July 14, 2026 1:42 PM

views 15

শিৱসাগৰত জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্রাদুর্ভাৱ বর্তমান নিয়ন্ত্রণত

শিৱসাগৰ জিলাত জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্রাদুর্ভাব বর্তমান নিয়ন্ত্রণত আছে বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মাখন কলিতাই জনোৱা অনুসৰি বিগত বৰ্ষৰ তুলনাত এইবাৰ জিলাখনত বাহকজনিত ৰোগৰ প্রকোপ হ্রাস পাইছে। চলিত বর্ষত জিলাখনত ...

July 14, 2026 1:39 PM

views 17

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত আদালতত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ সাক্ষ্য

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্রেক আদালতত চলি আছে। আদালতত আজি জুবিন গাৰ্গৰ ভগ্নী ভগ্নী পামী বৰঠাকুৰে সাক্ষ্য দিব। কালি সময়ৰ অভাৱৰ বাবে আদালতৰ মজিয়াত জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিৰ সাক্ষ্য প্রদান প্রক্রিয়া সম্পূর্ণ নোহোৱা বাবে আদালতে আজি পুনৰ কাক...

July 14, 2026 1:35 PM

views 11

অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা ১৮ জুলাইত

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২০২৬-২৭ শিক্ষাবর্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা ১৮ জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা ৰাজ্যৰ মুঠ ১৮ টা কেন্দ্র ক্রমে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, তেজপুৰ আৰু কোকৰাঝাৰত তিনিটা পর্যায়ত অনুষ্ঠিত হ'ব। আবেদনকাৰীসকলে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ বিশ্ববি...

July 14, 2026 1:33 PM

views 14

কৃষক পঞ্জীয়ন প্রক্রিয়া সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন স্থানত কৃষক সভা

কৃষকসকলক চৰকাৰী আঁচনিৰ সুবিধাৰ সৈতে জড়িত কৰাৰ লগতে কৃষক পঞ্জীয়ন প্রক্রিয়া সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে কালি হাটশিঙিমাৰী প্ৰেছক্লাবত এখন কৃষক সভা অনুষ্ঠিত হয়। অসম কৃষক পৰিষদৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাখনত অসম কৃষক পৰিষদ কেন্দ্রীয় সমিতিৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্য মুখ্য অতিথি হিচ...

July 14, 2026 1:27 PM

views 8

অসম বিধানসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা

অসম বিধানসভাৰ ষোড়শ অধিৱেশনত আজি বিধায়ক অখিল গগৈয়ে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ অ' পি এছ আঁচনিক লৈ প্ৰশ্ন উত্থাপন কৰে। মন্ত্রী জয়ন্ত মল্লবৰুৱাই বিধায়কগৰাকীৰ পৰিপূৰক প্ৰশ্নৰ উত্তৰ দিয়ে। আজি বিধানসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। ইফালে, কালি ষষ্ঠ দিনা হাতী-মানুহৰ সংঘাতক লৈ...

July 14, 2026 1:03 PM

views 18

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ আজি প্ৰথমখন খেল

ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিহামৰ এডগবাষ্টনত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি চাৰে তিনি বজাত অনুষ্ঠিত হ'ব। এই প্রতিযোগিতাত ভাৰতীয় দলটোত বিৰাট কোহলি, ৰোহিত শৰ্মা, যশপ্রীত বুমৰাই অংশগ্ৰহণ কৰিব। আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ ...

July 14, 2026 12:58 PM

views 8

চোৰাংচোৱা সংস্থাৰ বিষয়া অংকিত শৰ্মাক হত্যা কৰাৰ অভিযোগত আপৰ প্ৰাক্তন কাউন্সিলাৰ তাহিৰ হুছেইনক গ্ৰেপ্তাৰ

২০২০ চনৰ উত্তৰ-পূব দিল্লীত সংঘটিত হিংসাৰ সময়ত চোৰাংচোৱা সংস্থাৰ বিষয়া অংকিত শৰ্মাক হত্যা কৰাৰ অভিযোগত আম আদমী পার্টিৰ প্ৰাক্তন কাউন্সিলাৰ তাহিৰ হুছেইন আৰু আন চাৰিজনক দিল্লীৰ এখন আদালতে দোষী সাৱস্ত্য কৰিছে। অতিৰিক্ত চেচন ন্যায়াধীশ প্রবীণ সিঙে হুছেইনকে ধৰি মুঠ ১১ জন অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ শুনানি গ্র...

July 14, 2026 12:54 PM

views 16

বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰাণৰ বন্দৰসমূহত পুনৰ অৱৰোধ আৰোপ কৰিব বুলি ঘোষণা কৰাৰ পিছতে বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে, যাৰ ফলত হৰমুজ প্রণালীৰ মাজেৰে তেলৰ যোগানৰ ক্ষেত্ৰত উদ্বেগ প্রকাশ পাইছে। আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ৯.৬ শতাংশ বৃদ্ধি পাই প্...

July 14, 2026 12:52 PM

views 2

ওভতাই অনা হৈছে ভিয়েটনামত স্পীডবোট দুর্ঘটনাত নিহত ১৫গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ

ভিয়েটনামৰ ফু কুক দ্বীপৰ ওচৰত স্পীডবোট দুর্ঘটনাত নিহত ১৫গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ ঘৰলৈ ওভতাই অনা হৈছে। ভিয়েটনামত থকা ভাৰতৰ দূতাবাসে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰিছে যে মৃতদেহকেইটা হো চি মিন চহৰৰ পৰা ভিয়েটনাম এয়াৰলাইন্সৰ বিমানেৰে মুম্বাইলৈ অনা হৈছে। দূতাবাসে কয় যে, মুম্বাইৰ পৰা অন্ধ্র প্রদেশ...

July 14, 2026 12:46 PM

views 3

UNSCৰ অস্থায়ী সদস্য নিৰ্বাচনৰ ২০২৮-২৯ বৰ্ষৰ কাৰ্যকালৰ বাবে ভাৰতৰ নির্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ-UNSCৰ অস্থায়ী সদস্য নিৰ্বাচনৰ ২০২৮-২৯ বৰ্ষৰ কাৰ্যকালৰ বাবে ভাৰতে নির্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ভাৰতৰ প্ৰাৰ্থিত্ব মুকলি কৰি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কয় যে বিশ্বই ক্রমবর্ধমান সংঘাত আৰু অস্থিৰতাৰ সন্মুখীন ...