পশ্চিমবংগই বিজেপিৰ উন্নয়ন কাৰ্যসূচীৰ বাবে দলটোলৈ আশাৰে বাট চাই আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে কয়, যে দিন যোৱাৰ লগে লগে ৰাজ্যখনত তৃণমূল কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণৰ ক্ষোভ বৃদ্ধি পাইছে। প্রধানমন্ত্রীয়ে আজি কলকাতাত দলীয় কৰ্মীৰ সৈতে এখন বৈঠকত মিলিত হ’ব বুলি প্ৰকাশ কৰিছে।
Assamese | August 22, 2025 1:00 PM | West Bengal is eagerly looking towards the BJP with hope PM Modi
পশ্চিমবংগই বিজেপিৰ উন্নয়ন কাৰ্যসূচীৰ বাবে দলটোলৈ আশাৰে বাট চাই আছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী