আন্তৰ্জাতিক সংবাদ

December 14, 2025 9:19 PM

views 57

অষ্ট্ৰেলিয়াৰ বন্দী তীৰত সংঘটিত সন্ত্রাসবাদী আক্রমণক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ তীব্ৰ গৰিহণা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইহুদীসকলৰ হানুকাহ উৎসৱৰ প্ৰথম দিনটো উদযাপন কৰা লোকসকলক লক্ষ্য কৰি অষ্ট্ৰেলিয়াৰ বন্দী তীৰত সংঘটিত সন্ত্রাসবাদী আক্রমণক তীব্ৰ গৰিহণা দিছে। সামাজিক মাধ্যম যোগে দিয়া এটা পোষ্টত প্রধানমন্ত্রীয়ে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। এই শোকৰ সময়ত ভাৰত অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ সৈ...

December 14, 2025 8:44 PM

views 61

ভাৰত আৰু জর্দানৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া জর্দান ভ্রমণসূচী

জর্দানৰ ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ আমন্ত্রণ মর্মে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ জর্দানলৈ ৰাওনা হ'ব। ভাৰত আৰু জর্দানৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ পূৰ হোৱাৰ সৈতে সংগতি ৰাখি কাইলৈ প্রধানমন্ত্রী মোদীৰ দুদিনীয়া জর্দান ভ্রমণসূচী আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে দয়োখন ...

December 12, 2025 12:23 PM

views 61

অষ্ট্ৰেলিয়াত কম বয়সৰ বিদ্যালয়ৰ কন্যা শিশুসকলৰ বাবে মূৰত কাপোৰ মাৰি যোৱাটো বন্ধ কৰাৰ বাবে আইন গৃহীত

অষ্ট্ৰেলিয়াত ১৪ বছৰতকৈ কম বয়সৰ বিদ্যালয়ৰ কন্যা শিশুসকলৰ বাবে মূৰত কাপোৰ মাৰি যোৱাটো বন্ধ কৰাৰ বাবে এখন আইন গৃহীত কৰিছে। এই আইন ব্যৱস্থা চৰকাৰী আৰু ব্যক্তিগত সকলো বিদ্যালয়ৰ কন্যা শিশুসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। এই নতুন আইনে ১৪ বছৰ বয়সতকৈ তলৰ কন্যা শিশুসকলক হিজাব অথবা বোর্খাৰ দৰে মুছলমানসকলৰ পৰম্পৰাগত...

December 8, 2025 12:15 PM

views 85

পাকিস্তানী কর্তৃপক্ষৰ কুৱেট্টা আৰু বেলুচিস্তানত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ ফলত জনসাধাৰণ সমস্যাৰ সন্মুখীন

পাকিস্তানী কর্তৃপক্ষই পুনৰ কুৱেট্টা আৰু বেলুচিস্তানত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ ফলত জনসাধাৰণ সমস্যাৰ সন্মুখীন হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি সুৰক্ষাজনিত কাৰণত বেলুচিস্তানত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। ইয়াৰ পূর্বে যোৱা নৱেম্বৰত কৰ্তৃপক্ষই কুৱেটা আৰু চামানৰ কেইবাখনো জিলাত মোবাইল ইণ্টাৰ...

December 7, 2025 8:22 PM

views 51

চীনৰ জিনজিয়াং উইণ্ডত সংঘটিত হোৱা দুর্ঘটনাত ৯ জন লোক নিহত হোৱাৰ লগতে ৭ জন লোক আহত

চীনৰ জিনজিয়াং উইণ্ডৰ স্বায়ত্ব শাসিত অঞ্চলত যোৱা নিশা সংঘটিত হোৱা এটা দুর্ঘটনাত ৯ জন লোক নিহত হোৱাৰ লগতে ৭ জন লোক আহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি উন্মু মহানগৰৰ দ্রুতগতিৰ ঘাইপথৰ বিভিন্ন অংশত সংঘটিত পৃথক পৃথক দূর্ঘটনাত ৫ খন বৃহৎ তথা ৭ খন সৰু বাহনকে ধৰি কেইবাখনো বাহন ক্ষতিগ্রস্ত হয়। ডাঠ কুঁৱলী ত...

December 7, 2025 11:27 AM

views 100

ভাৰতৰ ভূ-ৰাজনীতি ক্ষেত্ৰত বিকল্পৰ স্বতন্ত্ৰতা আৰু সুকীয়া বিদেশ নীতি তথা প্ৰতিৰক্ষা সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ আছেঃ ড° এছ জয়শংকৰ

ভাৰতে আন দেশৰ সৈতে কিদৰে সম্পৰ্ক গঢ়ি তোলে সেই ক্ষেত্ৰত আন দেশৰ হাত নাই বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে স্পষ্ট কৰিছে। নতুন দিল্লীত কালি এটা অনুষ্ঠানত ভাষণ দি ড° জয়শংকৰে কয় যে, ভাৰতৰ ভূ-ৰাজনীতি ক্ষেত্ৰত বিকল্পৰ স্বতন্ত্ৰতা আৰু সুকীয়া বিদেশ নীতি তথা প্ৰতিৰক্ষা সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ আ...

November 30, 2025 11:38 AM

views 62

থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছিহাচক ফুৱাঙকেটকিউ চাৰিদিনীয়া ভাৰত ভ্ৰমণ সূচীৰে দিল্লীত উপস্থিত

থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছিহাচক ফুৱাঙকেটকিউ চাৰি দিনীয়া ভাৰত ভ্ৰমণ সূচীলৈ দিল্লীত উপস্থিত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে যোৱা নিশা তেওঁক আদৰণি জনাই কয়, যে এই ভ্ৰমণৰ ফলত দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব আৰু স্থায়ী সম্পর্ক শক্তিশালী হ'ব বুলি আশা কৰা হৈছে...

November 28, 2025 12:31 PM

views 59

হংকঙত হোৱা অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৪ লৈ বৃদ্ধি

হংকঙৰ টাইপো জিলাৰ এটা আৱাসিক চৌহদত হোৱা অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৪ লৈ বৃদ্ধি পাইছে। অগ্নিকাণ্ডৰ পাছৰে পৰা ২৮০ জনৰো অধিক লোক সন্ধানহীন হৈ আছে। এই ঘটনাত ৭৬ জন লোক আহত হৈছে। ইয়াৰে ভিতৰত ১৫ জনৰ অৱস্থা জটিল আৰু ২৮ জনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। কৰ্তৃপক্ষসমূহে হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰ...

November 26, 2025 8:26 PM

views 59

ইণ্ডোনেছিয়াৰ সুমাত্রা দ্বীপত বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭লৈ বৃদ্ধি

ইণ্ডোনেছিয়াৰ সুমাত্রা দ্বীপত প্ৰৱল বৰষুণৰ ফলত সৃষ্টি হোৱা বিধবংসী বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭লৈ বৃদ্ধি পাইছে। বানত এতিয়ালৈকে ছজন লোক সন্ধানহীন হৈ আছে। উত্তৰ সুমাত্ৰাত বানে কঢ়িয়াই অনা বোকা, শিল আৰু গছ-গছনিয়ে বহুকেইখন পার্বত্য গাঁও উটুৱাই লৈ যায়। উদ্ধাৰকাৰী বাহিনীয়ে উত্তৰ সুমাত্ৰাৰ ছ...

November 26, 2025 8:22 PM

views 70

ভাৰত আৰু ভেনিজুৱেলাই বাণিজ্যকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে

ভাৰত আৰু ভেনিজুৱেলাই বাণিজ্য, স্বাস্থ্য আৰু ভেষজ, ডিজিটেল প্রযুক্তি, কৃষি আৰু উন্নয়ন অংশীদাৰিত্বকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মত হৈছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত-ভেনিজুবেলা, বৈদেশিক কাৰ্যালয়ৰ পৰামৰ্শৰ পঞ্চমখন বৈঠকত আজি দুয়োখন দেশে এই ক্ষেত্ৰত সন্মতি প্রকাশ কৰে। বৈ...