June 30, 2026 1:28 PM
31
বিশ্বৰ গণতান্ত্রিক সংগঠনৰ সকলো নির্বাচিত প্রতিনিধিলৈ ওম বিৰলাৰ অভিনন্দন
আন্তঃৰাষ্ট্রীয় সংসদীয় গণতন্ত্র নাইবা সংসদীয়তাবাদ দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিশ্বৰ গণতান্ত্রিক সংগঠনৰ সকলো নির্বাচিত প্রতিনিধিলৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বার্তাযোগে শ্রী বিৰলাই কয়, যে জনসাধাৰণৰ অভিলাষ পূৰণ, অধিকাব ৰক্ষা আৰু আস্থা অর্জনব ক্ষেত্রত সংসদসমূহ সর্বোচ্চ প্রতিষ্ঠান...