পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে বেলুচিস্তানৰ বিভিন্ন স্থানৰ পৰা ৮ জন নাগৰিকক বলপূর্বকভাবে ধৰি কোনো অজ্ঞাত স্থানলৈ লৈ গৈছে। মানৱ অধিকাৰ, বেলুচ, য়াকজেহটি কমিটীয়ে কালি বেলুচিস্তানত পাকিস্তানী কর্তৃপক্ষই বলপূর্বকভাবে সাধাৰণ লোকক ধৰি অজ্ঞাত স্থানলৈ লৈ যোৱা, ন্যায় বহিঃর্ভূত হত্যা আৰু নির্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে।
Assamese | October 19, 2025 8:10 PM | Pakistan Army in Baluchistan
বেলুচিস্তানৰ বিভিন্ন স্থানৰপৰা ৮ জন নাগৰিকক পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে অজ্ঞাত স্থানলৈ নিয়ে