ৰাষ্ট্ৰীয়

December 29, 2025 8:21 PM

views 37

আৰাৱলী পৰ্বতমালা সন্দর্ভত উচ্চতম ন্যায়ালয়ৰ নতুন সমিতি গঠনৰ বাবে লোৱা সিদ্ধান্তক আদৰণি ভূপেন্দৰ যাদৱৰ

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দৰ যাদৱে আৰাৱলী পৰ্বতমালা সন্দর্ভত উচ্চতম ন্যায়ালয়ে বিষয়সমূহ অধ্যয়নৰ বাবে নতুন সমিতি গঠনৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীযাদৱে কয় যে আৰাভালি পৰ্বতমালাৰ সুৰক্ষা আৰু পুনৰুদ্ধাৰৰ বাবে তেওঁৰ মন্ত্ৰালয়ৰ পৰা বিচৰা ...

December 29, 2025 8:19 PM

views 42

এম জি এনৰেগা আঁচনিত থকা আসোঁৱাহসমূহ দূৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ বিকশিত ভাৰত জি ৰাম জি আইন কার্যকৰী

কেন্দ্রীয় কৃষি, কৃষক কল্যান আৰু গ্রামীন বিকাশ মন্ত্রী শিৱৰাজ সিং চৌহানে কৈছে যে পূৰ্বৰ এম জি এনৰেগা আঁচনিত থকা আসোঁবাহসমূহ দূৰ কৰাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত জি ৰাম জি আইন কার্যকৰী কৰিছে। আজি উত্তৰাখণ্ডৰ গৌচৰত ৰাজ্যিক কৃষক দিৱস ২০২৫ অনুষ্ঠানত ভাষণ দি শ্রীচৌহানে কয়, যে পূৰ্বৰ আঁচনিখনে এ...

December 29, 2025 8:16 PM

views 40

পক্ষীকূলৰ প্ৰজননস্থলীসমূহৰ ৰক্ষাৰ্থে এটা নতুন প্রকল্পত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

 কেন্দ্ৰীয় চৰকাৰে গংগা নদীৰ উপত্যকা অঞ্চলত লুপ্তপ্রায় চৰাইৰ প্ৰজাতিসমূহৰ সংৰক্ষণৰ বাবে, বালিচৰত বাহ সাজি থকা পক্ষীকূলৰ প্ৰজননস্থলীসমূহৰ ৰক্ষাৰ্থে এটা নতুন প্রকল্পত অনুমোদন জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ কাৰ্যকৰী সমিতিৰ ৬৮ সংখ্যক বৈঠকতে এই প্রকল্পত অনুমোদন জনোৱা হয়। ন...

December 29, 2025 8:14 PM

views 49

আৱর্জনা ব্যৱস্থাপনা আৰু বহনক্ষমতাৰ দৰে প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সামাজিক আৰু অর্থনৈতিক দৃষ্টিভংগীৰ লগতে প্রযুক্তিগত দক্ষতাৰো অতিকৈ প্রয়োজন- শ্রীমতী দ্রৌপদী মুর্মু

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কৈছে যে বর্তমান সময়ত আমাৰ দেশে মুখামুখি হোৱা আৱৰ্জনা ব্যবস্থাপনা আৰু বহনক্ষমতাৰ দৰে প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সামাজিক আৰু অৰ্থনৈতিক দৃষ্টিভংগীৰ লগতে প্রযুক্তিগত দক্ষতাৰো অতিকৈ প্রয়োজন। আজি ৰাষ্ট্ৰীয় প্রযুক্তি প্রতিষ্ঠান জমছেদপুৰৰ পঞ্চদশ সমাবর্তন সমাৰো...

December 29, 2025 6:07 PM

views 48

জি ৰামজি আইনে ৰাজ্যসমূহক ১৭ হাজাৰ কোটি টকা আবণ্টন দিছে

বিকশিত ভাৰত গ্ৰামীণ জীৱিকা আৰু নিয়োগ নিশ্চিত যোজনা অর্থাৎ জি ৰামজি আইনে ৰাজ্যসমূহক ১৭ হাজাৰ কোটি টকা আবণ্টন দিছে। এই আইন ২০ বছৰ পুৰণি মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রামীণ নিয়োগ নিশ্চয়তা আইন- এমজিএনৰেগা, ২০০৫-ৰ সলনি কাৰ্যকৰী কৰা হৈছে। ভাৰতীয় ষ্টেট বেংক- এছ বি আইৰ এটা গৱেষণা প্ৰতিবেদন অনুসৰি এই আইন ক...

December 29, 2025 4:57 PM

views 59

বটদ্ৰৱা সাংস্কৃতিক প্রকল্প উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহ

দিনজোৰা ভ্ৰমণসূচীৰে আজি অসমলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি কিছুসময়ৰ পূৰ্বে বটদ্ৰৱা সাংস্কৃতিক প্রকল্প উদ্বোধন কৰে। বটদ্ৰৱা প্রকল্পস্থলীত উপস্থিত হোৱাৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে আয়তীসকলক দিহা নাম পৰিৱেশনেৰে আদৰণি জনায়। গৃহমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই পৱিত্ৰ গুৰু আসন...

December 29, 2025 4:53 PM

views 52

পুডুচেৰীক এখন গৌৰৱময় মহানগৰ বুলি অভিহিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে পুডুচেৰীক এখন গৌৰৱময় মহানগৰ বুলি অভিহিত কৰি কয় যে এই চহৰখনে কেইবা শতিকা আগৰ পৰাই বিশ্ববাসীৰ আগত কেৱল প্ৰাচীন সভ্যতাৰ পৰিচয় দিয়াই নহয়, প্ৰেম আৰু সামগ্রিকতাৰ মূল্যবোধকো প্রতিফলিত কৰি আহিছে। উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমবাৰৰ বাবে কেন্দ্রীয়...

December 29, 2025 4:39 PM

views 92

দেশত পানকাৰ্ড আৰু আধাৰকাৰ্ড সংযোগৰ বাবে অন্তিম সময়সীমা অহা ৩১ ডিচেম্বৰ ধাৰ্য

দেশত পানকাৰ্ড আৰু আধাৰকাৰ্ড সংযোগৰ বাবে অন্তিম সময়সীমা অহা ৩১ ডিচেম্বৰ ধাৰ্য কৰা হৈছে। নাগৰিকে কৰ আদায় দিয়াৰ সময়ত ব্যক্তিৰ আধাৰ আৰু পানকাৰ্ড সংলগ্ন কৰাটো বাধ্যতামূলক কৰা হৈছে। ২০২৪ চনৰ ১ অক্টোবৰতে আধাৰকাৰ্ড আৰু পানকাৰ্ড সংলগ্ন কৰাৰ এটা নিৰ্দেশ জাৰি কৰা হৈছিল আৰু পাছত এই সময়সীমা ২০২৫ চনৰ ৩ এপ্ৰি...

December 29, 2025 4:34 PM

views 52

চি বি এছ ইয়ে চি-টেটৰ একবিংশ সংস্কৰণৰ বাবে অনলাইন আবেদন সম্পূৰ্ণ কৰিব

● কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ-চি বি এছ ইয়ে ফেব্ৰুৱাৰীত হ'বলগীয়া কেন্দ্রীয় শিক্ষক যোগ্যতা নিৰূপণকাৰী পৰীক্ষা চি-টেটৰ একবিংশ সংস্কৰণৰ বাবে অনলাইন আবেদন সম্পূৰ্ণ কৰিব নোৱাৰা প্ৰাৰ্থীসকলক সকাহ প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। চি বি এছ ইয়ে জাৰি কৰা অধিসূচনা অনুসৰি এই পৰীক্ষাৰ বাবে যোৱা ২৭...

December 29, 2025 6:12 PM

views 65

ইষ্টমাচ অব তেহৱান টেপেকৰ আন্তঃমহাসাগৰীয় কৰিড’ৰত যাত্ৰীবাহী ৰে’লগাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ১৩গৰাকী লোকৰ মৃত্যু

● মেক্সিকোৰ ছেলিনা ক্রুজ কোৱাটজাকোৱালকোচ পথৰ ইষ্টমাচ অব তেহৱান টেপেকৰ আন্তঃমহাসাগৰীয় কৰিড'ৰত এখন যাত্ৰীবাহী ৰেলগাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ১৩গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৯৮গৰাকী আহত হয়। ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰেলগাড়ীখনত ২৫০গৰাকী যাত্ৰী আছিল। মেক্সিকোৰ নৌসেনা বিভাগে উদ্ধাৰ অভিযানৰ বাব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।