ৰাষ্ট্ৰীয়

September 1, 2025 8:18 PM

views 36

কাইলৈ যশোভূমিত চেমিকন ইণ্ডিয়া ২০২৫ মুকলি কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ যশোভূমিত চেমিকন ইণ্ডিয়া ২০২৫ মুকলি কৰিব। দেশত বহনক্ষম অর্ধপৰিবাহী অৰ্থব্যৱস্থা গঢ়ি তোলাৰ বাবে ৩ দিনীয়া কাৰ্যসূচীৰে এই সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত চেমিকন ইণ্ডিয়া কাৰ্যসূচীৰ অগ্ৰগতি স্মার্ট মেনুফেক্সৰিং, কৃত্রিম বুদ্ধিমত্তা আৰু উদ্ভাৱন গৱেষণা...

September 1, 2025 3:12 PM

views 71

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈ কোনেও ভালদৰে অৰ্থনীতি পৰিচালনা কৰিব নোৱাৰেঃ কিৰেণ ৰিজিজু

● দেশৰ মুঠ ঘৰুৱা উৎপাদন ৭.৮ শতাংশলৈ বৃদ্ধিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈ কোনেও যে ভালদৰে অৰ্থনীতি পৰিচালনা কৰিব নোৱাৰে সেয়াই প্ৰমাণ কৰে বুলি কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৱে মন্তব্য কৰিছে। নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি শ্ৰীৰিজিজুৱে কয়, যে বিশ্বৰ শীৰ্ষ অর্থনীতবিদসকলে প্রধানমন্ত্...

September 1, 2025 3:08 PM

views 52

ইণ্ডিয়া ম’বাইল কংগ্ৰেছ- IMC25 এপ্লিকেচন মুকলি কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

■ কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি নতুন দিল্লীত ইণ্ডিয়া ম'বাইল কংগ্ৰেছ- IMC25 এপ্লিকেচন মুকলি কৰে। কৃত্রিম বুদ্ধিমত্তা আধাৰিত ব্যৱস্থা আৰু উন্নত নেটৱৰ্কিঙৰ লগতে বিভিন্ন সা-সুবিধা থকা এই এপ্লিকেচনে প্রদর্শনীখনত দৰ্শকক বিশেষ সুবিধা প্ৰদান কৰিব। উল্লেখযোগ্য যে ইণ্ডিয়া ম'বাইল কং...

September 1, 2025 3:04 PM

views 79

প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি জম্মুৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় বন্ধ ঘোষণা

● জম্মু-কাশ্মীৰত শেহতীয়া প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জম্মুৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয় বন্ধ ঘোষণা কৰিছে। জম্মুৰ বিদ্যালয় শিক্ষা সঞ্চালকালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি প্ৰতিকুল বতৰ আৰু ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি...

September 1, 2025 2:55 PM

views 58

আফগানিস্তানৰ কুনাৰ প্ৰদেশত ভূমিকম্পত কমেও ২৩০ জন লোকৰ মৃত্যু

● আফগানিস্তানৰ জালালাবাদ নগৰৰ সমীপৰ কুনাৰ প্ৰদেশত কালি হোৱা এটা ভূমিকম্পত কমেও ২৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০০ জন লোক আহত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ-তাত্বিক সমীক্ষা মতে ৰিখাৰ স্কেলত ৬ প্রাবল্যৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ নানগাৰহাৰ প্ৰদেশৰ জালালাবাদ নগৰৰ ২৭ কিলোমিটাৰ পূব-উত্তৰ-পূবত বুলি কোৱা হৈছে। ...

September 1, 2025 2:52 PM

views 56

টিয়ানজিন ঘোষণা পত্ৰই সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট আৰু ঐক্যবদ্ধ হোৱাৰ বাৰ্তা দিছে

■ চীনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ অংশ হিচাপে অনুষ্ঠিত ৰাষ্ট্ৰৰ মুৰব্বীসকলৰ সন্মিলনৰ পাছত আজি প্ৰকাশ পোৱা টিয়ানজিন ঘোষণা পত্ৰই সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট আৰু ঐক্যবদ্ধ হোৱাৰ বাৰ্তা দিছে। ইয়াৰ লগতে আঞ্চলিক সহযোগিতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত ভূমিকাকো স্বীকৃতি দিয়া হৈছে। শেহত...

September 1, 2025 2:48 PM

views 57

সন্ত্রাসবাদ সন্দৰ্ভত দ্বৈত মান কোনো কাৰণতে গ্রহণযোগ্য নহয়ঃ প্রধানমন্ত্রী

● সন্ত্রাসবাদ সন্দৰ্ভত দ্বৈত মান কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। চীনৰ টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত দিয়া বিবৃতিত প্রধানমন্ত্ৰীয়ে সন্ত্রাসবাদক মানৱতাৰ বিৰুদ্ধে বৃহৎ ভাবুকি বুলি উল্লেখ কৰাৰ লগতে যিকোনো প্ৰকাৰৰ সন্ত্ৰাসবাদ গৰ...

September 1, 2025 12:16 PM

views 57

ব্যৱসায়িক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫১ টকা ৫০ পইচাকৈ হ্ৰাস

ব্যৱসায়িক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫১ টকা ৫০ পইচাকৈ হ্ৰাস কৰা হৈছে। এই সংশোধিত মূল্য আজিৰে পৰা কাৰ্যকৰী হ'ব বুলি তেল ব্যৱসায়ীক কোম্পানীসমূহে কালি প্ৰকাশ কৰিছে। এই অনুসৰি দিল্লীত ১৯ কিল'গ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ এটা চিলিণ্ডাৰৰ মূল্য এতিয়াৰে পৰা এহেজাৰ পাঁচশ আশী টকা হ'ব। অৱশ্যে ১৪...

August 31, 2025 10:10 PM

views 21

লক্ষ্ণৌৰ বেহতা বজাৰ অঞ্চলত অবৈধ ফটকা কাৰখানাত সংঘটিত বিস্ফোৰণত ২ গৰাকী লোকৰ মৃত্যুৰ লগতে ৫ গৰাকী লোক আহত

লক্ষ্ণৌৰ গুদাম্বা আৰক্ষী চকীৰ বেহতা বজাৰ অঞ্চলত থকা এটা অবৈধ ফটকা কাৰখানাত আজি সংঘটিত এটা বিস্ফোৰণত দুগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৫ গৰাকী লোক আহত হয়। জিলা দণ্ডাধীশ ভিছাক জিয়ে জনোৱা মতে, এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। মুখ্যমন্ত্রী যোগী আদি...

August 31, 2025 9:41 PM

views 43

২০২৫-২৬ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈকে দেশৰ মুঠ ঘৰুৱা উৎপাদন, জি ডি পিৰ হাৰ ৭.৮ শতাংশলৈ বৃদ্ধি

২০২৫-২৬ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈকে দেশৰ মুঠ ঘৰুৱা উৎপাদন, জি ডি পিৰ হাৰ ৭.৮ শতাংশলৈ বৃদ্ধি পাইছে। এই হাৰ বিগত তিনিমহীয়া চক্ৰতকৈ দশমিক ৪ শতাংশ বৃদ্ধি পাইছে।