July 9, 2026 12:12 PM
20
উইম্বলডন জুনিয়ৰছত প্রথমগৰাকী ভাৰতীয় হিচাপে অর্ণৱ পাপৰকাৰৰ ইতিহাস ৰচনা
উইম্বলডন জুনিয়ৰছত বিগত ৩৬ বছৰত ল'ৰাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্রথমগৰাকী ভাৰতীয় হিচাপে অর্ণৱ পাপৰকাৰে ইতিহাস ৰচনা কৰিছে। ১৮ বছৰীয়া পাপৰকাৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত জাপানৰ ৰাইয়' টাবাতাক ৬-২, ৬-১ ছেটত পৰাস্ত কৰে। পাপৰকাৰে ইয়াৰ পূৰ্বৰ দুটা ৰাউণ্ডত গ্রেট ব্রিটেইনৰ জছোৱা ক্রেজ আৰু আমেৰিকাৰ কেট...