ৰাষ্ট্ৰীয়

December 29, 2025 11:41 AM

views 61

ক্ৰীড়া, বিজ্ঞান পৰীক্ষা আদি বিভিন্ন ক্ষেত্ৰত বিশ্বৰ বুকুত শক্তিশালী চাপ ৰাখিবলৈ ভাৰত সমৰ্থ হৈছে

ভাৰতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় সুৰক্ষাৰ পৰা আৰম্ভ কৰি ক্ৰীড়া, বিজ্ঞান পৰীক্ষা আদি বিভিন্ন ক্ষেত্ৰত বিশ্বৰ বুকুত শক্তিশালী চাপ ৰাখিবলৈ সমৰ্থ হৈছে। আকাশবাণীযোগে প্ৰচাৰিত ১২৯ সংখ্যক মন কী বাত অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ বৰ্ষটোত আলোকপাত কৰি কয়,...

December 29, 2025 12:12 PM

views 53

ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ হিউ মৰিছৰ ৬২ বছৰ বয়সত দেহাৱসান

ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ হিউ মৰিছৰ কালি ৬২ বছৰ বয়সত দেহাৱসান ঘটে। ২০২২ চনৰ পৰা তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। ইংলেণ্ডৰ প্ৰসিদ্ধ ক্ৰিকেটাৰগৰাকীয়ে ১৯৯১ চনত তিনিখনকৈ টেষ্ট ক্রিকেটত জয়লাভ কৰিছিল আৰু দক্ষিণ আফ্রিকা, ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকা ভ্ৰমণত ইংলেণ্ড এ-দলক নেতৃত্ব দিছিল। তেওঁ লগতে ইংলেণ্ড ...

December 29, 2025 12:08 PM

views 54

ৰাজ্যসমূহক ভাৰতক গোলকীয় সেৱা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসমূহক নিৰ্মাণ আৰু সুগম ব্যৱসায়িক বৃদ্ধি তথা ভাৰতক গোলকীয় সেৱা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত অনুষ্ঠিত মুখ্যসচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। শ্রীমোদীয়ে উল্লেখ কৰে যে ভাৰতে অতি শীঘ্ৰে ...

December 28, 2025 10:09 PM

views 56

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ বিজ্ঞানৰ সংস্কাৰৰ ক্ষেত্ৰত শান্তি বিধেয়ক বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছেঃ ড০ জিতেন্দ্র সিং

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ বিজ্ঞানৰ সংস্কাৰৰ ক্ষেত্ৰত শান্তি বিধেয়ক বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত শ্রীসিঙে কয় যে দেশৰ পাৰমাণৱিক শক্তি সামর্থ্য ২০১৪ চনৰ ৪ দশমিক ৪ গিগাৱাটৰ পৰা...

December 28, 2025 10:06 PM

views 28

ইউক্রেইনে শান্তিৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ খৰখেদা কৰা নাইঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৈছে যে ইউক্রেইনে শান্তিৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ খৰখেদা কৰা নাই আৰু যদিহে তেওঁলোকে শান্তিপূর্ণভাৱে মস্কোৰ সৈতে সংঘাত দূৰ কৰাৰ প্ৰয়াস নকৰে তেতিয়া ৰাছিয়াই বল প্ৰয়োগ কৰি হ'লেও তেওঁলোকৰ লক্ষ্য সাধন কৰিব। ৰাছিয়াৰ সংবাদ প্ৰতিষ্ঠানৰ সূত্ৰ অনুসৰি ৰাছিয়াৰ ৰাষ্ট্ৰপত...

December 28, 2025 10:03 PM

views 30

থাইলেণ্ডৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্রার্থী প্ৰক্ষেপ

থাইলেণ্ডৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে আজি নিজ নিজ প্রার্থী প্ৰক্ষেপ কৰিছে। ২০২৬ চনৰ ৮ ফেব্ৰুৱাৰীত দেশখনৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি থাইলেণ্ডৰ নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। প্ৰধান বিৰোধী দলে সংবিধানৰ সংশোধন সন্দৰ্ভত অনাস্থা প্ৰস্তাৱ অনাৰ বাবে প্রধানমন্ত্...

December 28, 2025 10:02 PM

views 27

ৰাষ্ট্ৰীয় পৰীক্ষণ গৃহ আৰু প্ৰতিৰক্ষা সামগ্ৰী আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ সৈতে গৱেষণা পৰীক্ষণ- প্ৰশিক্ষণৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ৰাষ্ট্ৰীয় পৰীক্ষণ গৃহ চমুকৈ এন টি এইচ আৰু প্ৰতিৰক্ষা সামগ্ৰী আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ সৈতে গৱেষণা পৰীক্ষণ আৰু প্ৰশিক্ষণৰ বাবে সহযোগিতা সুদৃঢ় কৰাৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োটা প্রতিষ্ঠানত উপলব্ধ নথকা বিশেষ সা-সুবিধা নিৰূপন কৰা তথা পৰীক্ষণৰ ক্ষেত্ৰত পাৰস্পৰিক স...

December 28, 2025 9:59 PM

views 42

বিজয়ৱাড়াত অনুষ্ঠিত ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ একক শাখাত ঋত্বিক সঞ্জীৱি এছ বিজয়ী

বিজয়ৱাড়াত অনুষ্ঠিত ৮৭ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ একক শাখাত আজি ঋত্বিক সঞ্জীৱি এছ বিজয়ী হৈছে। প্ৰতিযোগিতাৰ ফাইনেলত তেওঁ বি. ৰাঘৱক ২১-১৬, ২২-২০ পোনপটীয়া গেমত পৰাস্ত কৰে। ঋত্বিকে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শীর্ষ বাছনি কিৰণ জৰ্জ ২১-১৬, ১৭-২১ আৰু ২২-২০ গেমত পৰাস্ত কৰি ফাইন...

December 28, 2025 6:33 PM

views 44

ভাৰতে চলিত বৰ্ষত উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালী স্থিতিত উপনীত হৈছে বুলি প্রধানমন্ত্ৰীৰ ‘মন কী বাত’ত প্ৰকাশ

ভাৰতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় সুৰক্ষাৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈকে, বিজ্ঞান পৰীক্ষাগাৰৰ পৰা বৃহৎ মঞ্চলৈকে বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত শক্তিশালী স্থিতিত উপনীত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। আকাশবাণীযোগে আজি প্ৰচাৰিত ১২৯ সংখ্যক মন কী বাত অনুষ্ঠানত শ্রীমোদীয়ে আজি এই মন্...

December 28, 2025 6:31 PM

views 48

আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। ভ্ৰমণকালত শ্ৰীশ্বাহে গুৱাহাটী আৰু বটদ্ৰবাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।