July 14, 2026 7:32 PM
12
ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ বাবে গঠন কৰি দিয়া সমিতিখনে প্রতিবেদন দাখিল কৰিছে বুলি ডা০ ৰণোজ পেগুৰ প্ৰকাশ
ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালিজাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্রতিবেদন দাখিল কৰিছে বুলি ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডা০ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজেদ আলী চৌধুৰীয়ে বিশেষ প্ৰসংগ ঘণ্টাত উত্থাপন কৰা বিষয়টোৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়...