newsonair মোবাইল এপত শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ত...

August 30, 2025 11:06 AM

views 28

২০২৪-২৫ বৰ্ষৰ ৩৫ সংখ্যক ৰাষ্ট্ৰীয় যুৱ প্রতিযোগিতাৰ পুৰস্কাৰ বিতৰণ

কেন্দ্ৰীয় বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত ২০২৪-২৫ বৰ্ষৰ ৩৫ সংখ্যক ৰাষ্ট্ৰীয় যুৱ প্রতিযোগিতাৰ পুৰস্কাৰ বিতৰণ কাৰ্যসূচী কালি নতুন দিল্লীৰ সংসদ ভৱন চৌহদত অনুষ্ঠিত হয়। এই অনুষ্ঠানত অংশগ্রহণ কৰি বি জে পিৰ সাংসদ বাঞ্চুৰী স্বৰাজে সংসদীয় পদ্ধতি সুন্দৰকৈ প্ৰদৰ্শন কৰা বাবে শিক্ষাৰ্থীসকলক অভিনন্দন...

August 30, 2025 11:03 AM

views 49

অহা ডিচেম্বৰত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন অহা ডিচেম্বৰত ভাৰতলৈ আহিব বুলি ক্রেমলিনৰ বৈদেশিক নীতিৰ শীর্ষ বিষয়া য়ুৰি উশ্বাক’ভে প্রকাশ কৰিছে। তেওঁ কয়, যে ৰাষ্ট্ৰপতি পুটিনে অহা সোমবাৰে চীনৰ টিয়ানজিনত হ'বলগীয়া ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ সুযোগতে এই সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলি...

August 30, 2025 11:00 AM

views 38

ভাৰত-জাপানক খনিজ সম্পদক লৈ স্বাক্ষৰিত সহযোগিতাৰ চুক্তিত মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ প্ৰশংসা

কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে খনিজ মন্ত্ৰ্যালয় আৰু জাপানৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ৰ মাজত খনিজ সম্পদক লৈ স্বাক্ষৰিত সহযোগিতাৰ চুক্তিৰ প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰেড্ডীয়ে কয়, যে এই চুক্তিখন গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ যোগান শৃংখলাৰ ক্ষেত্ৰত ভ...

August 30, 2025 10:52 AM

views 26

টকিঅ’ত পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক সন্মিলন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্রী চিগেৰু ইশ্বিবাই দুয়োখন দেশৰ মাজৰ কৌশলগত অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে দশকজোৰা ব্যাপক ৰূপৰেখা মুকলি কৰে। টকিঅ’ত অনুষ্ঠিত পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ পাছত দুয়োগৰাকী নেতাই এই কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সাম...

August 29, 2025 8:32 PM

views 42

শ্বিগেৰু ইশ্বিবাৰ সৈতে পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি টকিঅ'ত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইশ্বিবাৰ সৈতে পঞ্চদশ ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত থকা সম্পৰ্কৰ কথা সকলো দিশৰ পৰা আলোচনা কৰি এটা সমীক্ষা আগবঢ়ায় আৰু বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বৰ পৰৱৰ্ত্তী...

August 29, 2025 8:30 PM

views 20

অমৃত উদ্যানত অনুষ্ঠিত এটা অনুষ্ঠানত ক্রীড়াবিদসকলৰ সৈতে মত-বিনিময় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উপলক্ষে অমৃত উদ্যানত অনুষ্ঠিত এটা অনুষ্ঠানত ক্রীড়াবিদসকলৰ সৈতে মত-বিনিময় কৰে। ক্রীড়া দিৱস উদযাপনৰ উদ্যেশ্যে ক্রীড়াবিদসকলক অমৃত উদ্যানত আজি বিশেষ সুবিধা প্ৰদান কৰা হয়। এই উদ্যানখন এই মাহৰ ১৪ তাৰিখলৈ খোলা থাকিব। অমৃত উদ্যানৰ প্ৰবেশ ম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।