September 3, 2025 12:38 PM
48
কংগ্ৰেছ নেতা পৱন খেৰালৈ নির্বাচন আয়োগৰ জাননী জাৰি
এটাতকৈ অধিক সমষ্টিত নির্বাচনী পঞ্জীয়ন থকা বাবে নির্বাচন আয়োগে কংগ্ৰেছ নেতা পৱন খেৰালৈ জাননী জাৰি কৰিছে। নতুন দিল্লী সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াই অহা ৮ ছেপ্তেম্বৰৰ পুৱা ১১ বজাৰ আগতে নেতাগৰাকীক এই জাননীৰ উত্তৰ দিয়াৰ নিৰ্দেশ দিছে। নতুন দিল্লী আৰু জংপুৰা বিধানসভা সমষ্টিত ভোটদাতা হিচাপে নাম সন্ন...