September 6, 2026 10:46 AM
35
দেশৰ যুবপ্ৰজন্মক পূৰ্বৰ প্ৰজন্মসমূহতকৈও ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্বক নেতৃত্ব দিব পৰা গোলকীয় পৰামৰ্শ, হিচাপ-নিকাচ, বিত্তীয় আৰু আইনী কোম্পানী গঢ়ি তুলিবলৈ আহ্বান
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক-যুৱতীসকলক পূৰ্বৰ প্ৰজন্মসমূহতকৈও ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্বক নেতৃত্ব দিব পৰা গোলকীয় পৰামৰ্শ, হিচাপ-নিকাচ, বিত্তীয় আৰু আইনী কোম্পানী গঢ়ি তুলিবলৈ আহ্বান জনাইছে। দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবার্ষিকী উদযাপনৰ অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি এইদৰে আহ্বান জনায়। তেওঁ কয়, যে ভাৰতীয়সকলে সম্প্রতি বিশ্বৰ আগশাৰীৰ কোম্পানীসমূহৰ নেতৃত্ব বহন কৰি আছে আৰু তেওঁলোকে নিজাববীয়াকৈ কোম্পানী গঠন কৰিব নোৱাৰাৰ কোনো কথা নাই। শ্রীমোদীয়ে ক...