August 9, 2026 11:02 AM

views 40

প্রতিকূল বতৰ আৰু পথ মেৰামতিৰ বাবে পেহেলগাম আৰু বালতল পথেৰে বাৰ্ষিক অমৰনাথ যাত্ৰা সাময়িকভাবে বাতিল

জম্মু-কাশ্মীৰত শেহতীয়াকৈ প্ৰচুৰ বৰষুণ, পথ মেৰামতি তথা অহা কিছুদিনলৈ বতৰ প্ৰতিকূল হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি পেহেলগাম আৰু বালতল পথেৰে বাৰ্ষিক অমৰনাথ যাত্ৰা আজিৰে পৰা বাতিল কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা বতৰৰ বতৰা আৰু পথৰ দুৰৱস্থাৰ পৰিপ্ৰেক্ষিত সাময়িকভাবে যাত্রা বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। সুৰক্ষামূলক ব্যৱস্থা হিচাপে কালি জম্মুৰ ভাগৱতীনগৰৰ মূল শিৱিৰৰ পৰা কোনো তীর্থযাত্ৰীক যাত্ৰা কৰাৰ অনুমতি প্ৰদান কৰা হোৱা নাই। ইপিনে, ২৮ সংখ্যক দলৰ ১২০২ গৰাকী তীর্থযাত্ৰীয়ে অমৰনাথৰ পৱিত্ৰ গু...

July 19, 2026 12:38 PM

views 34

প্ৰতিকূল বতৰৰ বাবে পেহেলগাম আৰু বালটাল পথেৰে অমৰনাথ যাত্রা স্থগিত

জম্মু আৰু কাশ্মীৰত প্ৰতিকূল বতৰৰ পূর্বানুমানৰ প্ৰতি লক্ষ্য ৰাখি সতর্কতামূলক ব্যৱস্থা হিচাপে আজিৰে পৰা পেহেলগাম আৰু বালটাল পথেৰে অমৰনাথ যাত্রা স্থগিত ৰখা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে তীর্থযাত্ৰীসকলৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিবলৈ অহা কেইদিনমান বেয়া বতৰৰ আগজাননী দিয়াৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি এগৰাকী বিষয়াই জানিবলৈ দিছে। তেওঁ জানিবলৈ দিয়ে যে পৰৱৰ্তী জাননী জাৰি নকৰালৈকে ভক্তসকলক বালটাল আৰু নুনৱান/ চন্দনৱাৰী বেছ কেম্পৰ পৰা আগলৈ যোৱাৰ অনুমতি দিয়া নহ'ব। বতৰৰ পৰিস্থিতিৰ বিস্তৃত...

July 4, 2026 11:08 AM

views 22

প্ৰতিদিনে জম্মুলৈ অহা হাজাৰ হাজাৰ তীৰ্থ যাত্ৰীয়ে বাৰ্ষিক অমৰনাথ যাত্ৰাক বিশেষ গতি প্ৰদান কৰিছে

প্ৰতিদিনে জম্মুলৈ অহা হাজাৰ হাজাৰ তীৰ্থ যাত্ৰীয়ে বাৰ্ষিক অমৰনাথ যাত্ৰাক বিশেষ গতি দিছে। তীর্থ যাত্রী, পৰ্যটক আৰু স্থানীয় বাসিন্দাসকলক বিনোদন দিবলৈ জম্মু স্মার্ট ছিটি লিমিটেডে টাৱী নদীৰ বুকুত নৌকা বিহাৰৰ ব্যৱস্থা কৰিছে। জম্মু স্মাৰ্ট ছিটি লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া তথা জম্মু পৌৰ নিগমৰ আয়ুক্ত ড০ দেবাংশ যাদৱে এই নৌকা যাত্ৰা মুকলি কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ড০ যাদৱে কয়, যে জম্মু শ্ৰী অমৰনাথ যাত্ৰাৰ বাবে দুৱাৰমুখৰূপে বিবেচিত হৈ অহাৰ লগতে প্ৰতি বছৰে লাখ লাখ তীর্থ যাত্ৰীক আদৰণি জনায়। ...

July 3, 2026 11:23 AM

views 26

জম্মু-কাশ্মীৰৰ পেহেলগাম আৰু বালটল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ

জম্মু-কাশ্মীৰৰ পেহেলগাম আৰু বালটল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। এই ৫৭ দিনীয়া তীর্থ যাত্ৰাৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তই পৱিত্ৰ অমৰনাথ গুহা দৰ্শন কৰাৰ সম্ভাৱনা আছে। ভক্তসকলে প্ৰতিবছৰে ভগৱান শিৱৰ আশীষ বিচাৰি প্ৰাকৃতিকভাৱে বৰফেৰে গঠিত শিৱলিংগ দৰ্শনৰ উদ্দেশ্যে প্ৰায় ৩ হাজাৰ ৮৮৮ মিটাৰ উচ্চতাত অৱস্থিত পৱিত্ৰ অমৰনাথ গুহা ভ্ৰমণ কৰে। অহা ২৮ আগষ্টত ৰাখী বন্ধনৰ দিনা এই যাত্ৰাৰ সামৰণি পৰিব । অমৰনাথ গুহা দৰ্শনৰ বাবে অহা তীর্থযাত্ৰীৰ প্ৰথমটো দল কালি কটকটীয়া সুৰক্ষাৰ মাজত অ...

July 2, 2026 6:06 PM

views 29

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি পুৱা জম্মুৰ পৰা পতাকা জোকাৰি চলিত বৰ্ষৰ অমৰনাথ যাত্ৰাৰ প্ৰথমটো দল ৰাওনা কৰে

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি পুৱা জন্মৰ পৰা পতাকা জোকাৰি চলিত বৰ্ষৰ অমৰনাথ যাত্ৰাৰ প্ৰথমটো দল ৰাওনা কৰে। ইয়াৰ লগে লগে এই বাৰ্ষিক তীর্থযাত্রাও আনুষ্ঠানিকভাৱে আৰম্ভ হয়। এই উপলক্ষে সাংসদ যুগল কিশোৰ শৰ্মাই তীর্থযাত্ৰীসকলৰ যাত্ৰা সুকলমে সম্পন্ন হ'ব বুলি আশা প্ৰকাশ কৰে। জম্মু-কাশ্মীৰ বিধানসভাৰ বিৰোধী পক্ষৰ নেতা বিজেপিৰ সুনীল শর্মাইও তীর্থযাত্রীসকলক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয়, যে জম্মু-কাশ্মীৰ দেৱোত্তৰ পৰিষদে গ্ৰহণ কৰা ব্যৱস্থাই তীর্থযাত্ৰীসকলৰ যাত্ৰা সুচল কৰি তুলিব। ৫৭ দিনজোৰা এই যা...

July 2, 2026 12:04 PM

views 21

অমৰনাথ যাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰাৰ আজি পুৱা শুভাৰম্ভ

 জম্মুৰ ভগৱতী নগৰ বেছ কেম্পৰ পৰা অমৰনাথ যাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰা জম্মু-কাশ্মীৰৰ উপ- ৰাজ্যপাল তথা অমৰনাথ দেৱোত্তৰ ব'ৰ্ডৰ অধ্যক্ষ মনোজ সিনহাই আজি পুৱা শুভাৰম্ভ কৰে। এইবাৰ ৫৫ হাজাৰ তীৰ্থযাত্ৰীক অমৰনাথ যাত্ৰাৰ সুবিধা দিয়া হ'ব। ৫৭ দিন ধৰি চলিবলগীয়া এই যাত্রা কাইলৈ পৰম্পৰাগতভাৱে অনন্তনাগ জিলাৰ নুনৱান পেহেলগাম পথেৰে আৰু গন্দৰৱল জিলাৰ চমু বালতাল পথেৰে আৰম্ভ হ'ব। যাত্ৰীসকলৰ থকা-খোৱা, অনাময়, স্বাস্থ্যসেৱা, পৰিবহণকে ধৰি সকলো দিশতে দৃষ্টি কৰা হৈছে। তীর্থযাত্ৰীসকলে ৪৪ নম্বৰ জম্মু-কাশ্মীৰ ৰাষ্ট্ৰীয় ঘাইপ...

July 1, 2026 9:18 PM

views 20

পৱিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে তীর্থযাত্ৰীৰ প্ৰথমটো দল জম্মুৰ ভগৱতী নগৰৰ মূল শিবিৰত উপস্থিত

পৱিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে তীর্থযাত্ৰীৰ প্ৰথমটো দল জম্মুৰ ভগৱতী নগৰৰ মূল শিবিৰত উপস্থিত হৈছে। দলটোৱে কাইলৈ এই বার্ষিক যাত্ৰাৰ আৰম্ভণি কৰিব। আমাৰ আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি তীৰ্থযাত্ৰীসকলৰ থকা খোৱা, সুৰক্ষাকে ধৰি সকলো ধৰণৰ যাৱতীয় প্রস্তুতি ইতিমধ্যে সম্পন্ন কৰা হৈছে। শ্রীঅমৰনাথ দেৱালয় পৰিষদৰ অধ্যক্ষ জম্মু আৰু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই কাইলৈ পুৱা চাৰি বজাতে তীর্থযাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব।

June 30, 2026 7:44 PM

views 26

অহা ৩ জুলাইৰ পৰা অমৰনাথ যাত্ৰা আৰম্ভ

অহা ৩ জুলাইত অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। ৫৭ দিন ধৰি চলিবলগীয়া এই বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে কট্‌টীয়া সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে। এইবাৰ ৫৫ হাজাৰ তীৰ্থযাত্ৰীক অমৰনাথ যাত্ৰাৰ সুবিধা দিয়া হ'ব। জম্মু- কাশ্মীৰৰ উপ-ৰাজ্যপাল তথা অমৰনাথ দেৱোত্তৰ ব'ৰ্ডৰ অধ্যক্ষ মনোজ সিন্হাই অমৰনাথ যাত্ৰাৰ প্ৰথমটো দলৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব ।

June 12, 2026 4:54 PM

views 32

শ্রী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত গৃহমন্ত্রী অমিত শ্বাহৰ পৰ্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত শ্রী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত সেনা বাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, চি আৰ পি এফ, বি এছ এফ, চি আই এছ এফ, আই টি বি পি আৰু এছ এছ বি সঞ্চালক প্রধান সকলো উপস্থিত থাকে। অমৰনাথ যাত্ৰা অহা ৩ জুলাইত আৰম্ভ হ'ব আৰু ২৮ আগষ্টত সামৰণি পৰিব।

August 4, 2025 12:15 PM

views 66

বালতাল আৰু পেহেলগাম দুয়োটা পথেৰে শ্ৰীঅমৰনাথ যাত্রা বাতিল

জম্মু-কাশ্মীৰৰ বালতাল আৰু পেহেলগাম দুয়োটা পথেৰে শ্ৰীঅমৰনাথ যাত্রা বাতিল কৰা হৈছে। এটা বিবৃতিত কাশ্মীৰৰ বিভাগীয় আয়ুক্ত বিজয় কুমাৰ বিধুৰীয়ে কয়, যে শেহতীয়াকৈ হোৱা প্ৰবল বৰষুণৰ বাবে এই দুয়োটা পথৰ বিস্তৰ ক্ষতি হোৱাত মেৰামতিৰ প্ৰয়োজন হৈ পৰিছে। তেওঁ কয়, যে এই পথছোৱা মেৰামতি কৰি উলিওৱাৰ বাবে একেৰাহে শ্ৰমিক আৰু অন্যান্য যন্ত্রপাতি ব্যৱহাৰ কৰা হৈছে যদিও প্রশাসনে যাত্ৰা পুনৰ আৰম্ভ কৰিবলৈ সমৰ্থ হোৱা নাই। উল্লেখযোগ্য যে যোৱা ৩ জুলাইত আৰম্ভ হোৱা এই যাত্ৰাত এতিয়ালৈকে ৪ লাখ ১৪ হাজাৰৰো অধিক তীর্থযাত্ৰ...