ৰাষ্ট্ৰীয়

August 25, 2025 9:32 PM

views 29

উগ্রপন্থী সংগঠন হিজবুল্লাক নিৰস্ত্ৰ কৰা সন্দৰ্ভত লেবানন চৰকাৰৰ সিদ্ধান্তক ইজৰাইলৰ আদৰণি

উগ্রপন্থী সংগঠন হিজবুল্লাক এইবছৰৰ শেষৰ ফাললৈ নিৰস্ত্ৰ কৰা সন্দৰ্ভত লেবানন চৰকাৰে লোৱা সিদ্ধান্তক ইজৰাইলে আদৰণি জনাইছে। ইজৰাইলী প্রধানমন্ত্ৰী নেতান্যাহুৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই সম্পৰ্কীয় প্ৰস্তাৱ মৰ্মে দেশখনৰ সেনা বাহিনীক জড়িত কৰিবলৈ লেবাননৰ প্ৰধা...

August 25, 2025 9:30 PM

views 27

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনি লিগামামাদা ৰাবুকাৰ সাক্ষাৎ

ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনি লিগামামাদা ৰাবুকাই আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত শ্ৰীমতী মুৰ্মুৱে প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। উল্লে...

August 25, 2025 9:27 PM

views 24

নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনি ৰাবুকাৰ বৈঠক

ভাৰত আৰু ফিজিয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ কথা দোহাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনি ৰাবুকাৰ মাজত নতুন দিল্লীত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে সহযোগিতা শক্তিশালী কৰাৰ লগতে যিকোনো ধৰণৰ সন্ত্ৰাসবাদৰ তীব্ৰ গৰিহণা দিয়ে।...

August 25, 2025 8:36 PM

views 18

নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ শপতগ্ৰহণ

মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই আজি নাগালেণ্ডৰ ২২ সংখ্যক ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিছে। ক'হিমাৰ ৰাজভৱনত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে শ্ৰী ভাল্লাক শপতবাক্য পাঠ কৰোৱায়। যোৱা ১৫ আগষ্টত নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ বিয়োগৰ পৰিপ্ৰেক্ষিতত...

August 25, 2025 10:19 AM

views 71

অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি

■ মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি মুম্বাই কৰ্তৃপক্ষই অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত দিছে। দেশৰ বাণিজ্যিক ৰাজধানীখনত অসমৰ জনসাধাৰণৰ বাবে যাৱতীয় ৰাজহুৱা আন্তঃগাঁথনিৰ বিকাশ তথা সুচল ব্যৱস্থা গঢ়ি তোলাৰ বাবে অসম চৰকাৰে এই ভূমিত এটা নিজা চৌহদ স্থাপন কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ...

August 24, 2025 12:52 PM

views 66

১৩ ছেপ্তেম্বৰত ছাইৰাঙত মিজোৰামৰ প্ৰথমটো ৰে’ল ষ্টেচন উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১৩ ছেপ্তেম্বৰত ছাইৰাঙত মিজোৰামৰ প্ৰথমটো ৰে'ল ষ্টেচন উদ্বোধন কৰিব । মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুঅ'মাই শুকুৰবাবে এই কথা প্ৰকাশ কৰে। ৫১ দশমিক ৩-৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈৰবী-ছাইৰাং সংযোগী ব্ৰজগজ ৰে'ল পথ অভিযান্ত্ৰিক সাফল্যৰ উজ্জ্বল নিদৰ্শনৰূপে পৰিগণিত হৈছে। এই পথছোৱাত ৪৮ ট...

August 23, 2025 8:55 PM

views 36

কাজাখস্তানত অনুষ্ঠিত ষষ্ঠদশ এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ অৰ্জন বাবুটা আৰু এলাবেনিল বালাৰিবনৰ সোণৰ পদক লাভ

কাজাখস্তানৰ ছিমকেণ্টত অনুষ্ঠিত ষষ্ঠদশ এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ অৰ্জন বাবুটা আৰু এলাবেনিল বালাৰিবনে ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড দলীয় শাখাত সোণৰ পদক লাভ কৰে। ভাৰতৰ দলটোৱে চীনৰ পেং ছিনলু আৰু লু ডিংগকেক ১৭-১১ ফলাফলত পৰাস্ত কৰে।

August 23, 2025 8:53 PM

views 32

কানাডাত অনুষ্ঠিত বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপত ২১ বছৰ অনূৰ্ধ্ব কম্পাউণ্ড শাখাত ভাৰতৰ পুৰুষ দলটোৰ প্ৰথমবাৰৰ বাবে বিশ্ব খিতাপ অৰ্জন

কানাডাত অনুষ্ঠিত বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপ ২০২৫ত ২১ বছৰ অনূৰ্ধ্ব কম্পাউণ্ড শাখাত ভাৰতৰ পুৰুষ দলটোৱে প্ৰথমবাৰৰ বাবে বিশ্ব খিতাপ অৰ্জন কৰিছে। সোণৰ পদকৰ বাবে অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতৰ কুশল দালাল, মিহিৰ আপাৰ আৰু গণেশ মণিৰত্নমে শ্বুট আউটত জাৰ্মানীক পৰাস্ত কৰে। ১৮ বছৰ অনূৰ্ধ্ব পুৰুষৰ কম্পাউণ্ড...

August 23, 2025 8:50 PM

views 25

জম্মু-কাশ্মীৰৰ ডাল হ্ৰদত অনুষ্ঠিত খেলো ইণ্ডিয়া জল ক্রীড়া মহোৎসৱৰ সামৰণি

জম্মু কাশ্মীৰৰ ঐতিহাসিক ডাল হ্ৰদত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া জল ক্রীড়া মহোৎসৱৰ আজি বিয়লি সামৰণি পৰে। প্ৰতিযোগিতাত মধ্যপ্রদেশে ১০টা সোন, তিনিটা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ১৮টা পদক অৰ্জন কৰি শীৰ্ষস্থান দখল কৰিছে। ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ আৰু জম্মু কাশ্মীৰ ক্ৰীড়া পৰিষদে যুটীয়...

August 23, 2025 8:48 PM

views 22

আমেৰিকালৈ ডাকযোগে সামগ্রী প্ৰেৰণ সাময়িকভাৱে স্থগিত ডাক বিভাগৰ

ডাক বিভাগে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ডাকযোগে সামগ্রী প্ৰেৰণৰ ব্যৱস্থাটো সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিছুদিন পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰই ৮০০ ডলাৰলৈকে মূল্যৰ সামগ্ৰীৰ বাবে শুল্ক-মুক্ত ব্যৱস্থাটো এই মাহৰ ২৯ তাৰিখৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতেই ডাক বিভাগে এই নিৰ্দেশনা প্...