July 9, 2026 9:19 PM

views 9

কোচিত ব্রীকছু মহিলা মন্ত্ৰীসকলৰ বৈঠকৰ সামৰণি

কোচিত আজি ব্রীকছু মহিলা মন্ত্ৰীসকলৰ বৈঠকৰ সামৰণি পৰে। কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্রী অন্নপূর্ণা দেবীয়ে সামৰণি অনুষ্ঠানত ভাষণ দি কয়, যে ব্ৰীকছৰ সদস্যসকলে মহিলাৰ উন্নয়নৰ সৈতে জড়িত কেইবাটাও উমৈহতীয়া বিষয় শ্বেয়াৰ কৰে। তেওঁ কয়, যে ই সদস্য দেশসমূহৰ মাজত আলোচনা আৰু সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত...

July 9, 2026 9:16 PM

views 7

ভাৰত-ইণ্ডোনেছিয়াৰ মাজত ব্ৰাহ্মছ ক্ষেপনাস্ত্ৰৰ বাবে বৃহৎ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ইণ্ডোনেছিয়াই ব্ৰাহ্মছ ক্ষেপনাস্ত্ৰৰ বাবে বৃহৎ চুক্তিত স্বাক্ষৰ কৰিছে। যাৰ অধীনত ভাৰতে ইণ্ডোনেছিয়াক শব্দতকৈ বেগি ক্ষেপনাস্ত্র যোগান ধৰিব। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্র টুহিন সিনহাই কয়, যে ফিলিপাইনছ আৰু ভিয়েটনামৰ পাছত ইণ্ডোনেছিয়া ভাৰতে ব্ৰাহ্মছ চুক্তি স্বাক্ষৰ কৰা তৃ...

July 9, 2026 9:08 PM

views 8

আন্তঃৰাষ্ট্ৰীয় দূৰ সংযোগ সংঘৰ Line-C6 গ্ৰহণৰ পদক্ষেপ হিচাপে বঁটা লাভ

যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি ভাৰত নেট আঁচনিৰ অনলাইন আৰু অফলাইন সেৱা প্ৰদানৰ দূৰ সংযোগ বিভাগৰ সমৃদ্ধ গ্রাম ধবজাবাহী আঁচনিয়ে বিশ্ব সন্মিলনত তথ্য সমাজ পুৰস্কাৰ ২০২৬ লাভ কৰাৰ বাবে সন্তুষ্টি প্রকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় দূৰ সংযোগ সংঘৰ Line-C6 গ্ৰহণৰ পদক্ষেপ হিচাপে এই বঁটা লাভ কৰিছে। মন্ত্ৰ...

July 9, 2026 9:02 PM

views 3

নতুন দিল্লীত সীমান্ত জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীত আজি সীমান্ত জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ এখন সন্মিলনত সভাপতিত্ব কৰিছে। এই সন্মিলনখনত জম্মু-কাশ্মীৰ, পঞ্জাব, উত্তৰাখণ্ড, ৰাজস্থান, গুজৰাট, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ আৰু উত্তৰ পূবৰ ৰাজ্যকে ধৰি সীমান্তৱৰ্তী ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ আৰক্ষী অধীক্...

July 9, 2026 8:58 PM

views 9

অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত সামুহিক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্রহণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে একবিংশ শতিকাৰ ভাৰত এখন বিকশিত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰে আগবাঢ়ি গৈ আছে। দেশৰ আকাংক্ষাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে আজিৰ ভাৰত এনে এখন ৰাষ্ট্ৰ যিয়ে অধিক উন্নয়ন আৰু সাফল্য লাভত বিশ্বাসী। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত আজি এটা সামুহিক অনুষ্ঠানত অংশগ্রহণ কৰি শ্রী মোদী...

July 9, 2026 8:39 PM

views 8

গুৱাহাটীৰ চচলৰ টেনিছ প্রকল্পত ১৩ জুলাইৰ পৰা অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতা

গুৱাহাটীৰ চচলস্থিত টেনিছ প্রকল্পত অহা ১৩ জুলাইৰ পৰা অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। সৰ্বভাৰতীয় টেনিছ সন্থাৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত দেশৰ ১২ আৰু ১৪ বছৰ অনূধ্বৰ মুঠ ১৬০ গৰাকী ল'ৰা-ছোৱালীয়ে অংশগ্রহণ কৰিব। অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্ত...

July 9, 2026 8:22 PM

views 9

সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্পৰ সংৰক্ষণ, উন্নীতকৰণ আৰু বজাৰ সম্প্ৰসাৰণ সন্দৰ্ভত বিধানসভাত আলোচনা

সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আদি মন্ত্রী বিমল বৰাই অসমৰ যিসমূহ কুটীৰ শিল্পই ৰাজ্যখনৰ সভ্যতা সংস্কৃতি বিকশাই তুলিছে তাৰ ভিতৰত কাঁহ-পিতল শিল্পৰ অন্যতম বুলি প্রকাশ কৰে। সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্পৰ সংৰক্ষণ, উন্নীতকৰণ আৰু বজাৰ সম্প্ৰসাৰণ সন্দৰ্ভত বিধানসভাত আজি বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসৰ এটা ...

July 9, 2026 8:18 PM

views 9

জালনোট সৰবৰাহৰ গোচৰত উত্তৰ লখিমপুৰত ৩ লোকক গ্ৰেপ্তাৰ

জালনোট সৰবৰাহৰ গোচৰত গুৱাহাটীৰ দিছপুৰ আৰক্ষীয়ে আজি উত্তৰ লখিমপুৰৰ পৰা ৩ জন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক তিনিজন হৈছে উত্তৰ লখিমপুৰৰ হেজবুৰ ৰহমান, মিজানুৰ ৰহমান আৰু ইক্রামুল ইছলাম। জালনোট সৰবৰাহৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তিনিওকে সোধাপোছা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, কিছুদিন পূর্বে জালনোট সৰবৰাহৰ গোচৰত...

July 9, 2026 8:14 PM

views 8

জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰা প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰি আছে। কংগ্রেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে সোধা এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা বিভাগৰ মন্ত্রী অশোক সিংহলে আজি এই কথা প্রকাশ কৰে। তেওঁ কয়, যে প্রতিখন ...

July 9, 2026 8:07 PM

views 6

প্রাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি ৰোৱা শিক্ষকলৈ ৰাজ্য চৰকাৰৰ গুৰু দক্ষিণা নামৰ আঁচনি ৰূপায়ণ

২০১৭ চনৰ আইন অনুসৰি, ২০১৩ আৰু ২০২১ চনত প্রাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ পৰি ৰোৱা শিক্ষকসকলক এককালীন সকাহ প্রদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গুৰু দক্ষিণা নামৰ আঁচনি ৰূপায়ণ কৰিছে আৰু ইয়াৰ বাবে গুৰু দক্ষিণা পার্টেলো মুকলি কৰা হৈছে। শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেণ্ডরে ষোড়শ অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি চতুর্...