July 10, 2026 7:01 PM
6
প্ৰধানমন্ত্ৰী অনুসূচীত জাতি অভ্যুদয় যোজনাৰ অধীনত ধেমাজিৰ ১৭৬ টা আত্মসহায়ক গোটলৈ ৫০ হাজাৰ টকাৰ মূলধনী অনুদান বিতৰণ
অনুসূচীত জাতিৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী অনুসূচীত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি ধেমাজিত ১৭৬ টা আত্মসহায়ক গোটলৈ ৫০ হাজাৰ টকাৰ মূলধনী অনুদান বিতৰণ কৰা হয়। অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আৰু জিলা মিছন মেনজমেণ্ট ইউনিটৰ ধেমাজি জিলাৰ উদ্যোগত জিলাখনৰ চিলাৰায়...