ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ফ্রান্স, স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত আৰম্ভ হ’ব। দ্বিতীয়খন ছেমি ফাইনেলত কাইলৈ আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ’ব। খেলখন নিশা চাৰে ১২ বজাত আৰম্ভ হ’ব।
Assamese | July 14, 2026 7:04 PM | FIFA 2026
বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ফ্ৰান্স আৰু স্পেইন মুখামুখি