ৰাষ্ট্ৰীয়

August 22, 2025 1:01 PM

views 29

বক্সিং ফেডাৰেচন অব্ ইণ্ডিয়াৰ অধ্যক্ষ পদত অজয় সিং নির্বাচিত

বক্সিং ফেডাৰেচন অব্ ইণ্ডিয়াই ইয়াৰ অধ্যক্ষ পদত অজয় সিং নির্বাচিত হোৱাৰ পিছত বিভিন্ন পদৰ বাবে অনুষ্ঠিত ভোটগ্রহণ প্ৰক্ৰিয়াৰ সামৰণি পেলাইছে। একপক্ষীয় এই ভোট যুদ্ধত শ্রীসিঙে বিৰোধী যশপাল প্রধানে লাভ কৰা ২৬টা ভোটৰ বিপৰীতে ৪০টা ভোট লাভ কৰে। এই নিৰ্বাচনত অংশগ্ৰহণ কৰা ৩৪টা ৰাজ্যিক সংস্থাৰ পৰা ৬৬টা ভোট ল...

August 22, 2025 1:00 PM

views 16

পশ্চিমবংগই বিজেপিৰ উন্নয়ন কাৰ্যসূচীৰ বাবে দলটোলৈ আশাৰে বাট চাই আছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

পশ্চিমবংগই বিজেপিৰ উন্নয়ন কাৰ্যসূচীৰ বাবে দলটোলৈ আশাৰে বাট চাই আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে কয়, যে দিন যোৱাৰ লগে লগে ৰাজ্যখনত তৃণমূল কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণৰ ক্ষোভ বৃদ্ধি পাইছে। প্রধানমন্ত্রীয়ে আজি কলকাতাত দলীয় কৰ্মীৰ স...

August 22, 2025 12:58 PM

views 28

কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কাইলৈ তামিলনাড়ু ভ্রমণ কৰিব

কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কাইলৈ তামিলনাড়ু ভ্রমণ কৰিব। তেওঁ তিৰুনেলভেলীত বুথ সমিতিৰ দলীয় বৈঠকত অংশগ্ৰহণ কৰিব। শ্ৰীশ্বাহৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাজনিত কাৰণত তিৰুনেলভেলীত পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ ড্ৰোন আৰু মানৱবিহীন আকাশীযানৰ উৰণত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

August 22, 2025 12:55 PM

views 18

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ তাৰাপুৰ-বইচাৰ ঔদ্যোগিক এলেকাৰ ঔষধ কোম্পানীত গেছ নির্গমনৰ ঘটনাত ৪জন লোকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ তাৰাপুৰ-বইচাৰ ঔদ্যোগিক এলেকাৰ এটা ঔষধ কোম্পানীত কালি হোৱা গেছ নির্গমনৰ ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে মুম্বাইৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ নিলগত থকা মেডলী ফার্মা কোম্পানীত কালি দুপৰীয়া এই দুৰ্ঘটনা সংঘটিত হয়। দিনৰ আঢ়ৈ...

August 22, 2025 12:53 PM

views 22

ৰাষ্ট্ৰীয় ক্রীড়া দিৱসত এঘণ্টা শাৰীৰিক সুস্থতা আৰু খেলৰ নামত উৎসৰ্গা কৰিবলৈ জনসাধাৰণৰ প্ৰতি ক্ৰীড়ামন্ত্রী মনসুখ মন্দাভিয়াৰ আহ্বান

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী মনসুখ মন্দাভিয়াই ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্রীড়া দিৱসত এঘণ্টা শাৰীৰিক সুস্থতা আৰু খেলৰ নামত উৎসৰ্গা কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। হকীৰ যাদুকৰ মেজৰ ধ্যান চন্দ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উদযাপন কৰা হয় । যুৱ পৰিক্ৰমা আৰু ...

August 22, 2025 12:51 PM

views 23

উৎসৱৰ বতৰত ভক্ত-যাত্ৰীৰ আৰামদায়ক আৰু সুচল যাত্ৰাৰ বাবে ৩৮০খন গণপতি বিশেষ ৰে’লগাড়ী চলাচলৰ সিদ্ধান্ত ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে'লৱে উৎসৱৰ বতৰত ভক্ত আৰু যাত্ৰীসকলৰ বাবে আৰামদায়ক আৰু সুচল যাত্ৰা সুনিশ্চিত কৰাৰ বাবে ৩৮০ খন গণপতি বিশেষ ৰে'লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০২৩ বৰ্ষত এনে ধৰণৰ মুঠ ৩০৫ খন ৰে'লগাড়ী চলাচল কৰোৱা হৈছিল আৰু যোৱা বছৰ এনে ৰে'লগাড়ীৰ সংখ্যা ৩৫৮লৈ বৃদ্ধি কৰা হৈছে । ৰে'ল মন্ত্ৰ্যালয়ে এ...

August 22, 2025 12:50 PM

views 25

উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে পঞ্চায়তী ৰাজ মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব সুশীল কুমাৰ লোহানি আৰু বিত্ত মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব ডি আনন্দক পর্যৱেক্ষক হিচাপে নিয়োগ

নির্বাচন আয়োগে উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে পঞ্চায়তী ৰাজ মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব সুশীল কুমাৰ লোহানি আৰু বিত্ত মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব ডি আনন্দক পর্যৱেক্ষক হিচাপে নিয়োগ কৰিছে। ৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। এয়া হ'ব উপ-ৰাষ্ট্ৰপতিৰ সপ্তদশ নিৰ্বাচন। স্বাস্থ্যজনিত কাৰ...

August 22, 2025 12:13 PM

views 48

কলকাতাৰ ছল্ট লেক যুৱ ভাৰতী ক্রীড়াংগনত কাইলৈ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেল খেল

কলকাতাৰ ছল্ট লেক যুৱ ভাৰতী ক্রীড়াংগনত কাইলৈ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি হ'ব। ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে বুধবাৰে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত প্রতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল...

August 22, 2025 11:28 AM

views 40

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ নদীবান্ধ সম্পৰ্কীয় বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ নিৰীক্ষণত আছেঃ বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্রী কীৰ্তি বৰ্ধন সিং

কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ নদীবান্ধ সম্পৰ্কীয় বিষয়টো নিৰীক্ষণ কৰি আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িৰ মাজত হোৱা শেহতীয়া বৈঠকতো বিষয়টো উত্থাপন কৰা হৈছিল। বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্রী কীৰ্তি বৰ্ধন সিঙে কালি সংসদত এই কথা প্ৰকাশ কৰে। চীনে তিব্ব...

August 21, 2025 7:47 PM

views 58

সমগ্ৰ দেশৰ কৃষিভূমিৰ জৰীপ চলাবলৈ কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষৰ দৰে এইবাৰো সমগ্ৰ দেশৰ কৃষিভূমিৰ জৰীপ চলাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে যোৰহাট জিলাত জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত ১৬ আগষ্টৰ পৰা ডিজিটেল শস্য জৰীপ, খাৰিফ-২০২৫ আৰম্ভ হৈছে। ইয়াৰ অধীনত আজি উত্তৰ-পশ্চিম যোৰহাটত জৰীপ চলোৱা হয়। ডিজিটেল শস্য জৰীপ খাৰ...