July 15, 2026 12:06 PM
5
মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত বিশেষ সাহায্য আঁচনি ২০২৬-২৭ৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা বৈঠক
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য আঁচনি ২০২৬-২৭ৰ অগ্রগতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বিভিন্ন বিভাগৰ বিষয়াবৰ্গৰ সৈতে মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহলৈ আগবঢ়োৱা এই সাহায্য আঁচনিৰ অগ্ৰগতিৰ সন্দৰ্ভত হোৱা পৰ্যালোচনা...