June 30, 2026 7:44 PM | Amarnath Yatra

printer

অহা ৩ জুলাইৰ পৰা অমৰনাথ যাত্ৰা আৰম্ভ

অহা ৩ জুলাইত অমৰনাথ যাত্ৰা আৰম্ভ হ’ব। ৫৭ দিন ধৰি চলিবলগীয়া এই বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে কট্‌টীয়া সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে। এইবাৰ ৫৫ হাজাৰ তীৰ্থযাত্ৰীক অমৰনাথ যাত্ৰাৰ সুবিধা দিয়া হ’ব। জম্মু- কাশ্মীৰৰ উপ-ৰাজ্যপাল তথা অমৰনাথ দেৱোত্তৰ ব’ৰ্ডৰ অধ্যক্ষ মনোজ সিন্হাই অমৰনাথ যাত্ৰাৰ প্ৰথমটো দলৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।