July 15, 2026 8:23 PM
8
গোৱালপাৰা জিলা পথ সুৰক্ষা সমিতিৰ সভাৰ আয়োজন
গোৱালপাৰা জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা আজি জিলা আযুক্ত কার্যালয় সভাকক্ষত অনুষ্ঠিত হয়। জিলা আয়ুক্ত প্রদীপ টিমুঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত পথ সুৰক্ষাৰ বিভিন্ন দিশৰ উপৰি বিগত মাহত সংঘটিত পথ দুৰ্ঘটনাৰ কাৰণসমূহ বিশ্লেষণ কৰা হয়। বৈঠকত লগতে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চিচি টিভি স্থাপন, ফুট ব্রীজ নির্মা...