October 21, 2025 6:55 PM
92
ছানায়ে টাকাইচিক জাপানৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী হিচাপে নির্বাচন
জাপানৰ সংসদে নতুন ইতিহাসৰ সূচনা কৰি ছানায়ে টাকাইচিক দেশখনৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী হিচাপে নির্বাচন কৰিছে। লিবাৰেল ডেম'ক্রেটিক পার্টীৰ নেত্রী টাকাই চিয়ে পুৰণি মিত্ৰদল কমেইট'ৰ পৰা পৃথক হোৱাৰ পাছত জাপান ইন ইন'ভেচন পার্টী- জে আই পিৰ সৈতে এখন নতুন চৰকাৰ গঠন কৰিব। তেওঁ আজি বিয়লি আনুষ্ঠানিকভাবে প্রধ...