আন্তৰ্জাতিক সংবাদ

October 12, 2025 11:16 AM

views 65

আফগানিস্তানৰ বৈদেশিক মন্ত্রী মাওলাওৱী তামিৰ খান মুত্তাকিয়ে আগ্ৰাৰ বিশ্ব বিখ্যাত তাজমহল দৰ্শন কৰিব

এসপ্তাহজোৰা ভাৰত ভ্ৰমণত থকা আফগানিস্তানৰ বৈদেশিক মন্ত্রী মাওলাওৱী তামিৰ খান মুত্তাকিয়ে আজি আগ্ৰাৰ বিশ্ব বিখ্যাত তাজমহল দৰ্শন কৰিব। ইয়াৰ পিছতে নতুন দিল্লীত চেম্বাৰ অব কমার্চে আয়োজন কৰা এখন বিশেষ বৈঠকত উদ্যোগ আৰু বাণিজ্যিক প্ৰতিনিধিৰ সৈতে মিলিত হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ সৈতেও ম...

October 12, 2025 11:13 AM

views 104

ভাৰতত নৱনিযুক্ত আমেৰিকাৰ ৰাষ্ট্রদূত ছাৰ্জিঅ’ গ’ড়ক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভাৰতত নতুনকৈ নিযুক্তিপ্রাপ্ত আমেৰিকাৰ ৰাষ্ট্রদূত ছাৰ্জিঅ' গ’ড়ক আদৰণি জনায়। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে নতুন ৰাষ্ট্রদূতগৰাকীৰ কাৰ্যকালত ভাৰত, আমেৰিকাৰ দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। বৈদেশিক পৰিক্ৰ...

October 12, 2025 11:09 AM

views 92

কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দে ছদিনীয়া কাৰ্যসূচীৰে ভাৰত, ছিংগাপুৰ আৰু চীনদেশ ভ্ৰমণ কৰিব

কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দে আজিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে ভাৰত, ছিংগাপুৰ আৰু চীনদেশ ভ্ৰমণ কৰিব। কানাডাৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় নীতিৰ অংশ স্বৰূপে দ্বিপাক্ষিক সম্পৰ্ক আৰু সংহযোগিতা অধিক বৃদ্ধিৰ উদ্দেশ্যে তেওঁ এই ভ্ৰমণ কৰিব। ভাৰত ভ্ৰমণৰ সময়ছোৱাত আনন্দে নতুন দিল্লীত বিদেশমন্ত্রী এছ. জয়শংকৰ আ...

October 11, 2025 8:31 PM

views 73

পাকিস্তানত সন্ত্ৰাসবাদীৰ আক্ৰমণত সন্ত্ৰাসবাদীসহ ১৩জন আৰক্ষী নিহত

পাকিস্তানৰ খাইবাৰ পাখটুনখোৱাৰ ডেৰা ইছমাইল খানস্থিত ৰত্না কুলাচি আৰক্ষী প্রশিক্ষণ বিদ্যালয়ক লক্ষ্য কৰি সংঘটিত সন্ত্রাসবাদী আক্রমণত ৬ জন সন্ত্রাসবাদী আৰু ৭ জন আৰক্ষী কর্মী নিহত হৈছে। সন্ত্রাসবাদীয়ে যোৱা নিশা বিস্ফোৰক সামগ্ৰীৰে থাহ খাই থকা এখন গাড়ীৰে বিদ্যালয়ৰ চৌহদত খুন্দা মাৰি নির্বিচাৰে গুলীবর্ষণ কৰা...

October 5, 2025 8:35 PM

views 62

নেপালত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু বানত ৪৭ জন লোকৰ মৃত্যু

নেপালত পৰহিৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু বানত ৪৭ জন লোকৰ মৃত্যু হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ভূমিস্খলনত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হোৱা ইল্লাম জিলাত কমেও ৩৭ জন লোকৰ মৃত্যু হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্য্যোগ হ্রাস আৰু ব্যৱস্থাপনা কর্তৃপক্ষৰ মুখপাত্রই নিরুদ্দেশ হোৱা লোকসকলৰ ...

October 5, 2025 11:15 AM

views 61

ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰ ৮ অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব

ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰে অহা ৮ অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এয়া হ'ব ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমবাৰলৈ ভাৰত ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এটা সূত্ৰত প্ৰকাশ পাইছে যে, ৯ অক্টোবৰত মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে ভিছন ...

October 4, 2025 9:15 PM

views 74

ইজলাইৰে বিগত ১২ ঘণ্টাত গাজাত চলোৱা আক্ৰমণত ২০জন লোক নিহত

ইজলাইৰে বিগত ১২ ঘণ্টাত গাজাত চলোৱা আক্ৰমণত ২০ জন লোকে প্ৰাণ হেৰুৱাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে বোমা বর্ষণ ততালিকে বন্ধ কৰিবলৈ ইজলাইক আহ্বান জনোৱা সত্বেও দেশখনে গাজা অঞ্চলত আক্ৰমণ অব্যাহত ৰাখিছে। ইপিনে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ডোনাল্ড ট্রাম্পৰ ...

October 4, 2025 12:34 PM

views 105

হামাছে ইজৰাইলৰ বাকী থকা পণবন্দীসকলক মুকলি কৰি দিবলৈ সন্মত

হামাছে ইজৰাইলৰ বাকী থকা পণবন্দীসকলক মুকলি কৰি দিবলৈ সন্মত হৈছে। তথাপিও তেওঁলোকে আমেৰিকাৰ শান্তি প্ৰস্তাৱত উল্লেখ কৰা কেইবাটাও বিষয়ৰ ওপৰত অধিক আলোচনা হোৱাটো বিচাৰিছে। সংগঠনটোৱে এটা বিবৃতিত কয়, যে যদিহে সকলো বোৰ চৰ্ত পূৰণ হয় তেন্তে ৰাষ্ট্ৰপতি ট্রাম্পৰ প্ৰস্তাৱত থকা বিনিময় সূত্র অনুসৰি জীৱিত বা মৃত সকল...

October 2, 2025 6:36 PM

views 76

ছুদানত এল ফেছাৰ মহানগৰৰ সমীপত ৰেপিড ছাপৰ্ট ফ’ৰ্চৰ ড্ৰ’ন আক্ৰমণত ৮ জন লোক নিহত

■ ছুদানত এল ফেছাৰ মহানগৰৰ সমীপত ৰেপিড ছাপৰ্ট ফ'ৰ্চৰ ড্ৰ'ন আক্ৰমণত ৮ জন লোক নিহত হোৱাৰ উপৰি কেইবাজনো লোক আহত হয়। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি ঘটনাস্থলীতে ৫ জন অসামৰিক লোকৰ মৃত্যু হয়, আনহাতে ৩ জন গুৰুতৰভাৱে আহত লোকৰ চিকিৎসালয়ত মৃত্যু হয়। কমেও ১২ জন আহত লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দেশখনত গৃহ...

October 1, 2025 9:17 PM

views 71

ডুবাইৰ বিশ্ব বাণিজ্য কেন্দ্ৰত আজি একাদশ বিশ্ব সেউজ অর্থনীতি সন্মিলন মুকলি

ডুবাইৰ বিশ্ব বাণিজ্য কেন্দ্ৰত আজি একাদশ বিশ্ব সেউজ অর্থনীতি সন্মিলন মুকলি কৰা হয়। সন্মিলনত ৩০ খনতকৈও অধিক দেশৰ ৩ হাজাৰ ৩০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছে। দুদিনীয়াকৈ অনুষ্ঠিত সমাৱেশখনে ডুবাইৰ বহনক্ষম উন্নয়নত বিকাশ হ'ব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।