July 11, 2026 10:17 AM

views 23

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী খ্ৰীষ্টফাৰ লাকছনৰ প্রধানমন্ত্রী মোদীক বিমান বন্দৰত আদৰণি

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তিনিখন ৰাষ্ট্র ভ্রমণৰ তৃতীয় তথা অন্তিম পর্যায়ত দুদিনীয়া কাৰ্যসূচীৰে কালি নিউজিলেণ্ডৰ অকলেণ্ডত উপস্থিত হৈছে। ইয়াৰ পূর্বে প্রধানমন্ত্রীগৰাকীয়ে অষ্ট্ৰেলিয়া আৰু ইণ্ডোনেছিয়া ভ্রমণ কৰিছিল। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী খ্ৰীষ্টফাৰ লাকছনে প্রধানমন্ত্রী মোদীক বিমান বন্দৰত আদৰণি জনায়...

July 11, 2026 10:10 AM

views 17

অকলেণ্ডত প্রতিনিধি পর্যায়ৰ বৈঠকত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নিউজিলেণ্ডৰ প্রধানমন্ত্রী খ্ৰীষ্ট'ফাৰ লাকছনৰ সৈতে অকলেণ্ডত প্রতিনিধি পর্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিছে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ সকলোবোৰ দিশত আলোকপাত কৰাৰ লগতে বিগত দুবছৰত বাণিজ্য আৰু উদ্যোগ তথা প্ৰতিৰক্ষা ক্ষেত্ৰত হোৱা উল্লেখনীয় অগ্ৰগতিৰ বিষয়ে পর্যালোচনা কৰিব। ব...

July 10, 2026 8:15 PM

views 10

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই এইবাৰৰ বাজেটক ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট বুলি মন্তব্য

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই এইবাৰৰ বাজেটক ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট বুলি মন্তব্য কৰে। তেওঁ কয় যে আজি উত্থাপন কৰা বাজেটে অসমৰ জনসাধাৰণৰ আকাংক্ষাক প্রতিনিধিত্ব ক ৰিব। এই বাজেট ত বিজেপিৰনিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবপৰাকৈবিজ্ঞানসন্মত প্ৰস্তাৱ আগবঢ়োৱা হৈছে বুলিও তেওঁ কয়। বিজেপি...

July 10, 2026 8:09 PM

views 7

আয়ুষমান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাই মুঠ ১,৯৪৯ বিধ ৰোগৰ চিকিৎসা সামৰি লয়

আয়ুষমান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাই মুঠ ১,৯৪৯ বিধ ৰোগৰ চিকিৎসা সামৰি লয়। বিধানসভাত বিধায়ক তানজিল হুছেইনৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী অশোক সিংহলে এই কথা উল্লেখ কৰে। তেওঁ কয়, যে এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য পৰিয়ালে বছৰত ৫ লাখ টকা পৰ্যন্ত নগদবিহীন ...

July 10, 2026 8:05 PM

views 6

মাস্কাত ওমানৰ বৈদেশিক মন্ত্ৰী বদৰ বিন হামাদ আল বুছৈদিক সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আজি মাস্কাত ওমানৰ বৈদেশিক মন্ত্ৰী বদৰ বিন হামাদ আল বুছৈদিক সাক্ষাৎ কৰি দুয়োখন দেশৰ সহযোগিতাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে কয় যে এই আলোচনাত বাণিজ্য, বিনিয়োগ, সংযোগ, সামুদ্রিক, প্রযুক্তি, প্ৰতিৰক্ষা আদি বিষয়ত গুৰুত্ব ...

July 10, 2026 7:42 PM

views 6

আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ অগ্ৰগতি পর্যালোচনাৰ বাবে বহা তৃতীয়খন বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী জে.পি নাড্ডাৰ সভাপতিত্ব

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগৎ প্রসাদ নাড্ডাই আজি আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ অগ্ৰগতি পর্যালোচনাৰ বাবে বহা তৃতীয়খন বৈঠকত সভাপতিত্ব কৰে। বৈঠকত উল্লেখ কৰা হয় যে আয়ুষ্মান ভাৰত ডিজিটেল অভিযান বিশ্বৰ অন্যতম বৃহৎ ডিজিটেল স্বাস্থ্য ব্যৱস্থা হিচাপে গঢ় লৈ উঠিছে। ইয়াৰ অধীনত প্রায়...

July 10, 2026 7:42 PM

views 5

ছত্তিশগড়ৰ বালোড জিলাই যোৱা বছৰত বৰষুণৰ পানী সংগ্ৰহৰ ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ২লাখ ৮৫হাজাৰ জল সংৰক্ষণৰ প্ৰকল্প নিৰ্মাণ কৰিছে

জল শক্তি মন্ত্রালয়ে জনাইছে যে ছত্তিশগড়ৰ বালোড জিলাই যোৱা বছৰত বৰষুণৰ পানী সংগ্ৰহৰ ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ২লাখ ৮৫হাজাৰ জল সংৰক্ষণৰ প্ৰকল্প নিৰ্মাণ কৰিছে। মন্ত্ৰালয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ ১৩৫ সংখ্যক খণ্ডত বৰষুণৰ পানী ধৰি ৰাখিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই বালো...

July 10, 2026 7:43 PM

views 3

ৰাষ্ট্ৰীয় উৎপাদনশীলতা পৰিষদ, উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য উন্নয়ন বিভাগ আৰু বাণিজ্য বিভাগৰ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলৰ পর্যালোচনা বৈঠক

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় উৎপাদনশীলতা পৰিষদ, উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য উন্নয়ন বিভাগ আৰু বাণিজ্য বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা পর্যালোচনা বৈঠকত সভাপতিত্ব কৰে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত শ্রীগোৱেলে কয়, যে এই আলোচনাত বিভাগসমূহৰ মাজত সমন্বয় অধিক শক্...

July 10, 2026 7:24 PM

views 9

মেলৱৰ্ণত অষ্ট্ৰেলিয়াৰ বিৰোধী পক্ষৰ নেতা এংগছ টেইলৰক সাক্ষাৎ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণৰ অন্তিম পৰ্যায়ত আজি মেলৱৰ্ণত দেশখনৰ বিৰোধী পক্ষৰ নেতা এংগছ টেইলৰক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাৰ এই বৈঠকত প্ৰতিৰক্ষা, বাণিজ্য, শিক্ষা, ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ সুৰক্ষা, বিনিয়োগ আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তে ভাৰত আৰু অষ্ট্ৰেলিয...

July 10, 2026 7:13 PM

views 8

ভাৰত আৰু নিউজিলেণ্ডে চলিত বৰ্ষত দেশ দুখনৰ মাজৰ ক্ৰীড়া ক্ষেত্ৰৰ সম্পৰ্কৰ শতবৰ্ষ পূর্তি উদযাপন কৰিছে

ভাৰত আৰু নিউজিলেণ্ডে চলিত বৰ্ষত দেশ দুখনৰ মাজৰ ক্ৰীড়া ক্ষেত্ৰৰ সম্পৰ্কৰ শতবৰ্ষ পূর্তি উদযাপন কৰিছে। ১৯২৬ চনত হকীৰ জৰিয়তে এই সম্পৰ্ক আৰম্ভ হোৱাৰ পাছত এইবিধ খেলেই বৰ্তমানলৈ দুয়োখন দেশৰ মাজৰ সম্পৰ্কক অধিক ঘনিষ্ঠ কৰি তুলিছে। উল্লেখযোগ্য যে ১৯২৬ চনত ভাৰতীয় সেনাৰ হকী দলটো নিউজিলেণ্ড ভ্ৰমণলৈ গৈছিল। সেই...