ৰাষ্ট্ৰীয়

August 19, 2025 8:33 PM

views 87

নির্বাচনী প্ৰক্ৰিয়া নিয়াৰি কৰি তোলাৰ বাবে নির্বাচন আয়োগৰ ভালেমান পদক্ষেপ গ্ৰহণ

নির্বাচন আয়োগে নির্বাচনী প্ৰক্ৰিয়া নিয়াৰি কৰি তোলাৰ লগতে ইয়াৰ সংশোধনৰ বাবে বিগত ছমাহত ভালেমান পদক্ষেপ লৈছে। আয়োগে জনাইছে যে, এই পদক্ষেপসমূহে বিভিন্ন ৰাজনৈতিক দল আৰু নির্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত সংশ্লিষ্ট পক্ষসমূহক সামৰি লোৱাৰ লগতে নির্বাচনী প্রক্রিয়াক শক্তিশালী ৰূপত আগবঢ়াই নিয়া তথা শিক্ষ...

August 19, 2025 8:32 PM

views 44

১,৫০৭ কোটি টকা ব্যয়েৰে ৰাজস্থানৰ কোটা-বুন্দিত গ্ৰীণ ফিল্ড বিমান বন্দৰ বিকশাই তোলাৰ প্ৰস্তাৱত অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই আনুমানিক এহেজাৰ ৫০৭ কোটি টকা ব্যয়েৰে ৰাজস্থানৰ কোটা-বুন্দিত গ্ৰীণ ফিল্ড বিমান বন্দৰ বিকশাই তোলাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই প্ৰকল্পৰ অধীনত ২০ হাজাৰ বৰ্গমিটাৰ এলেকাত ব্যস্ততাপূর্ণ সময়ত এহেজাৰ ৫০৭ গৰাকী যাত্ৰীৰ আহ-যাহৰ সুবিধাযুক্ত আগমণ-প্রস্থান ভৱনো নিৰ্মাণ কৰা হ'ব। কোটা ৰাজ...

August 19, 2025 8:30 PM

views 24

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ লৈ সংসদৰ উভয় সদনৰ কাম- কাজ ব্যাহত

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ বিষয় লৈ আজিও সংসদৰ উভয় সদনৰ কাম- কাজ ব্যাহত হয়। বিষয়টো লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে উভয় সদনৰ কাৰ্য্য-ক্ৰমণিকা কেইবাবাৰো ব্যাহত হোৱাৰ পাছত দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়।        কাৰ্য্য-ক্ৰমণিকা তৃতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত বিয...

August 19, 2025 2:12 PM

views 51

উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি আৰ ৰাধাকৃষ্ণণক বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান

■ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি আৰ ৰাধাকৃষ্ণণক বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী দলসমূহকে ধৰি সকলো ৰাজনৈতিক দললৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি পুৱা অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ বৈঠকত শ্ৰী মোদীয়ে উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি আৰ ৰাধাকৃষ্ণনক ...

August 18, 2025 8:57 PM

views 63

কেপ্তেইন শুক্লাই এক্‌জিয়ম মিছন ফ’ৰৰ অধীনত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস গঢ়িললেঃ ওম বিৰলা

বিৰোধী সাংসদসকলে বিভিন্ন বিষয় লৈ হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ বাবে লোকসভা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। দ্বিতীয় বাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই ভাৰতীয় বিমান সেৱা বাহিনীৰ গ্ৰুপ কেপ্তেইন তথা মহাকাশচাৰী শুভাংশু শুক্লাক লোকসভাৰ সকলো সদস্যৰ হৈ শুভে...

August 18, 2025 8:54 PM

views 40

ৰাজ্যসভাত গৃহীত ভাৰতীয় বন্দৰ বিধেয়ক-২০২৫

ৰাজ্যসভাত আজি ভাৰতীয় বন্দৰ বিধেয়ক ২০২৫ গৃহীত হয়। এই বিধেয়কে বৃহৎ বন্দৰসমূহৰ লগতে ৰাজ্যৰ সামুদ্রিক বোর্ডৰ প্ৰতিষ্ঠা আৰু ইয়াৰ সৱলীকৰণ, বন্দৰ খণ্ডৰ উন্নয়ন আৰু ৰাজ্যিক সামুদ্রিক উন্নয়ন পৰিষদৰ আন্তঃগাথনি বিকশাই তোলাৰ লগতে প্ৰদূষণ, দুৰ্যোগ, জৰুৰীকালীন, সুৰক্ষা, দিশ নিৰ্ণয়, বন্দৰৰ তথ্য আদি আহৰণৰ সু...

August 18, 2025 8:49 PM

views 49

উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে প্রক্ষেপিত এন ডি এ প্রার্থী চি পি ৰাধাকৃষ্ণণৰ প্রধানমন্ত্ৰী মোদীক সাক্ষাৎ

উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে প্রক্ষেপিত এন ডি এ প্রার্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে উপৰাষ্ট্ৰপতি পদ এন ডি এ প্রার্থী শ্ৰীৰাধাকৃষ্ণণক শুভেচ্ছা জনাই কয় যে শ্ৰীৰাধাকৃষ্ণণৰ দীৰ্ঘদিনীয়া জন...

August 18, 2025 8:46 PM

views 29

দুদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত চীনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ৱাং ই

চীনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ৱাং ই আজি দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালৰ আমন্ত্ৰণত তেওঁ ভাৰতলৈ আহিছে। ভ্ৰমণকালত চীনৰ মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা তথা ভাৰতৰ বিশেষ প্রতিনিধি অজিত দোভালৰ সৈতে ভাৰত-চীন সীমান্তৰ সন্দৰ্ভত ২৪ সংখ...

August 18, 2025 8:43 PM

views 50

ভাৰতীয় বিমান সেৱা বাহিনীৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ সফলতাক লৈ সমগ্ৰ দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছেঃ ড° জীতেন্দ্ৰ সিঙ

বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে আজি ২০৩৫ চনৰ ভিতৰত কাৰ্যক্ষম ভাৰতীয় অন্তৰীক্ষ কেন্দ্ৰ স্থাপন কৰা আৰু ২০৪০ চনৰ ভিতৰত ভাৰতে চন্দ্ৰপৃষ্ঠলৈ মানৱ অভিযান প্ৰেৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোঁহাৰিছে। তেওঁ কয়, যে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ ক্ষেত...

August 18, 2025 8:38 PM

views 42

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনে আজি ফোন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয়, যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী আলাস্কাত অলপতে মিলিত হোৱা সন্দৰ্ভত তেওঁক অৱগত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্রধানমন্ত্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।