ৰাষ্ট্ৰীয়

August 23, 2025 8:39 PM

views 35

মহাকাশ খণ্ডত ভাৰতে উল্লেখযোগ্য অগ্রগতি লাভ কৰিছে আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মান সহজ কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, মহাকাশ খণ্ডত ভাৰতে আজি উল্লেখযোগ্য অগ্রগতি লাভ কৰিছে আৰু দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান সহজ কৰি তুলিছে। মহাকাশ দিৱস উপলক্ষে এটা ভিডিঅ' বার্তাযোগে শ্ৰী মোদীয়ে কয়, যে ভাৰতে মহাকাশ প্রযুক্তি কেৱল বৈজ্ঞানিক সম্পৰীক্ষা নহয়, ই লগতে জনসাধাৰণৰ জীৱন ধাৰণ সহজ কৰি তুলি...

August 23, 2025 6:36 PM

views 25

উৰিয়ামঘাটৰ বিদ্যাপুৰত অসম-নাগালেণ্ড চৰকাৰৰ বৈঠক, উচ্ছেদিত স্থান-গছপুলি ৰোপণ কাৰ্যসূচী নিৰীক্ষণ

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ শেহতীয়াকৈ উচ্ছেদ অভিযান চলোৱা বিদ্যাপুৰত আজি অসম আৰু নাগালেণ্ড চৰকাৰে এখন বৈঠকত মিলিত হয়। দুয়োখন ৰাজ্যৰ জনপ্ৰতিনিধি তথা প্ৰশাসনিক বিষয়াসকলে উচ্ছেদিত স্থান আৰু গছপুলি ৰোপণ কাৰ্যসূচী নিৰীক্ষণ কৰে। নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পাটুন, ভাণ্ডাৰী সমষ্টিৰ বিধায়ক আছ...

August 23, 2025 1:50 PM

views 34

জ্যেষ্ঠ কমিউনিষ্ট নেতা তথা প্রাক্তন সাংসদ ছুৰাভৰম সুধাকৰ ৰেড্ডীৰ দেহাৱসান

জ্যেষ্ঠ কমিউনিষ্ট নেতা তথা প্রাক্তন সাংসদ ছুৰাভৰম সুধাকৰ ৰেড্ডীৰ কালি হায়দাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ। তেওঁ ২০১২ৰ পৰা ২০১৯ চনৰৈ চিপিআই সাধাৰণ সম্পাদক হিচাপে দলটোলৈ সেৱা আগবঢ়াইছিল। শ্রমিকৰ অধিকাৰ আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁৰ বলিষ...

August 23, 2025 1:46 PM

views 47

আজি দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস

আজি দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস। সমগ্ৰ দেশতে এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই দিনটোৱে চন্দ্ৰযান-৩ অভিযানৰ বিক্ৰম লেণ্ডাৰৰ সফল অৱতৰণ আৰু ২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰত প্ৰজ্ঞান ৰভাৰ সফলতাৰে কঢ়িয়াই নিয়াৰ স্মৃতিক সোঁৱৰায়। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা চতুৰ্থখন ৰাষ্ট্ৰ আৰু দক্ষিণ মেৰু...

August 23, 2025 1:43 PM

views 42

২ ছেপ্তেম্বৰত নতুন দিল্লীত ছেমিকন ইণ্ডিয়া ২০২৫ৰ চতুৰ্থ সংস্কৰণ মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২ ছেপ্তেম্বৰত নতুন দিল্লীত ছেমিকন ইণ্ডিয়া ২০২৫ৰ চতুৰ্থ সংস্কৰণ মুকলি কৰিব। তিনিদিনীয়াকৈ হ'বলগীয়া এই অনুষ্ঠানত মাইক্ৰ' ইলেকট্ৰনিকছ আৰু ছেমি কণ্ডাক্টৰৰ মূল্য শৃংখলত দেশৰ ক্ৰমবৰ্ধমান সামৰ্থ আৰু উচ্চাকাংক্ষাক প্ৰতিফলিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। নতুন দিল্লীত কাল...

August 23, 2025 1:40 PM

views 37

চলিত মাহৰ শেষত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন আৰু জাপান ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ ২৯ তাৰিখে চীন আৰু জাপান ভ্ৰমণ কৰিব। ২৯ আৰু ৩০ আগষ্টত প্রধানমন্ত্ৰীগৰাকীয়ে ১৫ সংখ্যক ভাৰত-জাপান বার্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। এয়া হ’ব শ্রীমোদীৰ জাপানৰ প্ৰধানমন্ত্রী শ্বিগেৰো ইশ্বিবাৰ সৈতে প্রথমখন সন্মিলন। এই ভ্ৰমণকালত দুয়োগৰাকী প্রধানমন্ত্ৰীয়ে ভাৰত আৰু জ...

August 23, 2025 1:16 PM

views 33

উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে ৪৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র দাখিল

উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে ৪৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। ইতিমধ্যে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নির্বাচন আইন ১৯৫২ৰ অধীনত ১৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্রত্যাহাৰ কৰা হৈছে। ২৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ কালি পৰীক্ষাৰ বাবে লোৱা হৈছে। ৯ ছেপ্তেম্বৰত উপ-ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন অ...

August 22, 2025 8:16 PM

views 55

নতুন দিল্লীত ৰাজহুৱা অনুষ্ঠানত ভাষণ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে ভাৰতে উদ্ভাৱন আৰু প্ৰযুক্তি বিকাশক প্ৰসাৰিত কৰাৰ লগতে ঘৰুৱা কোম্পানীসমূহক উপযুক্ত সুবিধা প্রদান কৰি শক্তিশালী প্ৰতিৰক্ষা পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে। তেওঁ কয়, দেশখনে পঞ্চম প্রজন্মৰ যুদ্ধ বিমান নিৰ্মাণৰ লগতে বিমানখনৰ ইঞ্জিন নিৰ্মাণৰ দিশত আগবাঢ়িছে। তেওঁ কয় যে, ফ...

August 22, 2025 8:13 PM

views 19

পশ্চিম বংগত ৫২০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি কলকাতা আৰু পশ্চিম বংগত ৫ হাজাৰ ২০০ কোটি টকা ব্যয়সাপেক্ষ বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ কয়, যে কলকাতা চহৰখনে ভাৰতৰ বুৰঞ্জী আৰু অনাগত ভৱিষ্যতৰ দিনবোৰত এক বিশেষ স্থান দখল কৰিছে। এখন গণসভাত ভাষণ দি তেওঁ কয়, যে ভাৰতে বর্তমান বিশ্বৰ ভিতৰতে তৃতীয় ব...

August 22, 2025 8:09 PM

views 30

বিহাৰৰ গয়াত ১২,০০০ কোটি টকাৰ বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অপাৰেশ্যন সিন্দুৰে ভাৰতৰ সামৰিক কৌশলগত ৰণনীতিৰ ক্ষেত্ৰত নতুন ৰেখা অংকন কৰিবলৈ সক্ষম হৈছে। তেওঁ কয়, যে ভাৰতলৈ সন্ত্ৰাসবাদী পঠিওৱা অথবা ভাৰতক আক্ৰমণ কৰিবলৈ পৰিকল্পনা কৰা কোনো পক্ষই এতিয়াৰ পৰা সাৰি যাব নোৱাৰে। পৃথিৱীপৃষ্ঠৰ যিকোনো প্রান্ততে লুকাই থকা যিকোনো সন্ত্র...