ৰাষ্ট্ৰীয়

August 21, 2025 5:50 PM

views 37

নাছাই জেম্‌ছ ৱেব মহাকাশ দূৰবীণৰ জৰিয়তে ইউৰেনাছৰ ২৯ সংখ্যক উপগ্রহ আৱিষ্কাৰৰ কথা প্ৰকাশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাই জেম্‌ছ ৱেব মহাকাশ দূৰবীণৰ জৰিয়তে ইউৰেনাছৰ ২৯ সংখ্যক উপগ্রহ আৱিষ্কাৰ কৰা বুলি ঘোষণা কৰিছে। এই উপগ্ৰহটোত এছ/২০২৫ ইউ ৱান বুলি নামকৰণ কৰা হৈছে।

August 21, 2025 5:36 PM

views 46

ত্রিবেণী ৰয়ৰ শ্বেপ অব্ ম’ম’ নামৰ চলচ্চিত্ৰখনক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভিজন ছেক্সনৰ বাবে আনুষ্ঠানিকভাৱে বাছনি

ত্রিবেণী ৰয়ৰ শ্বেপ অব্ ম'ম' নামৰ চলচ্চিত্ৰখনক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভিজন ছেক্সনৰ বাবে আনুষ্ঠানিকভাৱে বাছনি কৰা হৈছে। দক্ষিণ কোৰিয়াৰ বুছান চহৰত প্ৰতিবছৰে অনুষ্ঠিত এই চলচ্চিত্ৰ মহোৎসৱ এছিয়াৰ আটাইতকৈ সন্মানীয় আৰু প্ৰসিদ্ধ মহোৎসৱ বুলি গণ্য কৰা হয়। এছিয়াৰ চলচ্চিত্ৰসমূহক বিশ্ব প্রে...

August 21, 2025 5:33 PM

views 48

৩ দিনীয়া ভ্রমণসূচীৰে দেওবাৰে ভাৰতলৈ আহিব ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনি লিগামামাদা ৰাবুকা

ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনি লিগামামাদা ৰাবুকা অহা দেওবাৰে তিনিদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই ভ্ৰমণকালত শ্ৰী ৰাবুকাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। শ্রী মোদীয়ে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মানার্থে মধ্যাহ্ন ভোজমেলৰ...

August 21, 2025 5:32 PM

views 45

গৰাকীবিহীন কুকুৰক আশ্ৰয়গৃহলৈ প্ৰেৰণ সন্দৰ্ভত দিল্লী পৌৰ নিগমৰ জাননীক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

উচ্চতম ন্যায়ালয়ে আজি গৰাকীবিহীন কুকুৰ একেলগে ধৰি আশ্ৰয়গৃহলৈ প্ৰেৰণ সন্দৰ্ভত দিল্লী পৌৰ নিগমে জাৰি কৰা এখন জাননীক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। এগৰাকী অধিবক্তাই এই সন্দৰ্ভত আবেদন দাখিল কৰা বুলি উল্লেখ কৰাৰ পাছত ন্যায়াধীশ জে কে মহেশ্বৰী আৰু বিজয় ...

August 21, 2025 5:07 PM

views 111

উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী তথা সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ সংসদ ভৱনত মনোনয়ন পত্ৰ দাখিল

আই এন ডি আই মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে আজি সংসদ ভৱনত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গে, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, এন চি পিৰ নেতা শাৰদ পাৱাৰ, সমাজবাদী পাৰ্টীৰ নেতা ...

August 21, 2025 5:01 PM

views 53

লোকসভাৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্ট কাললৈ স্থগিত

লোকসভাৰ কাৰ্যক্ৰমণিকা অনির্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই কয়, যে যোৱা ২১ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনত ১৪ খন চৰকাৰী বিধেয়ক সদনত উত্থাপন কৰা হয় আৰু মুঠ ১২ খন বিধেয়ক গৃহীত হয...

August 20, 2025 9:01 PM

views 25

এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণৰ মনোনয়ন পত্র দাখিল

এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণে আজি সংসদ ভৱনত মনোনয়ন পত্র দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নাড্ডা, কিৰেন ৰিজিজুৰ লগতে এল জে পি আৰৰ নেতা চিৰাগ পাছোৱান, জনতা দল ইউনাইটেডৰ ৰাজীৱ ৰঞ্জন সিং আৰু এন চি ...

August 20, 2025 8:58 PM

views 32

ছত্তিশগড়ত ১০গৰাকী মহিলাকে ধৰি ২৯জন মাওবাদীৰ আত্মসমৰ্পন

ছত্তিশগড়ত আজি ১০গৰাকী মহিলাকে ধৰি ২৯জন মাওবাদীয়ে আত্মসমৰ্পন কৰে। আত্মসমর্পনকাৰীসকলৰ ভিতৰত ২১জন মাওবাদীয়ে দান্তেৱাড়া জিলাত আৰু আঠজনে নাৰায়ণপুৰ জিলাত আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্র বাহিনীৰ জ্যেষ্ঠ বিষয়াৰ আগত তেওঁলোকৰ অস্ত্রসমূহ সমৰ্পন কৰে। ৰাজ্য চৰকাৰৰ পুনৰসংস্থাপন নীতিৰ অধীনত প্ৰতিজন আত্মসমর্পনক...

August 20, 2025 8:54 PM

views 17

লোকসভাত বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত প্রতিবাদ অব্যাহত, দুখন বিধেয়ক উত্থাপন

লোকসভাত আজি সংবিধানৰ ১৩০ সংখ্যক সংশোধনী বিধেয়ক কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ সংশোধনী বিধেয়ক ২০২৫ তথা জম্মু আৰু কাশ্মীৰ পুনগঠন সংশোধনী বিধেয়ক ২০২৫ উত্থাপন কৰা হয়। বিৰোধী পক্ষৰ সদস্যসকলে সদনত বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত প্রতিবাদ অব্যাহত ৰখাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ...

August 20, 2025 8:50 PM

views 30

ৰাছিয়াৰ বিশিষ্ট বিদ্বান আৰু চিন্তাবিদৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ মত বিনিময়

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ৰাছিয়াৰ বিশিষ্ট বিদ্বান আৰু চিন্তাবিদসকলৰ সৈতে মত বিনিময় কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে কয় যে এই বৈঠকত তেওঁলোকে ভাৰত-ৰাছিয়া সম্পৰ্ক, সমসাময়িক বিশ্ব ভূ-ৰাজনীতি আৰু এই সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী বিষয়ত আলোচনা কৰে। ড০ জয়শংকৰে আজি বাণিজ্য, অ...