July 2, 2026 7:44 PM
4
ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত
ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বিভিন্ন জিলাত বান কমিছে যদিও ইয়াৰ পাছৰ পৰিস্থিতি অধিক জটিল হোৱা দেখা গৈছে। লখিমপুৰৰ ঘিলামৰা উন্নয়ন খণ্ডৰ চামপৰা অঞ্চলত বাঢ়নি পানীৰ ফলত গোগামুখ-ঢকুৱাখনা সংযোগী ২২ নম্বৰ ৰাজ্যিক ঘাইপথৰ এটা অংশ বুৰ গৈ যাতায়াতৰ সমস্যাৰ সৃষ্টি কৰিছে লোক-নিৰ্মাণ আৰু জল-সম্পদ বিভাগৰ বিষয়াবৰ্গৰ সৈতে আজি স্থানীয় বিধায়ক নৱ কুমাৰ দলেই এই অংশ পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয়। তাৎক্ষণিকভাৱে পৰিস্থিতি নিয়ন্ত্রণ তথা ভৱিষ্যতে যাতে এনে পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে বাঢ়...