আন্তৰ্জাতিক সংবাদ

December 18, 2025 4:49 PM

views 70

সন্ত্ৰাসবাদ প্ৰতিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা বালাদেশৰ সাংবাদিক অনিচ আলমগীৰক মোকলাই দিবলৈ আহ্বান

AMNESTY ইণ্টাৰনেচনেলে মুখ্য উপদেষ্টা প্ৰফেছৰ মহম্মদ য়ুনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক অভিব্যক্তিৰ স্বাধীনতা সুনিশ্চিত কৰাৰ লগতে এইমাহত সন্ত্ৰাসবাদ প্ৰতিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা সাংবাদিক অনিচ আলমগীৰক ততালিকে মোকলাই দিবলৈ আহ্বান জনাইছে। AMNESTY ইণ্টাৰনেচনেলৰ আঞ্চলিক গৱেষক ৰিহাব ম...

December 18, 2025 1:25 PM

views 68

পাৰমাণৱিক চাবমেৰিন নির্মাণ সম্ভৱ কৰি তুলিবলৈ ছিউলে ৱাশ্বিংটনৰ সৈতে দ্বিপাক্ষিক চুক্তি স্বাক্ষৰত মত পোষণ

পাৰমাণৱিক চাবমেৰিন নির্মাণ সম্ভৱ কৰি তুলিবলৈ ছিউলে ৱাশ্বিংটনৰ সৈতে দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰাৰ মত পোষণ কৰিছে। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা উই ছুং-লাকে ৱাশ্বিংটনত আলোচনাৰ বাবে উপস্থিত হোৱাৰ সময়তে উইয়ে এইদৰে মতপোষণ কৰে। প্ৰায় এমাহ পূর্বে অক্টোবৰৰ শেষৰ ফালে দক্ষিণ কোৰিয়াৰ ৰাষ্...

December 15, 2025 11:39 AM

views 70

অষ্ট্ৰেলিয়াৰ ছিডনীৰ বন্দী তীৰত সংঘটিত গুলীচালনাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ লৈ বৃদ্ধি

ইহুদীসকলৰ উৎসৱ হানুকা উদযাপনৰ প্ৰথম দিনা কালি সন্ধিয়া অষ্ট্ৰেলিয়াৰ ছিডনীৰ বন্দী তীৰত সংঘটিত গুলীচালনাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ লৈ বৃদ্ধি পাইছে। অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে এই গুলীচালনাক সন্ত্রাসবাদী আক্রমণ বুলি উল্লেখ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে বন্দুকধাৰী দুজন পিতা- পুত্ৰ আছিল। গুলীচালনা...

December 14, 2025 9:19 PM

views 57

অষ্ট্ৰেলিয়াৰ বন্দী তীৰত সংঘটিত সন্ত্রাসবাদী আক্রমণক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ তীব্ৰ গৰিহণা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইহুদীসকলৰ হানুকাহ উৎসৱৰ প্ৰথম দিনটো উদযাপন কৰা লোকসকলক লক্ষ্য কৰি অষ্ট্ৰেলিয়াৰ বন্দী তীৰত সংঘটিত সন্ত্রাসবাদী আক্রমণক তীব্ৰ গৰিহণা দিছে। সামাজিক মাধ্যম যোগে দিয়া এটা পোষ্টত প্রধানমন্ত্রীয়ে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। এই শোকৰ সময়ত ভাৰত অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ সৈ...

December 14, 2025 8:44 PM

views 61

ভাৰত আৰু জর্দানৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া জর্দান ভ্রমণসূচী

জর্দানৰ ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ আমন্ত্রণ মর্মে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ জর্দানলৈ ৰাওনা হ'ব। ভাৰত আৰু জর্দানৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ পূৰ হোৱাৰ সৈতে সংগতি ৰাখি কাইলৈ প্রধানমন্ত্রী মোদীৰ দুদিনীয়া জর্দান ভ্রমণসূচী আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে দয়োখন ...

December 12, 2025 12:23 PM

views 63

অষ্ট্ৰেলিয়াত কম বয়সৰ বিদ্যালয়ৰ কন্যা শিশুসকলৰ বাবে মূৰত কাপোৰ মাৰি যোৱাটো বন্ধ কৰাৰ বাবে আইন গৃহীত

অষ্ট্ৰেলিয়াত ১৪ বছৰতকৈ কম বয়সৰ বিদ্যালয়ৰ কন্যা শিশুসকলৰ বাবে মূৰত কাপোৰ মাৰি যোৱাটো বন্ধ কৰাৰ বাবে এখন আইন গৃহীত কৰিছে। এই আইন ব্যৱস্থা চৰকাৰী আৰু ব্যক্তিগত সকলো বিদ্যালয়ৰ কন্যা শিশুসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। এই নতুন আইনে ১৪ বছৰ বয়সতকৈ তলৰ কন্যা শিশুসকলক হিজাব অথবা বোর্খাৰ দৰে মুছলমানসকলৰ পৰম্পৰাগত...

December 8, 2025 12:15 PM

views 85

পাকিস্তানী কর্তৃপক্ষৰ কুৱেট্টা আৰু বেলুচিস্তানত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ ফলত জনসাধাৰণ সমস্যাৰ সন্মুখীন

পাকিস্তানী কর্তৃপক্ষই পুনৰ কুৱেট্টা আৰু বেলুচিস্তানত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ ফলত জনসাধাৰণ সমস্যাৰ সন্মুখীন হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি সুৰক্ষাজনিত কাৰণত বেলুচিস্তানত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। ইয়াৰ পূর্বে যোৱা নৱেম্বৰত কৰ্তৃপক্ষই কুৱেটা আৰু চামানৰ কেইবাখনো জিলাত মোবাইল ইণ্টাৰ...

December 7, 2025 8:22 PM

views 52

চীনৰ জিনজিয়াং উইণ্ডত সংঘটিত হোৱা দুর্ঘটনাত ৯ জন লোক নিহত হোৱাৰ লগতে ৭ জন লোক আহত

চীনৰ জিনজিয়াং উইণ্ডৰ স্বায়ত্ব শাসিত অঞ্চলত যোৱা নিশা সংঘটিত হোৱা এটা দুর্ঘটনাত ৯ জন লোক নিহত হোৱাৰ লগতে ৭ জন লোক আহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি উন্মু মহানগৰৰ দ্রুতগতিৰ ঘাইপথৰ বিভিন্ন অংশত সংঘটিত পৃথক পৃথক দূর্ঘটনাত ৫ খন বৃহৎ তথা ৭ খন সৰু বাহনকে ধৰি কেইবাখনো বাহন ক্ষতিগ্রস্ত হয়। ডাঠ কুঁৱলী ত...

December 7, 2025 11:27 AM

views 100

ভাৰতৰ ভূ-ৰাজনীতি ক্ষেত্ৰত বিকল্পৰ স্বতন্ত্ৰতা আৰু সুকীয়া বিদেশ নীতি তথা প্ৰতিৰক্ষা সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ আছেঃ ড° এছ জয়শংকৰ

ভাৰতে আন দেশৰ সৈতে কিদৰে সম্পৰ্ক গঢ়ি তোলে সেই ক্ষেত্ৰত আন দেশৰ হাত নাই বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে স্পষ্ট কৰিছে। নতুন দিল্লীত কালি এটা অনুষ্ঠানত ভাষণ দি ড° জয়শংকৰে কয় যে, ভাৰতৰ ভূ-ৰাজনীতি ক্ষেত্ৰত বিকল্পৰ স্বতন্ত্ৰতা আৰু সুকীয়া বিদেশ নীতি তথা প্ৰতিৰক্ষা সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ আ...

November 30, 2025 11:38 AM

views 63

থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছিহাচক ফুৱাঙকেটকিউ চাৰিদিনীয়া ভাৰত ভ্ৰমণ সূচীৰে দিল্লীত উপস্থিত

থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছিহাচক ফুৱাঙকেটকিউ চাৰি দিনীয়া ভাৰত ভ্ৰমণ সূচীলৈ দিল্লীত উপস্থিত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে যোৱা নিশা তেওঁক আদৰণি জনাই কয়, যে এই ভ্ৰমণৰ ফলত দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব আৰু স্থায়ী সম্পর্ক শক্তিশালী হ'ব বুলি আশা কৰা হৈছে...