July 9, 2026 8:03 PM
10
ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক-২০২৬ বিধানসভাত উত্থাপন
ৰাজ্য চৰকাৰে ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক-২০২৬ আজি বিধানসভাত উত্থাপন কৰে। বিধেয়কখনৰ উদ্দেশ্যৰ বিষয়ে সদৰী কৰি নগৰ পৰিক্ৰমা মন্ত্রী কৌশিক ৰায়ে কয়, যে অনুসূচিত নগৰ অথবা ছেটেলাইট নগৰৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে এই প্ৰাধিকৰণ গঠন কৰা হৈছে। তেওঁ কয়, যে ৰাজ্য চৰকাৰে প্ৰাধিকৰণৰ আওঁতাৰ বিষয় সন্দর্ভত সম...