July 16, 2026 11:47 AM

views 9

অসম জুৰি বান ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ ৰাজ্য চৰকাৰৰ ব্যাপক পদক্ষেপ গ্ৰহণ কৰা বুলি ৰাজ্যপালৰ প্ৰকাশ

ৰাজ্য চৰকাৰে অসম জুৰি বান ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ আৰু খহনীয়া ৰোধ কৰিবলৈ ব্যাপক পদক্ষেপ গ্ৰহণ কৰা বুলি ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। কালি ডিব্ৰুগড়ৰ মাইজানৰ নগাধূলি ঘাটৰ জলসম্পদ প্রকল্প পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে বান নিয়ন্ত্রণ তথা খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব...

July 16, 2026 11:44 AM

views 6

আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত ধান ক্রয় কেন্দ্ৰসমূহৰ বাবে একোখন সমিতি গঠন কৰিবলৈ চৰকাৰৰ নিৰ্দেশ

ৰাজ্যত আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ প্ৰতিটো ধান ক্রয় কেন্দ্ৰৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সদস্যৰে একোখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা আৰু মত বিনি...

July 16, 2026 11:41 AM

views 12

বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৰ্বাত্মক নীতি-নিৰ্দেশনা প্ৰস্তুত

ৰাজ্যখনত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত, বিশেষকৈ হাতী মানুহৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱ দূৰ কৰাৰ বাবে অসম চৰকাৰে সৰ্বাত্মক নীতি-নিৰ্দেশনা যুগুত কৰাৰ ব্যৱস্থা কৰিছে। বিধানসভা চৌহদত কালি বিধায়কসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ পাছত বন আৰু পৰিবেশ মন্ত্রী জয়ন্ত মল্লবৰুৱাই সাংবাদিকৰ আগত এইকথা প্ৰকাশ কৰে। তে...

July 16, 2026 11:34 AM

views 11

আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সকলো বিধায়ক- বিধায়িকাক আহ্বান মুখ্যমন্ত্রীৰ

বিগত পাঁচ বছৰত ৰাজ্যত উন্নয়নৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধান সভাত প্ৰকাশ কৰে। কালি বিধানসভা অধিৱেশনৰ অষ্টম দিনা সদনত বাজেট বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত দাখিল কৰা চলিত বিত্তীয় বছৰৰ বাজেটখন সৰ্বস...

July 15, 2026 8:50 PM

views 8

নতুন দিল্লীত বিশ্ব দক্ষতা দিৱস ২০২৬ উদযাপন

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্রী জয়ন্ত চৌধুৰীয়ে কয় যে, দেশক আন্তর্জাতিক দক্ষতা কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ ভাৰতে বিশ্বাস, সমতা আৰু যুগমীয়া শিক্ষাৰ ওপৰত ভিত্তি কৰি দক্ষতা কেন্দ্ৰীক পৰিবেশতন্ত্র সৃষ্টি কৰা উচিত। নতুন দিল্লীত বিশ্ব দক্ষতা দিৱস ২০২৬ তথা স্কিল ইন্ডিয়া অভিযানৰ একাদশ বার্ষিকী উদযাপন ভাষণ দ...

July 15, 2026 8:47 PM

views 4

ভাৰত-ব্রিটেইন বাণিজ্য চুক্তি সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ মন্তব্য

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি কয় যে ভাৰত ব্রিটেইন সর্বাত্মক অর্থনৈতিক আৰু বাণিজ্য চুক্তি, CETA ৰ লগতে সামাজিক নিৰাপত্তাৰ চুক্তি ৰূপায়িত হোৱাৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ দীর্ঘস্থায়ী মিত্রতাৰ যাত্ৰাত উল্লেখযোগ্য অগ্রগতি প্রতিফলিত হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে এই সন্দর্ভত শুভেচ্ছা জ্ঞাপন কৰি উপ ৰাষ্ট...

July 15, 2026 8:40 PM

views 6

ভাৰত-ব্রিটেইনৰ সৰ্বাত্মক অর্থনৈতিক আৰু বাণিজ্যিক চুক্তি আজিৰে পৰা কাৰ্যকৰী

ভাৰত আৰু ব্রিটেইনৰ মাজৰ সৰ্বাত্মক অর্থনৈতিক আৰু বাণিজ্যিক চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। এই ঐতিহাসিক চুক্তিৰ ফলত ভাৰতৰ পৰা ৰপ্তানি কৰা ৯৯ শতাংশ সামগ্ৰীৰ ওপৰত ব্রিটেইনৰ বজাৰত কোনো ধৰণৰ শুল্ক প্ৰযোজ্য নহ'ব। চুক্তিখনৰ পৰা দুয়োখন দেশ লাভান্বিত হ'ব। এই বাণিজ্য চুক্তিৰ অধীনত দুগ্ধজাত সামগ্রী, গোটাদানাজাত...

July 15, 2026 8:38 PM

views 2

ছটা লেনযুক্ত গ্রীন ফিল্ড এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ প্ৰস্তাৱত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই উত্তৰ প্ৰদেশত ১৯নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসীৰ ৰিং ৰোডৰ মাজৰ ৪৫ কিলোমিটাৰৰো অধিক দৈর্ঘ্যৰ ছটা লেনযুক্ত গ্রীন ফিল্ড এলিভেটেড কৰিড'ৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন দিছে। নতুন দিল্লীত আজি সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ৰাজহুৱা ব্য...

July 15, 2026 8:31 PM

views 5

সমাজৰ বৃহত্তৰ কল্যাণৰ বাবে আয়ুৰ্বেদৰ শেহতীয়া প্রযুক্তি গ্রহণ কৰিবলৈ আহ্বান

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে সমাজৰ বৃহত্তৰ কল্যানৰ বাবে আয়ুৰ্বেদৰ শেহতীয়া প্রযুক্তি গ্রহণ কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি শুশ্রুতম ২০২৬ শীর্ষক আলোচনাচক্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে নতুন উদ্যমেৰে আয়ুর্বেদ আৰু যোগাভ্যাসক গোলকীয় মঞ্চত প্ৰতিষ্ঠা ...

July 15, 2026 8:25 PM

views 10

নগাঁও জিলাৰ চ’ৰাপাৰাত পথত নিৰ্মাণ কৰা আধাৰশিলা ভাঙি দুটি শিশুৰ মৃত্যু

নগাঁও জিলাৰ ধনিয়াভেটি গাঁও পঞ্চায়তৰ চ'ৰাপাৰাত আজি এটা পথত নিৰ্মাণ কৰা আধাৰশিলা ভাঙি দুটি শিশুৰ থিতাতে মৃত্যু হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে গাঁওখনত এম জি এনৰেগাৰ এটা আধাৰশিলাৰ কাষত কেইটামান কণ কণ ল'ৰা-ছোৱালীয়ে খেলি থকা অৱস্থাত আধাৰশিলাটো ভাঙি দুটি শিশুৰ গাত পৰাত থিতাতে মৃত্যু হয়। এই দুর্ঘটনাত ...