October 10, 2026 5:27 PM

views 8

বিশ্ব মানসিক স্বাস্থ্য দিৱসত সুলভ আৰু জনসাধাৰণকেন্দ্ৰিক মানসিক স্বাস্থ্য সেৱাৰ প্ৰতি দায়বদ্ধতাৰ কথা প্ৰকাশ জে পি নাড্ডাৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই বিশ্ব মানসিক স্বাস্থ্য দিৱসত আজি সুলভ আৰু জনসাধাৰণকেন্দ্ৰিক মানসিক স্বাস্থ্য সেৱাৰ প্ৰতি দায়বদ্ধতাৰ কথা দোহাৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কাৰ্যক্ষম হৈ থকা ৫৩টা টেলী- -মানস চেল আৰু ৪৮ লাখৰো অধিক ফোন-কল লাভৰ জৰিয়তে অধিক লোকক মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত সমর্থন যোগোৱা হৈছে। শ্ৰীনাড্ডাই কয় যে মন জাগৃতি শীর্ষক পদক্ষেপে মানসিক স্বাস্থ্য সন্দৰ্ভত সজাগতা বৃদ্ধি ক...

October 10, 2026 5:27 PM

views 5

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। মানসিক স্বাস্থ্য সন্দৰ্ভত শিক্ষা, সজাগতা সৃষ্টি আৰু মানসিক স্বাস্থ্য বা মানসিক ৰোগৰ প্ৰতি থকা সামাজিক সংকোচবোধৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ উদ্দেশ্যে বিশ্বজুৰি প্ৰতি ১০ অক্টোবৰত এই দিৱস পালন কৰা হয়। WORLD FEDARATION FOR MENTAL HEALTH ৰ উদ্যোগত ১৯৯২ চনত প্ৰথমবাৰলৈ এই দিৱস পালন কৰা হৈছিল। ডেৰশতকৈও অধিক দেশত ইয়াৰ শাখা থকা WORLD FEDARATION FOR MENTAL HEALTH হৈছে মানসিক স্বাস্থ্য সম্পৰ্কীয় এটা বিশ্বমানৰ সংগঠন। এইবেলি এই দিৱসৰ বিষয়বস্তু হৈছে – Lived experiences heard:...

October 10, 2026 5:07 PM

views 9

নয়দা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰক নৰেন্দ্ৰ মোদী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হিচাপে নামকৰণৰ সিদ্ধান্ত উত্তৰ প্ৰদেশ চৰকাৰৰক

উত্তৰ প্ৰদেশ চৰকাৰে নয়দা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰক নৰেন্দ্ৰ মোদী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হিচাপে নামকৰণ কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী যোগী আদিত্য নাথে অধ্যক্ষতা কৰা ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই প্ৰস্তাৱত অনুমোদন জনোৱা হয়৷ মন্ত্ৰীসভাৰ বৈঠকৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নামত বিমান বন্দৰৰ নামকৰণ কৰা সন্দৰ্ভত মন্ত্রীসভাই গ্ৰহণ কৰা সিদ্ধান্তত কৃতজ্ঞতা প্রকাশ কৰি কয়, যে এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি উত্তৰ প্ৰ...

October 10, 2026 5:04 PM

views 7

বিৰোধী দলসমূহে দেশত অস্থিৰতা সৃষ্টিৰ বাবে প্ৰচেষ্টা চলাইছেঃ নীতিন নবীন

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে বিৰোধী দলসমূহে দেশত অস্থিৰতা সৃষ্টিৰ বাবে প্ৰচেষ্টা চলাইছে আৰু বিদেশী শক্তিৰ নিৰ্দেশ অনুসৰি কাম কৰিছে বুলি অভিযোগ তুলিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীনবীনে বিৰোধী দলসমূহে দেশত অতি বিপজ্জনক আৰু গম্ভীৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি অভিযোগ তোলে। তেওঁ লগতে কয় যে ভাৰতীয় গণতন্ত্ৰৰ অপৰিসীম শক্তি আছে আৰু এনে ধৰণৰ প্ৰচেষ্টা বিফল কৰিবলৈ দেশৰ জনসাধাৰণ একত্ৰিত হ'ব। নিৰন্তৰ গোলকীয় সংকট সত্বেও দেশ প্ৰগতিৰ পথত আগবাঢ়ি গৈ আছে বুলি বিজেপিৰ সভাপতিগৰাক...

October 10, 2026 4:55 PM

views 8

ৰাষ্ট্ৰসংঘত জম্মু-কাশ্মীৰক লৈ উৰা বাতৰি বিয়পোৱাৰ বাবে পাকিস্তানক তীব্র সমালোচনা ভাৰতৰ

ভাৰতে ৰাষ্ট্ৰসংঘত জম্মু-কাশ্মীৰক লৈ উৰা বাতৰি বিয়পোৱাৰ বাবে পাকিস্তানক ভৎসনা কৰিছে। ভাৰতে লগতে জম্মু-কাশ্মীৰ ভাৰতৰ অভিন্ন অংগ আৰু সদায় অবিচ্ছেদ্য অংগ হৈ থাকিব বুলি স্পষ্ট কৰি দিছে। নিউয়কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ চতুৰ্থ সমিতিত ঔপনিৱেশিক শাসনৰ পৰা মুক্তি বিষয়ক আলোচনাৰ সময়ত উত্তৰ জনোৱাৰ অধিকাৰ প্ৰয়োগ কৰি ভাৰতে আজি এই কথা প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনে সামাজিক মাধ্যমযোগে প্রকাশ কৰা মতে সাংসদ মহিমা কুমাৰী মেৱাড়ে জম্মু-কাশ্মীৰক লৈ উৰা বাতৰি বিয়পোৱাৰ বাবে পাকিস্তানে বাৰে বাৰে ৰাষ্ট...

October 7, 2026 9:02 PM

views 10

২৫ বছৰ বিৰামহীনভাৱে ৰাজহুৱা সেৱা সম্পূৰ্ণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইছিৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰ বিৰামহীনভাৱে ৰাজহুৱা সেৱা সম্পূৰ্ণ কৰিছে। জাপান, নাইজেৰিয়া, ডমিনিকা আৰু বেলজিয়ামৰ নেতাসকলে এই মাইলৰ খুঁটি প্রাপ্ত কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইছিয়ে ভাৰতৰ উন্নয়নত নেতৃত্ব আৰু অৱদানৰ প্ৰশংসা কৰি কয় যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ই ভাৰতৰ স্থিতি শক্তিশালী কৰিছে। বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বার্ট ডি ৱেভাৰে ২৫ বছৰীয়া নিৰৱছিন্ন নেতৃত্বৰ বাবে প্রধানমন্ত্রী মোদীক অভিনন্দন জনায় আৰু ভাৰত তথা বেলজিয়ামৰ মা...

October 7, 2026 8:53 PM

views 6

সম্প্ৰতি মহিলাসকলে ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথা প্ৰকাশ কেন্দ্ৰীয় মন্ত্রী অন্নপূর্ণা দেৱীৰ

কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণা দেৱীয়ে সম্প্ৰতি মহিলাসকলে ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সুৰক্ষা বিষয়াসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ মাতৃ, ভগ্নী আৰু কন্যাসকল সবল আৰু সুৰক্ষিত হ'লেহে উন্নত ভাৰতৰ সংকল্প বাস্তৱায়িত কৰিব পৰা যাব। মহিলাসকলৰ মাজত সুৰক্ষা আৰু মৰ্যাদাৰ মনোভাৱ গঢ়ি তোলাটো চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ বুলি উল্লেখ কৰি অন্নপূর্ণা দেৱীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ম...

October 7, 2026 8:53 PM

views 8

আর্কটিক অ’পেন ছুপাৰ ফাইভ হাণ্ডেড বেডমিণ্টনৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত ভাৰতৰ কৃষ্ণ প্রসাদ গৰাগা আৰু পৃথ্বি কৃষ্ণমূৰ্তি ৰয়ৰ যুটী

ভাৰতৰ কৃষ্ণ প্রসাদ গৰাগা আৰু পৃথ্বি কৃষ্ণমূৰ্তি ৰয়ৰ যুটীটোৱে ফিনলেণ্ডত অনুষ্ঠিত আর্কটিক অ’পেন ছুপাৰ ফাইভ হাণ্ডৰেড বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে। ভাৰতীয় যুটীটোৱে আজি অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ এখন ৰোমাঞ্চকৰ খেলত চীনৰ পঞ্চম বাছনিপ্রাপ্ত জি টিং আৰু ৰেন শিয়াং য়ুক ১০-২১, ২১-১৮, ২২-২০ গেমত পৰাস্ত কৰে। মহিলাৰ ছিংগলছত অলিম্পিকত দুবাৰ পদক বিজয়ী পি ভি সিন্ধুৱে কানাডাৰ ৱেন য়ু ঝাঙক ২১–৮, ২১-১১ পোনপটীয়া গেমত পৰাস্ত কৰি প্ৰি- কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। তন্তী শ...

October 7, 2026 8:40 PM

views 6

ফ্ৰান্সৰ হেনৰী বি কাগান আৰু জাপানৰ কেঙ্গো ছোৱাইলৈ ২০২৬ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা

ফ্ৰান্সৰ হেনৰী বি কাগান আৰু জাপানৰ কেঙ্গো ছোৱাইলৈ ২০২৬ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়াইছে। ৰয়েল ছুইডিছ একাডেমী অব ছায়েন্সে আজি প্ৰকাশ কৰা মতে অ-সমমিত জৈৱ সংশ্লেষণত অৰৈখিক প্ৰভাৱ আৰু স্থানুঘটন আৱিস্কাৰৰ বাবে ৰসায়ন বিজ্ঞানী দুগৰাকীলৈ এই সন্মান আগবঢ়োৱা হৈছে। স্বতঃস্ফূর্তভাবে পাৰমাণবিক অপ্রতিসমতা অথবা সমৰূপ গঠনৰ ৰহস্য ভেদ কৰাৰ বাবে বিজ্ঞানী দুগৰাকীক এই সন্মানেৰে বিভূষিত কৰা হৈছে। এমিন' এচিডকে ধৰি ভালেমান যৌগ দ্বৈত দাপোণ প্রতিৱিম্বৰ ৰূপত পোৱা যায়। বিজ্ঞানীদ্বয়ে কোনো ৰাসায়নিক প্ৰক্ৰিয়াৰ...

October 7, 2026 8:05 PM

views 13

ৰাজ্যত মাষ্টাৰৰোল কৰ্মচাৰীৰ নিযুক্তি বন্ধ

ৰাজ্যত এতিয়াৰে পৰা মাষ্টাৰৰোল কৰ্মচাৰীৰ নিযুক্তি নহ’ব। একেদৰে ফিক্সড পে অস্থায়ী কৰ্মচাৰীক নিযুক্তি দিয়া নহ'ব। ৰাজ্যিক মন্ত্রীসভাই যোৱা ২৪ ছেপ্তেম্বৰত এই সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তমর্মে বিত্ত বিভাগে আজি বিভাগীয় নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি কোনো বিভাগে এইধৰণৰ প্ৰস্তাৱ প্ৰেৰণ কৰিব নোৱৰিব৷