আন্তৰ্জাতিক সংবাদ

November 16, 2025 7:20 PM

views 68

বাহৰেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্রীৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰৰ বাৰ্তালাপ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে বাহৰেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ আব্দুল্লাতিফ বিন ৰছিদ আলজায়ানীৰ সৈতে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত ড০ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই টেলিফোনিক বাৰ্তালাপৰ সময়ত ভাৰত আৰু বাহৰেইনৰ মাজৰ দীর্ঘদিনীয়া আৰু বহুমুখী অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ উপায়ৰ ...

November 16, 2025 11:24 AM

views 66

বেলুচিস্তানৰ কেইবাখনো জিলাত বেলুচ শ্বহীদ দিৱস পালন

বেলুচ নেশ্যনেল মুভমেন্টে বেলুচিস্তানৰ কেইবাখনো জিলাত বেলুচ শ্বহীদ দিৱস পালন কৰে। এই দিৱসত ৰাজনৈতিক নেতা আৰু মানৱ অধিকাৰ কৰ্মীসকলে বিলুচিস্তানৰ পাকিস্তান দখলীকৃত ভূমি আৰু মানৱ অধিকাৰ উলংঘনৰ বিষয়টোত আলোকপাত কৰে৷ উল্লেখযোগ্য যে, বেলুচিস্তানৰ স্বাধীনতা, সন্মান আৰু অধিকাৰৰ বাবে প্ৰাণাহুতি দিয়া বেলুচ শ্...

November 16, 2025 11:12 AM

views 60

ফ্ৰান্সত হ’বলগীয়া দ্বিপাক্ষিক বিমান অনুশীলন-গৰুড় ২৫-ৰ অষ্টম সংস্কৰণত ভাৰতীয় বায়ু সেনা

ভাৰতীয় বায়ু সেনাই আজিৰে পৰা ফ্ৰান্সত হ'বলগীয়া দ্বিপাক্ষিক বিমান অনুশীলন-গৰুড় ২৫-ৰ অষ্টম সংস্কৰণত অংশ ল'ব। বায়ু সেনাই ২৭ নৱেম্বৰলৈকে ফ্ৰান্সৰ বায়ু আৰু মহাকাশ বাহিনীৰ সৈতে একেলগে এই অনুশীলনত ভাগ লব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বাস্তৱিক অভিযানত যুদ্ধ কৌশল আৰু প্ৰক্ৰিয়াৰ সংশোধনে এই অনুশ...

November 11, 2025 8:00 PM

views 75

ইছলামাবাদত ন্যায়ালয় ভৱনৰ বাহিৰত সংঘটিত আত্মঘাটি বিস্ফোৰণত কমেও ১২ জন লোকৰ মৃত্যু, আহত ২১ জন লোক

পাকিস্তানৰ ইছলামাবাদত ন্যায়ালয় ভৱনৰ বাহিৰত আজি সংঘটিত এটা আত্মঘাটি বিস্ফোৰণত কমেও ১২ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে আন ২১ জন লোক আহত হয়। স্থানীয় আৰক্ষীৰ তথ্য অনুসৰি ন্যায়ালয়ৰ বাহিৰত ৰখাই থোৱা এখন বাহনত বোমাটো বিস্ফোৰণ হয়। পাকিস্তানে যোৱা কেইবছৰমান ধৰি বিশেষকৈ খাইবাৰ পাখতুনখোৱা আৰু বেলুচিস্তানত ...

November 10, 2025 5:53 PM

views 95

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জ্যেষ্ঠ কূটনীতিবিদ ছাৰ্জিঅ’ গৰক নতুন দিল্লীস্থিত দেশখনৰ ৰাষ্ট্ৰদূত হিচাপে ৰাষ্ট্ৰপতি ট্রাম্পে দিয়া নিযুক্তিত অনুমোদন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চ সদন চিনেটে জ্যেষ্ঠ কূটনীতিবিদ ছাৰ্জিঅ' গৰক নতুন দিল্লীস্থিত দেশখনৰ ৰাষ্ট্ৰদূত হিচাপে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দিয়া নিযুক্তিত অনুমোদন জনাইছে। তেওঁ অচিৰেই নতুন দিল্লীৰ মার্কিন দূতাবাসত কাৰ্যভাৰ গ্ৰহণ কৰিব। উল্লেখযোগ্য যে ৩৮ বছৰীয়া ছাৰ্জিঅ' গৰ হৈছে ভাৰতত ৰাষ্ট্রদূত হিচাপ...

November 10, 2025 2:41 PM

views 79

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ এংগোলাৰ ৫০সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাগ ল’ব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ এংগোলাৰ ৫০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ ল'ব। শ্রীমতী মুৰ্মুৱে আজি এংগোলাৰ লোৱান্দাত নেচনেল এছেম্বলিৰ সাংসদসকলক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও লৰেনকোইৰ সৈতে হোৱা আলোচনাত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক ...

November 9, 2025 7:50 PM

views 60

পাৰস্পৰিক বিকাশ আৰু সমৃদ্ধিৰ বাবে এংগোলাৰ সৈতে ভাৰতে একেলগে কাম কৰি যোৱাৰ বাবে সাজু হৈ আছে বুলিও ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ প্রকাশ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু আৰু এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও লৰেনকোই আজি লোৱান্দাত অৱস্থিত ৰাষ্ট্রপতি ভৱনত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মৰ উপস্থিতিত দেশখনৰ ৰাষ্ট্ৰপতি ভৱনত তেওঁক উষ্ম আদৰণি জনোৱা হয়। দুয়োগৰাকী নেতাই এংগোলা আৰু ভাৰতৰ মাজৰ বহুপাক্ষিক অংশীদা...

November 9, 2025 6:50 PM

views 60

আমেৰিকাৰ ইণ্টেলৰ মুখ্য কার্যবাহী বিষয়া লিপ বু টানক ভাৰতীয় ৰাষ্ট্রদূত বিনয় মোহন কোৱাট্রাৰ সাক্ষাৎ

আমেৰিকাত থকা ভাৰতীয় ৰাষ্ট্রদূত বিনয় মোহন কোৱাট্রাই বহুজাতিক কোম্পানী ইণ্টেলৰ মুখ্য কার্যবাহী বিষয়া লিপ বু টানক সাক্ষাৎ কৰে। এই সাক্ষাতত ৰাষ্ট্রদূতগৰাকীয়ে কেন্দ্রীয় চৰকাৰৰ ভাৰত ছেমিকণ্ডাক্টৰ অভিযান আৰু ভাৰত কৃত্রিম বুদ্ধিমত্তা অভিযানৰ সৈতে সংগতি ৰাখি ভাৰতত অৰ্ধপৰিবাহী আৰু কৃত্রিম বুদ্ধিমত্তাৰ কাম-কাজ...

November 9, 2025 11:39 AM

views 104

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি সম্পৰ্কীয় চতুর্থ পৰ্যায়ৰ আলোচনা সম্পূর্ণ

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি সম্পৰ্কীয় চতুর্থ পৰ্যায়ৰ আলোচনা সম্পূর্ণ হৈছে। বাণিজ্য আৰু উদ্যোগ মন্ত্র্যালয়ে জনোৱা মতে পাঁচ দিন ধৰি চলা এই আলোচনাত সামগ্ৰী আৰু সেৱা, অর্থনৈতিক সহযোগিতা আদি বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্র্যালয়ে জনোৱা মতে এই আলোচনা যথেষ্ট ফলপ্রসূ আৰু ইতিবাচক আছিল। দে...

November 9, 2025 11:32 AM

views 89

আফ্রিকা মহাদেশৰ দুখন ৰাষ্ট্ৰ ভ্ৰমণৰ উদ্দেশ্যে ৰাওনা হোৱা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু এংগোলাত উপস্থিত

আফ্রিকা মহাদেশৰ দুখন ৰাষ্ট্ৰ ভ্ৰমণৰ উদ্দেশ্যে ৰাওনা হোৱা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু কালি এংগোলাত উপস্থিত হয়। শ্রীমতী মুৰ্মৱে যাত্ৰা কৰা বিমানখন যোৱা নিশা এংগোলাৰ ৰাজধানী লোৱান্দাত অৱতৰন কৰে। এয়া হৈছে এংগোলালৈ কোনো ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো আনুষ্ঠানিক ভ্রমণ। এংগোলাৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্...