ৰাষ্ট্ৰীয়

August 25, 2025 8:36 PM

views 18

নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ শপতগ্ৰহণ

মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই আজি নাগালেণ্ডৰ ২২ সংখ্যক ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিছে। ক'হিমাৰ ৰাজভৱনত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে শ্ৰী ভাল্লাক শপতবাক্য পাঠ কৰোৱায়। যোৱা ১৫ আগষ্টত নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ বিয়োগৰ পৰিপ্ৰেক্ষিতত...

August 25, 2025 10:19 AM

views 71

অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি

■ মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি মুম্বাই কৰ্তৃপক্ষই অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত দিছে। দেশৰ বাণিজ্যিক ৰাজধানীখনত অসমৰ জনসাধাৰণৰ বাবে যাৱতীয় ৰাজহুৱা আন্তঃগাঁথনিৰ বিকাশ তথা সুচল ব্যৱস্থা গঢ়ি তোলাৰ বাবে অসম চৰকাৰে এই ভূমিত এটা নিজা চৌহদ স্থাপন কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ...

August 24, 2025 12:52 PM

views 66

১৩ ছেপ্তেম্বৰত ছাইৰাঙত মিজোৰামৰ প্ৰথমটো ৰে’ল ষ্টেচন উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১৩ ছেপ্তেম্বৰত ছাইৰাঙত মিজোৰামৰ প্ৰথমটো ৰে'ল ষ্টেচন উদ্বোধন কৰিব । মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুঅ'মাই শুকুৰবাবে এই কথা প্ৰকাশ কৰে। ৫১ দশমিক ৩-৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈৰবী-ছাইৰাং সংযোগী ব্ৰজগজ ৰে'ল পথ অভিযান্ত্ৰিক সাফল্যৰ উজ্জ্বল নিদৰ্শনৰূপে পৰিগণিত হৈছে। এই পথছোৱাত ৪৮ ট...

August 23, 2025 8:55 PM

views 36

কাজাখস্তানত অনুষ্ঠিত ষষ্ঠদশ এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ অৰ্জন বাবুটা আৰু এলাবেনিল বালাৰিবনৰ সোণৰ পদক লাভ

কাজাখস্তানৰ ছিমকেণ্টত অনুষ্ঠিত ষষ্ঠদশ এছিয়ান শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ অৰ্জন বাবুটা আৰু এলাবেনিল বালাৰিবনে ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড দলীয় শাখাত সোণৰ পদক লাভ কৰে। ভাৰতৰ দলটোৱে চীনৰ পেং ছিনলু আৰু লু ডিংগকেক ১৭-১১ ফলাফলত পৰাস্ত কৰে।

August 23, 2025 8:53 PM

views 32

কানাডাত অনুষ্ঠিত বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপত ২১ বছৰ অনূৰ্ধ্ব কম্পাউণ্ড শাখাত ভাৰতৰ পুৰুষ দলটোৰ প্ৰথমবাৰৰ বাবে বিশ্ব খিতাপ অৰ্জন

কানাডাত অনুষ্ঠিত বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপ ২০২৫ত ২১ বছৰ অনূৰ্ধ্ব কম্পাউণ্ড শাখাত ভাৰতৰ পুৰুষ দলটোৱে প্ৰথমবাৰৰ বাবে বিশ্ব খিতাপ অৰ্জন কৰিছে। সোণৰ পদকৰ বাবে অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতৰ কুশল দালাল, মিহিৰ আপাৰ আৰু গণেশ মণিৰত্নমে শ্বুট আউটত জাৰ্মানীক পৰাস্ত কৰে। ১৮ বছৰ অনূৰ্ধ্ব পুৰুষৰ কম্পাউণ্ড...

August 23, 2025 8:50 PM

views 25

জম্মু-কাশ্মীৰৰ ডাল হ্ৰদত অনুষ্ঠিত খেলো ইণ্ডিয়া জল ক্রীড়া মহোৎসৱৰ সামৰণি

জম্মু কাশ্মীৰৰ ঐতিহাসিক ডাল হ্ৰদত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া জল ক্রীড়া মহোৎসৱৰ আজি বিয়লি সামৰণি পৰে। প্ৰতিযোগিতাত মধ্যপ্রদেশে ১০টা সোন, তিনিটা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ১৮টা পদক অৰ্জন কৰি শীৰ্ষস্থান দখল কৰিছে। ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ আৰু জম্মু কাশ্মীৰ ক্ৰীড়া পৰিষদে যুটীয়...

August 23, 2025 8:48 PM

views 22

আমেৰিকালৈ ডাকযোগে সামগ্রী প্ৰেৰণ সাময়িকভাৱে স্থগিত ডাক বিভাগৰ

ডাক বিভাগে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ডাকযোগে সামগ্রী প্ৰেৰণৰ ব্যৱস্থাটো সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিছুদিন পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰই ৮০০ ডলাৰলৈকে মূল্যৰ সামগ্ৰীৰ বাবে শুল্ক-মুক্ত ব্যৱস্থাটো এই মাহৰ ২৯ তাৰিখৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতেই ডাক বিভাগে এই নিৰ্দেশনা প্...

August 23, 2025 8:46 PM

views 25

ইছৰোৰ ভূ-পোর্টেলটোৱে বতৰৰ পূর্বানুমান প্ৰকাশ কৰি শস্য উৎপাদনত কৃষকক অধিক উপকৃত কৰিছেঃ কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে বিকশাই তোলা ভূ-পোর্টেলটোৱে খৰাং পৰিস্থিতি, বৰষুণ, বতৰ আদিৰ সন্দৰ্ভত সঠিক পূর্বানুমান প্ৰকাশ কৰি শস্য উৎপাদনৰ ক্ষেত্ৰত কৃষকসকলক অধিক উপকৃত কৰিছে। নতুন দিল্লীত আদি ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনৰ অনুষ্ঠানত ভার্চ...

August 23, 2025 8:43 PM

views 19

নতুন দিল্লীৰ নেহৰু প্লেনেটৰিয়ামত শুভাংশু শুক্লাৰ ‘আর্যভট্ট গেলেৰী’ মুকলি

ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে গ্রুপ কেপ্তেইন শুভাংশু শুক্লাই আজি নতুন দিল্লীৰ নেহৰু প্লেনেটৰিয়ামত আর্যভট্ট গেলেৰী মুকলি কৰে। সংবাদ মাধ্যমৰ আগত শ্ৰী শুক্লাই দেশৰ বাবে এই সোণালী সময়ত তেওঁ গৌৰৱ অনুভৱ কৰিছে বুলি প্ৰকাশ কৰে। দেশৰ যুৱ প্ৰজন্মক উৎসাহিত কৰি নিজৰ সপোন পূৰণৰ বাবে উৎসুক হৈ থাকিবলৈ আহ্বান জন...

August 23, 2025 8:41 PM

views 15

মহাকাশ খণ্ড ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাটো বিগত ১১ বছৰত কৰা মহানতম সংস্কাৰঃ মহাকাশ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ জিতেন্দ্র সিং

মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্র সিঙে মহাকাশ খণ্ড ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাটো বিগত ১১ বছৰত কৰা মহানতম সংস্কাৰ বুলি অভিহিত কৰিছে। আজি নতুন দিল্লীত আয়োজিত দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে মহাকাশ খণ্ড ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাৰ ফলত দেশত উদ্ভা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।