ৰাষ্ট্ৰীয়

August 27, 2025 11:57 AM

views 37

মহাৰাষ্ট্ৰত সাংস্কৃতিক বৈচিত্র্যৰ প্ৰতীক গণেশোৎসৱ উদযাপন

মহাৰাষ্ট্ৰত আজি সাংস্কৃতিক বৈচিত্র্যৰ প্ৰতীক হিচাপে গন্য কৰা গণেশোৎসৱৰ পালন উলহ-মালহেৰে আৰম্ভ হৈছে। ভগৱান গণেশৰ আগমনৰ দিনটোৰ উদযাপন ৰাইজে অতি উৎসাহেৰে শুভাযাত্ৰা আৰু পৰম্পৰাগতভাৱে ঢোল-বাদনেৰে আৰম্ভ কৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অহা অনন্ত চতুর্দশী পর্যন্ত ১১টা দিন এই উদযাপন চলি থাকিব। গণেশোৎ...

August 27, 2025 11:54 AM

views 20

কাটৰা, উধমপুৰ আৰু জম্মু ৰে’লৱে ষ্টেচনৰ পৰা যাবলগীয়া ১৮খন ৰে’লৰ যাত্ৰা বাতিল

জম্মু অঞ্চলত হৈ থকা নেৰানেপেৰা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ ৰে'লৱেই কাটৰা, উধমপুৰ আৰু জম্মু ৰে'লৱে ষ্টেচনৰ পৰা যাবলগীয়া ১৮ খন ৰে'লৰ যাত্ৰা বাতিল কৰিছে। ৰে'ল মন্ত্ৰ্যালয়ৰ বিষয়াই প্ৰকাশ কৰা অনুসৰি চাৰিখন ৰে'লৰ যাত্ৰা চমু কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বাতিল কৰা ৰে’লগাড়ীসমূহৰ ভিতৰত ৭ খনে...

August 27, 2025 11:48 AM

views 54

ভূৱনেশ্বৰত পৰহিলৈ সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহৰ কমিটিৰ অধ্যক্ষসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অহা শুকুৰবাৰে ভূৱনেশ্বৰত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ কল্যাণৰ বাবে থকা সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহৰ কমিটিসমূহৰ অধ্যক্ষসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। অধ্যক্ষগৰাকীয়ে এখন প্রদর্শনী মুকলি কৰাৰ লগতে এখন স্মৃতিগ্রন্থও উন্মোচন কৰিব বুলি লোকসভাৰ সচিবালয়ে এ...

August 26, 2025 9:04 PM

views 32

ভাইব্রেন্ট ভিলেজ কাৰ্যসূচী সম্পৰ্কীয় দুদিনীয়া কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অমিত শ্বাহ

সীমান্তৱৰ্তী এলেকাৰ জনগাথনিৰ পৰিৱৰ্তন দেশ আৰু সীমান্তৰ সুৰক্ষাত পোনপটীয়া প্ৰভাৱ পেলায় বুলি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে মন্তব্য কৰিছে। নতুন দিল্লীত আজি ভাইব্রেন্ট ভিলেজ কাৰ্যসূচী সম্পৰ্কীয় দুদিনীয়া কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে প্রধানমন্ত্ৰী ন...

August 26, 2025 1:14 PM

views 44

আমেৰিকাৰ পৰা কৃষিজাত সামগ্ৰী আমদানি কৰাৰ অনুমতি দিবলৈ অস্বীকাৰ শিৱৰাজ সিং চৌহানৰ

কেন্দ্রীয় কৃষি তথা কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কৈছে যে চৰকাৰে দেশৰ কৃষকসকলৰ কল্যাণ তথা স্বার্থত অগ্রাধিকাৰ প্ৰদান কৰি আমেৰিকাৰ পৰা কৃষিজাত সামগ্ৰী আমদানি কৰাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে। ভূপালত কালি ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান- IISERৰ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি মন্ত্ৰ...

August 26, 2025 1:12 PM

views 39

ৰোহিংগীয়া মুছলমান লোকসকলৰ ন্যায়, প্ৰত্যাৱৰ্তন তথা স্থিৰতা সুনিশ্চিতৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি আহ্বান বাংলাদেশৰ

বলপূর্বকভাৱে স্থানান্তৰিত হোৱা ৰোহিংগীয়া মুছলমান লোকসকলৰ ন্যায়, প্ৰত্যাৱৰ্তন তথা স্থিৰতা সুনিশ্চিত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাংলাদেশে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি আহ্বান জনাইছে। এই সমস্যাৰ সমাধানৰ বাবে বিশ্ব সম্প্ৰদায়ৰ সমৰ্থন বিচাৰি বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কয়, যে আ...

August 26, 2025 1:10 PM

views 32

চৰ্দাৰ ভল্লৱভাই পেটেল, বীৰচা মুণ্ডা আৰু অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকী উদযাপনৰ উদ্দেশ্যে তিনিখন উচ্চস্তৰীয় সমিতি গঠন

চৰকাৰে জনজাতি নেতা বীৰচা মুণ্ডা আৰু চৰ্দাৰ ভল্লৱভাই পেটেলৰ ১৫০ বছৰীয়া জয়ন্তীৰ লগতে অটল বিহাৰী বাজপেয়ী জন্ম শতবার্ষিকী উদযাপনৰ উদ্দেশ্যে তিনিখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছে। কেন্দ্রীয় সংস্কৃতি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই তিনিওখন সমিতিৰে অধ্যক্ষ হিচাপে থাকিব। স...

August 26, 2025 1:09 PM

views 27

একত্ৰিত পেঞ্চন আঁচনি পৰা ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা অন্তৰ্ভুক্তিৰ বাবে ৱান টাইম ৱান ৱে বিশেষ ব্যৱস্থা গ্ৰহণ

কেন্দ্রীয় বিত্ত মন্ত্রালয়ে নতুনকৈ প্ৰৱৰ্তন কৰা একত্ৰিত পেঞ্চন আঁচনি- UPSৰ পৰা ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা- NPSত অন্তৰ্ভুক্তিৰ যাবলৈ- ৱান টাইম ৱান ৱে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰী অধিসূচনা অনুসৰি UPSৰ অন্তৰ্গত কৰ্মচাৰীসকলৰ চুপাৰ এনুৱেচনৰ এবছৰ আগলৈকে অথবা স্বেচ্চামূলক অৱসৰৰ তিনিমাহ আগলৈকে এই সুব...

August 25, 2025 9:34 PM

views 25

ভাৰতত মহিলাৰ নিয়োগৰ হাৰ ২০১৭-১৮ চনৰ পৰা ২০২৩-২৪ চনলৈ প্ৰায় দুগুণ বৃদ্ধি

২০১৭-১৮ চনৰ পৰা ২০২৩-২৪ চনলৈ ভাৰতত মহিলাৰ নিয়োগৰ হাৰ প্ৰায় দুগুণ বৃদ্ধি হৈছে বুলি শ্রম আৰু নিয়োগ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা জৰীপ অনুসৰি মহিলাৰ নিবনুৱাৰ হাৰ ২০১৭-১৮ চনত ৫ দশমিক ৬ শতাংশৰ পৰা ২০২৩-২৪ বৰ্ষত ৩ দশমিক ২ শতাংশলৈ হ্ৰাস পাইছে। জৰীপটোত লগতে কোৱা হৈছে যে গ্ৰাম্য ভাৰতত ম...

August 25, 2025 9:33 PM

views 27

আই আৰ ই ডি এৰ সৈতে নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্রালয়ৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্রালয়ে আজি নতুন দিল্লীত ভাৰতীয় নৱীকৰণযোগ্য শক্তি উন্নয়ন সংস্থা আই আৰ ই ডি এৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই বুজাবুজিৰ চুক্তিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কৌশলগত লক্ষ্যৰ বিষয়ে অন্তৰ্ভুক্ত কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত এইবুলি কোৱা হৈছে ...